• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰীয় স্তৰত উজলিল শিৱসাগৰ : উত্তৰ-পূবৰ ভিতৰত স্বচ্ছ নগৰৰ সন্মান লাভ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
March 19, 2019 6:36 am
20190319_004359

নতুন দিল্লীত উত্তৰ-পূবৰ ভিতৰত স্বচ্ছ নগৰৰ সন্মান গ্ৰহণ কৰিছে শিৱসাগৰ পৌৰসভাৰ বিষয়ববীয়াই। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰলৈ সুখবৰ। ভাৰত চৰকাৰৰ অধীনস্থ স্বচ্ছ ভাৰত অভিযানৰ (নগৰ অঞ্চল) অধীনত ‘স্বচ্ছ সৰ্বেক্ষণ ২০১৯’ৰ বাবে শিৱসাগৰ নগৰক উত্তৰ-পূবৰ ভিতৰত স্বচ্ছ নগৰৰ সন্মান প্ৰদান কৰা হয়। দিল্লীৰ বিজ্ঞান ভৱনৰ প্লেনেৰী হ’লত আয়োজিত ভাৰত চৰকাৰৰ আৱাসিক আৰু নগৰ উন্নয়ন বিভাগৰ দ্বাৰা এই বঁটা প্ৰদান কৰা হয়।

এই বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ উপস্থিত থাকে। ভাৰত চৰকাৰৰ আৱাসিক আৰু নগৰ উন্নয়নৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী হৰিদ্বীপ সিং পুৰীয়ে এই বঁটা প্ৰদান কৰে। শিৱসাগৰ পৌৰসভাৰ পৌৰনেত্ৰী মৃদুস্মিতা সিংহ, উপ-পৌৰপতি আজাদ আলম আৰু নগৰ প্ৰকল্প বিষয়া মৃদুল কুমাৰ নাথে এই বঁটা গ্ৰহণ কৰে।

Apply Now

বঁটা গ্ৰহণ কৰি উৎফুল্লিত শিৱসাগৰ পৌৰসভাৰ পৌৰনেত্ৰী মৃদুস্মিতা সিংহই সোমবাৰে সাংবাদিকৰে হোৱা মত বিনিময় কৰি কয় যে  শিৱসাগৰবাসীৰ বাবে ই এক গৌৰৱ। শিৱসাগৰীয়া ৰাইজৰ সহায় সহযোগিতাৰ বাবে আজি ৰাষ্ট্ৰীয় স্তৰত শিৱসাগৰে স্বচ্ছ নগৰৰ সন্মান লাভ কৰিবলৈ সক্ষম হ’ল।

এই সন্মান লাভৰ বাবে প্ৰতিজন শিৱসাগৰীয়াক ধন্যবাদ জনায় পৌৰনেত্ৰী গৰাকীয়ে।তদুপৰি, তেওঁ আগন্তুক দিনত শিৱসাগৰ নগৰক আৰু অধিক স্বচ্ছ কৰি ৰখাৰ লগতে সৌন্দয্য বৰ্দ্ধনৰ বাবে বহুকেইটা আঁচনি হাতত ল’ব বুলি জানিব দিয়ে।

উল্লেখ্য যে উত্তৰ-পূবৰ ৫০ হাজাৰৰ পৰা ১ লাখ জনসংখ্যা বসতিপূৰ্ণ চহৰৰ মাজৰ পৰা স্বচ্ছ ভাৰত মিশ্যনৰ (নগৰ অঞ্চল) অধীনত স্বচ্ছ সৰ্বক্ষণ ২০১৯ৰ বাবে শিৱসাগৰ চহৰক নিৰ্বাচন কৰে। বিশ্বৰ ভিতৰত সবাটোতকৈ বৃহৎ স্বচ্ছতাৰ সমীক্ষা স্বচ্ছ সৰ্বেক্ষণৰ জৰিয়তে ৪২৩১ খন পৌৰ নিকায়ৰ ৬৪ লাখ ভাৰতীয় নাগৰিকৰ মতামত আৰু সামাজিক মাধ্যমৰ পৰা প্ৰায় ৪ কোটি জনগণৰ মতামতৰ ভিত্তিত শিৱসাগৰ চহৰে এই বঁটা লাভ কৰে।

শিৱসাগৰ পৌৰ সভাই বিগত সময়ত জিলা প্ৰশাসন আৰু চি আৰ পি এফৰ সহযোগত নগৰৰ মাজমজিয়াত থকা শিৱসাগৰ পুখুৰীৰটো চাফা কৰাৰ লগতে নগৰৰ বিভিন্ন স্থানত স্বচ্ছ ভাৰত অভিযানৰ জৰিয়তে সময়ে সময়ে চাফাই অভিযানৰ দৰে কাৰ্যসূচী ৰূপায়ন কৰি সুন্দৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd