• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মেৰীকম বক্সিং একাডেমিলৈ নিৰ্বাচিত ছিকিমৰ প্ৰথমগৰাকী বক্সাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 11, 2019 7:33 pm
sikkim-boxer-750x375

দিপিকা লেপচা: ফটো সৌজন্য: নৰ্থ-ইষ্ট নাও

185
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূৰ্বাঞ্চলৰ পৰা প্ৰতিভাৱান বক্সাৰ জন্ম দিয়াৰ উদ্দেশ্য প্ৰতিষ্ঠিত মেৰীকম বক্সিং একাডেমিলৈ প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত হৈছে ছিকিমৰ প্ৰতিভাৱান বক্সাৰ দিপিকা লেপচা। ছবাৰৰ বিশ্ব চেম্পিয়ন মেৰীকৰ অধীনত প্ৰশিক্ষণৰ সুবিধা লাভ তেওঁৱেই হৈছে ছিকিমৰ প্ৰথমগৰাকী বক্সাৰ।

উন্নত প্ৰশিক্ষণৰ বাবে মণিপুৰলৈ ৰাওনা হোৱাৰ পূৰ্বে এছ এছ বিৰ বক্সিং প্ৰশিক্ষক সুৰেন্দৰ সিঙৰ পৰা প্ৰাথমিক প্ৰশিক্ষণ গ্ৰহণ কৰিছিল দপিকাই।

পশ্চিম ছিকিমৰ য়াংগ্যাটেইৰ নিৱাসী দিপিকা ছাকয়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী। বিদ্যালয়খনৰ অধ্যক্ষকে ধৰি শিক্ষক-শিক্ষয়ত্ৰী আৰু কৰ্মচাৰী সকলে দিপিকাক একাডেমীখনলৈ নিৰ্বাচিত হোৱা বাবে শুভেচ্ছা জ্ঞাপন কৰিছে।

মণিপুৰৰ ৰাজধানী ইম্ফলৰ পৰা মাত্ৰ দহ কিলোমিটাৰ দূৰত্বত লংগল পাহাৰৰ নামনিত ৩.৩ একৰ ভূমিত অৱস্থিত মেৰীকম বক্সিং একাডেমিখন উত্তৰ-পূৱৰ প্ৰথমখন অত্যাধুনিক সা-সজুলীৰে সজ্জিত বক্সিং একাডেমি। মেৰীকম জাতীয় বক্সিং ফাউণ্ডেচনৰ অংশস্বৰূপে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ সংম্প্ৰসাৰণ কেন্দ্ৰ হিচাপেও একাডেমিখনে বক্সিঙৰ প্ৰসাৰৰ বাবে কাম কৰি আহিছে।

Recent News

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd