• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জনপ্ৰিয় কন্ঠশিল্পী জুবলি বৰুৱা কোভিড পজিটিভ; সকলোকে সজাগ হ’বলৈ আহ্বান

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 24, 2021 5:10 pm
jub
885
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ চাৰিওদিশে এতিয়া ক’ৰ’নাৰ ত্ৰাস। দৈনিক গড়ে দুহেজাৰতকৈ অধিক লোক আক্ৰান্ত হৈছে ক’ৰ’নাত।

তেনে সময়তে জনপ্ৰিয় কন্ঠশিল্পী জুবলি বৰুৱা ক’ৰ’নাত আক্ৰান্ত হৈছে।

এক ফেইচবুক পোষ্টযোগে জুবলিয়ে জনাইছে এই কথা।

বিয়লি ভাগত তেওঁৰ দেহত ধৰা পৰে মাৰাত্মক কোভিড-১৯ ভাইৰাছৰ উপস্থিতি।

অৱশ্যে, তেওঁ ক’ত চিকিৎসাধীন হৈ আছে সেই কথা ফেইচবুক পোষ্টত উল্লেখ কৰা নাই।

ফেইচবুক পোষ্টত তেওঁ উল্লেখ কৰা মতে তেওঁৰ দেহ বৰ্তমান সুস্থিৰ যদিও সামান্য পৰিমাণৰ মূৰৰ বিষ আৰু দুৰ্বলতা আছে।

তেওঁ লগতে লিখি কয় কয় ‘মই যিহেতু বহু জন সমাগমৰ মাজত মোৰ সংগীতানুষ্ঠান কৰিছিলো গতিকে মোৰ পৰা যাতে বেলেগলৈ নিবিয়পে সেই কথা ভাবি আজি টেষ্ট কৰাইছিলো।‘

উক্ত ফেইচবুক পোষ্টৰ জৰিয়তে তেওঁৰ সংস্পৰ্শলৈ যোৱা ৬-৭ দিনৰ ভিতৰত অহা সকলোকে কোভিড টেষ্ট কৰাবলৈ আহ্বান জনায়।

টেষ্ট কৰালে কোনো যদি পিজিটিভ আহে তেন্তে ভয় খাবলৈ তেওঁ মানা কৰাৰ লগতে সকলোকে সজাগ হৈ থাকিবলৈ জুবলিয়ে অনুৰোধ জনায়।

উল্লেখ্য ১৭ এপ্ৰিলত গায়িকাগৰাকীয়ে গুৱাহাটীৰ সোণাৰাম খেলপথাৰত সংগীতানুষ্ঠান পৰিবেশন কৰিছিল বুলি জানিব পৰা গৈছে।

Recent News

মাতৃৰ কোলাত উঠিয়েই স্নাতক ডিগ্ৰী লাভ কৰিলে যোৰহাটৰ বিষ্ণুপ্ৰিয়াই

মাতৃৰ কোলাত উঠিয়েই স্নাতক ডিগ্ৰী লাভ কৰিলে যোৰহাটৰ বিষ্ণুপ্ৰিয়াই

পেহেলগামৰ আক্ৰমণকাৰীক আশ্ৰয় দি NIA-ৰ জালত দুজন, চিনাক্ত হৈছে তিনি লস্কৰ-ই তৈয়বাৰ সন্ত্ৰাসবাদী

পেহেলগামৰ আক্ৰমণকাৰীক আশ্ৰয় দি NIA-ৰ জালত দুজন, চিনাক্ত হৈছে তিনি লস্কৰ-ই তৈয়বাৰ সন্ত্ৰাসবাদী

গাজা-ইৰাণত ইজৰাইলৰ আক্ৰমণক লৈ ভাৰত চৰকাৰ ‘মৌন’, সৰৱ ছোনিয়া গান্ধী

গাজা-ইৰাণত ইজৰাইলৰ আক্ৰমণক লৈ ভাৰত চৰকাৰ ‘মৌন’, সৰৱ ছোনিয়া গান্ধী

এসময়ত আছিল মুকেশ আম্বানীৰ ‘সোঁহাত’, ৭৫ কোটিৰ দৰমহা এৰি বাছি ল’লে আন এক জীৱন, কিয়?

এসময়ত আছিল মুকেশ আম্বানীৰ ‘সোঁহাত’, ৭৫ কোটিৰ দৰমহা এৰি বাছি ল’লে আন এক জীৱন, কিয়?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd