• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভোজপুৰী সংগীতলৈ আগবঢ়োৱা অৱদানৰ বাবে কল্পনা পাটোৱাৰীলৈ বিশেষ সন্মান

এন ই নাও নিউজ by এন ই নাও নিউজ
January 26, 2019 8:24 am
k-3-750x375
2.8k
VIEWS
Share on FacebookShare on Twitter

ভোজপুৰী আৰু ভিখাৰী ঠাকুৰ লোকসংগীতলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে  অসমৰ গায়িকা কল্পনা পাটোৱাৰীলৈ আগবঢ়োৱা হৈছে সন্মান। ভোজপুৰী সংগীতৰ ৰাণীগৰাকীক বঁটাটো প্ৰদান কৰে ঝাৰখণ্ডৰ মুখ্য মন্ত্ৰী ৰঘূবৰ দাস আৰু বাগ ফিল্মছ এণ্ড মেডিয়া লিমিটেডৰ (BAG Films and Media Limited) স্বত্বাধিকাৰী অনুৰাধা শুক্লাই। বাগ ফিল্মছ এণ্ড মেডিয়া লিমিটেড হৈছে প্ৰতিষ্ঠিত মেডিয়া কোম্পানী। এই কোম্পানী নিউজ-২৪ এণ্ড ই-২৪ৰ গৰাকী।

বৰপেটা জিলাৰ সৰভোগৰ বাসিন্দা এই সংগীত শিল্পীগৰাকীয়ে ভালেমান জনপ্ৰিয় ভোজপুৰী সংগীত পৰিৱেশন কৰিছে। কল্পনা পাটোৱাৰীয়ে ভোজপুৰী শ্বে’কছপীয়াৰ হিচাপে খ্যাত গীতিকাৰ আৰু গায়ক ভিখাৰী ঠাকুৰৰ কৰ্মৰাজীৰ ওপৰত যথেষ্ট কাম কৰিছে।

তেওঁৰ দেউতাক বিপিন পাটোৱাৰীয়ে কল্পনাক কামৰূপীয়া আৰু গোৱালপৰীয়া লোকগীতৰ প্ৰশিক্ষণ প্ৰদান কৰিছিল। উল্লেখ্য যে ২০০৮ চনত এনডিটিভি ইমাজিনত সম্প্ৰচাৰিত হোৱা ৰিয়েলিটী শ্ব’ ‘জুনুন-কুছ কৰ দিখানে কা’ত অংশগ্ৰহণ কৰি নিজৰ প্ৰতিভাৰ পৰিচয় দিছিল।

Recent News

ব্ৰিটেইনৰ সংসদীয় প্ৰতিবেদন প্ৰত্যাখ্যান কৰিলে ভাৰতে! আন্তঃৰাষ্ট্ৰীয় দমনৰ অভিযোগ অস্বীকাৰ

ব্ৰিটেইনৰ সংসদীয় প্ৰতিবেদন প্ৰত্যাখ্যান কৰিলে ভাৰতে! আন্তঃৰাষ্ট্ৰীয় দমনৰ অভিযোগ অস্বীকাৰ

জন্ম পালে বিশ্বৰ আটাইতকৈ বয়সীয়াল সন্তান! ৩০ বছৰীয়া নৱজাতকে কোলা শুৱনি কৰিলে দম্পতীৰ

জন্ম পালে বিশ্বৰ আটাইতকৈ বয়সীয়াল সন্তান! ৩০ বছৰীয়া নৱজাতকে কোলা শুৱনি কৰিলে দম্পতীৰ

ইলন মাস্কৰ টেছলাক ২৪৩ মিলিয়ন ডলাৰ জৰিমনা

ইলন মাস্কৰ টেছলাক ২৪৩ মিলিয়ন ডলাৰ জৰিমনা

ভাৰতৰ মানচিত্ৰৰ পৰা অন্তৰ্ধান হ’ব পাৰে হিমাচল প্ৰদেশ! বাৰম্বাৰ হোৱা বানপানী আৰু ভূমিস্খলনৰ বাবে আশংকা উচ্চতম ন্যায়ালয়ৰ

ভাৰতৰ মানচিত্ৰৰ পৰা অন্তৰ্ধান হ’ব পাৰে হিমাচল প্ৰদেশ! বাৰম্বাৰ হোৱা বানপানী আৰু ভূমিস্খলনৰ বাবে আশংকা উচ্চতম ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd