• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চাৰি আঞ্চলিক শক্তিৰে গঠিত ছিকিম প্ৰগ্ৰেছিভ এলায়েন্সৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ঘোষণা

সাগৰ ছেত্ৰী by সাগৰ ছেত্ৰী
March 18, 2019 8:58 pm
Sikkim Progressive Alliance

ফটো : নৰ্থ-ইষ্ট নাও

126
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় শক্তিক পৰাভূত কৰাৰ উদ্দেশ্যেৰে যোৱা ১৩ মাৰ্চত ছিকিমৰ চাৰিটা আঞ্চলিক ৰাজনৈতিক দল একত্ৰিত হৈ গঠন কৰা ছিকিম প্ৰগ্ৰেছিভ এলায়েন্সে ৰাজ্যখনত হ’ব লগীয়া বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ বাবে আজি প্ৰথমখন ৯জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে।

প্ৰকাশিত প্ৰথমখন তালিকা অনুসৰি ছিকিমৰ একমাত্ৰ লোকসভা আসনখনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ছিকিম য়ুনাইটেড ফ্ৰণ্টৰ অধ্যক্ষ নৰেন্দ্ৰ অধিকাৰীয়ে। আনহাতে বিধানসভা নিৰ্বাচনৰ বাবে ৰঙাং-য়াঙিয়াং সমষ্টিৰ পৰা বৰ্তমানৰ বিধায়ক তথা ছিকিম ৰাজ্য মঞ্চৰ অধ্যক্ষ আৰ এন চামলিং আৰু ছিকিম নেশ্যনেল পিপল’ছ পাৰ্টীৰ অধ্যক্ষ দিলে নামগিয়াল বাৰফুংপাই গেংটকৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

আনহাতে ছিকিম সংগ্ৰাম পৰিষদৰ তাৰা ভট্টৰায়ে উজনি টাডং সমষ্টি, ছিকিম নেশ্যনেল পিপলছ পাৰ্টীৰ বিকাশ দৰ্জিয়ে পশ্চিম পেণ্ডাম সমষ্টি আৰু গোপাল খাতিৱাৰাই খামডং-চিংটাম সমষ্টি, ছিকিম ৰাজ্য মঞ্চীৰ ফিপ্ৰাহাং চুব্বাই নামচেইবং সমষ্টি আৰু দাতেম্পা চেৰপাই দৰমদিন সমষ্টি আৰু ছিকিম য়ুনাইটেড ফ্ৰণ্টৰ ৰমেশ খনালে ৰেনক বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব।

ছিকিম সংগ্ৰাম পৰিষদৰ অধ্যক্ষ তথা প্ৰাক্তন সাংসদ ডি কে ভাণ্ডাৰীয়ে সংবাদমেলত প্ৰকাশ কৰে যে ছিকিমৰ সামগ্ৰিক উন্নয়ন তথা ছিকিমবাসীৰ আশা পূৰণ কৰাৰ লক্ষ্য লৈয়ে আমি চাৰিটা আঞ্চলিক শক্তি ক্রমে ছিকিম নেশ্যনেল পিপলছ পাৰ্টী, ছিকিম ৰাজ্য মঞ্চী, ছিকিম য়ুনাইটেড ফ্ৰণ্ট আৰু ছিকিম সংগ্ৰাম পৰিষদ লগ লাগি ছিকিম প্ৰগ্ৰেছিভ এলায়েন্স গঠন কৰিছো।

আনহাতে ছিকিম ৰাজ্য মঞ্চৰ অধ্যক্ষ তথা মিত্ৰজোঁটৰ মুখ্য আহ্বায়ক আৰ এন চামলিঙে কয়, ‘এই নিৰ্বাচনৰ বাবে আমি সম্পূৰ্ণৰূপে সাজু হৈছো। এইবাৰৰ নিৰ্বাচনত ছিকিম প্ৰগ্ৰেছিভ এলায়েন্স ছিকিমবাসীৰ বাবে হ’ব শক্তিশালী বিকল্প। আমি ছিকিম তথা ইয়াৰ জনসাধাৰণৰ বাবে কাম কৰিম’।

ইফালে ছিকিমৰ জনসাধাৰণৰ স্বাৰ্থ লাঘৱ হোৱা কোনো কাম এলায়েন্সে নকৰে বুলিও চামলিঙে মন্তব্য কৰে।

Recent News

অসমত ১৫ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব ১০খন নতুন সহ-জিলা!

অসমত ১৫ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব ১০খন নতুন সহ-জিলা!

অধ্যাপক উদয়াদিত্য ভৰালীলৈ এইবৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা: ১৮ মে’ত প্ৰদান কৰা হ’ব এই সন্মান

অধ্যাপক উদয়াদিত্য ভৰালীলৈ এইবৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা: ১৮ মে’ত প্ৰদান কৰা হ’ব এই সন্মান

জয়পুৰ ষ্টেডিয়ামত পুনৰ বোমা বিস্ফোৰণৰ ভাবুকি! চিন্তিত বি চি চি আই

জয়পুৰ ষ্টেডিয়ামত পুনৰ বোমা বিস্ফোৰণৰ ভাবুকি! চিন্তিত বি চি চি আই

আদৰণি ভাষণৰ উত্তৰত ‘জয় ভীম’ শ্লোগান মুখ্য ন্যায়াধীশ বিআৰ গাভাইৰঃ দেশৰ দ্বিতীয়জন দলিত মুখ্য ন্যায়মূৰ্তি হিচাপে দায়িত্ব গ্ৰহণ

আদৰণি ভাষণৰ উত্তৰত ‘জয় ভীম’ শ্লোগান মুখ্য ন্যায়াধীশ বিআৰ গাভাইৰঃ দেশৰ দ্বিতীয়জন দলিত মুখ্য ন্যায়মূৰ্তি হিচাপে দায়িত্ব গ্ৰহণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd