• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব ছিকিম

চাৰি আঞ্চলিক শক্তিৰে গঠিত ছিকিম প্ৰগ্ৰেছিভ এলায়েন্সৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ঘোষণা

সাগৰ ছেত্ৰী by সাগৰ ছেত্ৰী
March 18, 2019 8:58 pm
Sikkim Progressive Alliance

ফটো : নৰ্থ-ইষ্ট নাও

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় শক্তিক পৰাভূত কৰাৰ উদ্দেশ্যেৰে যোৱা ১৩ মাৰ্চত ছিকিমৰ চাৰিটা আঞ্চলিক ৰাজনৈতিক দল একত্ৰিত হৈ গঠন কৰা ছিকিম প্ৰগ্ৰেছিভ এলায়েন্সে ৰাজ্যখনত হ’ব লগীয়া বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ বাবে আজি প্ৰথমখন ৯জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে।

প্ৰকাশিত প্ৰথমখন তালিকা অনুসৰি ছিকিমৰ একমাত্ৰ লোকসভা আসনখনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ছিকিম য়ুনাইটেড ফ্ৰণ্টৰ অধ্যক্ষ নৰেন্দ্ৰ অধিকাৰীয়ে। আনহাতে বিধানসভা নিৰ্বাচনৰ বাবে ৰঙাং-য়াঙিয়াং সমষ্টিৰ পৰা বৰ্তমানৰ বিধায়ক তথা ছিকিম ৰাজ্য মঞ্চৰ অধ্যক্ষ আৰ এন চামলিং আৰু ছিকিম নেশ্যনেল পিপল’ছ পাৰ্টীৰ অধ্যক্ষ দিলে নামগিয়াল বাৰফুংপাই গেংটকৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

Apply Now

আনহাতে ছিকিম সংগ্ৰাম পৰিষদৰ তাৰা ভট্টৰায়ে উজনি টাডং সমষ্টি, ছিকিম নেশ্যনেল পিপলছ পাৰ্টীৰ বিকাশ দৰ্জিয়ে পশ্চিম পেণ্ডাম সমষ্টি আৰু গোপাল খাতিৱাৰাই খামডং-চিংটাম সমষ্টি, ছিকিম ৰাজ্য মঞ্চীৰ ফিপ্ৰাহাং চুব্বাই নামচেইবং সমষ্টি আৰু দাতেম্পা চেৰপাই দৰমদিন সমষ্টি আৰু ছিকিম য়ুনাইটেড ফ্ৰণ্টৰ ৰমেশ খনালে ৰেনক বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব।

ছিকিম সংগ্ৰাম পৰিষদৰ অধ্যক্ষ তথা প্ৰাক্তন সাংসদ ডি কে ভাণ্ডাৰীয়ে সংবাদমেলত প্ৰকাশ কৰে যে ছিকিমৰ সামগ্ৰিক উন্নয়ন তথা ছিকিমবাসীৰ আশা পূৰণ কৰাৰ লক্ষ্য লৈয়ে আমি চাৰিটা আঞ্চলিক শক্তি ক্রমে ছিকিম নেশ্যনেল পিপলছ পাৰ্টী, ছিকিম ৰাজ্য মঞ্চী, ছিকিম য়ুনাইটেড ফ্ৰণ্ট আৰু ছিকিম সংগ্ৰাম পৰিষদ লগ লাগি ছিকিম প্ৰগ্ৰেছিভ এলায়েন্স গঠন কৰিছো।

আনহাতে ছিকিম ৰাজ্য মঞ্চৰ অধ্যক্ষ তথা মিত্ৰজোঁটৰ মুখ্য আহ্বায়ক আৰ এন চামলিঙে কয়, ‘এই নিৰ্বাচনৰ বাবে আমি সম্পূৰ্ণৰূপে সাজু হৈছো। এইবাৰৰ নিৰ্বাচনত ছিকিম প্ৰগ্ৰেছিভ এলায়েন্স ছিকিমবাসীৰ বাবে হ’ব শক্তিশালী বিকল্প। আমি ছিকিম তথা ইয়াৰ জনসাধাৰণৰ বাবে কাম কৰিম’।

ইফালে ছিকিমৰ জনসাধাৰণৰ স্বাৰ্থ লাঘৱ হোৱা কোনো কাম এলায়েন্সে নকৰে বুলিও চামলিঙে মন্তব্য কৰে।

সাগৰ ছেত্ৰী

সাগৰ ছেত্ৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd