• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৩২০০ কোটি টকাৰ আবকাৰী দুৰ্নীতি! অন্ধ্ৰত গ্ৰেপ্তাৰ জগন ৰেড্ডীৰ দলৰ সাংসদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 20, 2025 3:51 pm
48
VIEWS
Share on FacebookShare on Twitter

কিছুদিন পূৰ্বে উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ত অগ্ৰিম জামিন আবেদন নাকচ কৰা হৈছিল। ফলত অন্ধ্ৰ প্ৰদেশ ৱাইএছআৰ কংগ্ৰেছৰ সাংসদ পি বি মিধুন ৰেড্ডীক গ্ৰেপ্তাৰ হ’ব পাৰে বুলি আশংকা সৃষ্টি হৈছিল। শনিবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী জগন ৰেড্ডীৰ দলৰ এজন সাংসদ গ্ৰেপ্তাৰ হোৱাৰ লগে লগে আশংকা কৰা হয়। আবকাৰী দুৰ্নীতিৰ গোচৰত ৩২০০ কোটি টকাৰ দুৰ্নীতিৰ অভিযোগত শনিবাৰে মিধুন ৰেড্ডীক ৭ ঘণ্টা ধৰি জেৰা কৰে ‘বিশেষ তদন্তকাৰী দল’ বা ‘এছ আই টি’য়ে। ইয়াৰ পাছতে তেওঁক গ্ৰেপ্তাৰ কৰা বুলি ঘোষণা কৰা হয়।

তদন্তকাৰীৰ মতে, জগন মোহন ৰেড্ডীয়ে মুখ্যমন্ত্ৰী হৈ থকাৰ সময়তে ৰাজ্যত নতুন আবকাৰী নীতি ঘোষণা কৰিছিল। সেই নীতিৰ ফলত ব্যাপক দুৰ্নীতিৰ সৃষ্টি হয়। প্ৰায় ৩২০০ কোটি টকীয়া এই দুৰ্নীতিত সুৰা প্ৰস্তুতকাৰী কোম্পানীৰ পৰা বৃহৎ পৰিমাণৰ উৎকোচ লোৱা হৈছিল আৰু তেওঁলোকক সুবিধা দিয়া হৈছিল। সেই ধন স্থানান্তৰ কৰিবলৈ এটা ভুৱা কোম্পানী সৃষ্টি কৰা হ’ল আৰু তাৰ সৈতে বিত্তীয় লেনদেন কৰা হ’ল। ৱাই ভেংকটেশ্বৰ নামৰ এজন ব্যক্তিৰ অভিযোগৰ ভিত্তিত এই সমগ্ৰ ঘটনা পোহৰলৈ আহে। ৰাজ্যত চৰকাৰ সলনি হোৱাৰ পাছত চন্দ্ৰবাবু নাইডুৰ চৰকাৰে এই গোচৰৰ তদন্তৰ বাবে এখন আসন গঠন কৰে। ভেংকটেশৰ অভিযোগৰ ভিত্তিত পোহৰলৈ আহিল যে নতুন আৰু নকল সুৰা নিৰ্মাণ কোম্পানীৰ পৰা সুৰা ক্ৰয় কৰি বিক্ৰী কৰিবলৈ দিয়া হৈছে। আৰু ৱাই এছ আৰ কংগ্ৰেছৰ নেতাৰ ঘনিষ্ঠ সংগঠনে সেই কাম কৰিছিল।

ইতিমধ্যে এই গোচৰত ধনঞ্জয় ৰেড্ডী, কৃষ্ণ মোহন ৰেড্ডী, বালাজী গোপিণ্ডপ্পা নামৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে এছ আই টিয়ে। সেই ভিত্তিত শনিবাৰে সাংসদ পি বি মিধুন ৰেড্ডীক ৭ ঘণ্টা ধৰি জেৰা কৰা হয়। তদন্তকাৰীয়ে দাবী কৰিছে যে জেৰাৰ সময়ত আবকাৰী পলিচীত জালিয়াতি আৰু ভুৱা কোম্পানী খোলাৰ জৰিয়তে ধনৰ লেনদেনকে ধৰি কেইবাটাও বিষয়ৰ ওপৰত গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে। সেই ভিত্তিতে মিধুন ৰেড্ডীক গ্ৰেপ্তাৰ কৰা হয়।

ইফালে বিৰোধী দল ৱাই এছ আৰ কংগ্ৰেছে চন্দ্ৰবাবু নাইডুক ৰাজনৈতিক ষড়যন্ত্ৰ আৰু প্ৰতিশোধমূলক ৰাজনীতিৰ অভিযোগ উত্থাপন কৰিছে। মুখ্যমন্ত্ৰী জগন ৰেড্ডীৰ ঘনিষ্ঠ সহযোগীসকলৰ বিৰুদ্ধে ভুৱা গোচৰ ৰুজু কৰি মুখ্যমন্ত্ৰী নাইডুৱে ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও দলৰ নেতা মালাদী বিষ্ণুৱে কয় যে, আমি অতি সোনকালে নাইডুৰ এই ষড়যন্ত্ৰ উদঙাই দিম।

Recent News

ঋণৰ বোজা সহিব নোৱাৰি সৰ্বনাশী কাণ্ড : তিনি সন্তানক বিহ খুৱাই হত্যা কৰি পিতৃ-মাতৃয়েও ল’লে চৰম সিদ্ধান্ত

ঋণৰ বোজা সহিব নোৱাৰি সৰ্বনাশী কাণ্ড : তিনি সন্তানক বিহ খুৱাই হত্যা কৰি পিতৃ-মাতৃয়েও ল’লে চৰম সিদ্ধান্ত

৩২০০ কোটি টকাৰ আবকাৰী দুৰ্নীতি! অন্ধ্ৰত গ্ৰেপ্তাৰ জগন ৰেড্ডীৰ দলৰ সাংসদ

৩২০০ কোটি টকাৰ আবকাৰী দুৰ্নীতি! অন্ধ্ৰত গ্ৰেপ্তাৰ জগন ৰেড্ডীৰ দলৰ সাংসদ

অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণাৰ দাবী! সীমান্ত উত্তেজনা সমাধানৰ পৰামৰ্শ চিপিআইৰ

অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণাৰ দাবী! সীমান্ত উত্তেজনা সমাধানৰ পৰামৰ্শ চিপিআইৰ

গুৱাহাটীত গ্ৰেপ্তাৰ পত্নীক হত্যাৰ অভিযোগত অভিযুক্ত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ষ্টেচন মাষ্টৰ

গুৱাহাটীত গ্ৰেপ্তাৰ পত্নীক হত্যাৰ অভিযোগত অভিযুক্ত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ষ্টেচন মাষ্টৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd