• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত শিৱসাগৰ পৌৰসভাই নামাকৰণ কৰিলে এটা পথ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
September 4, 2018 7:08 am
noted-athlete-bhogeswar-baruah-being-felicitated-219975

ফাইল ফটো : অৰ্জুন ভোগেশ্বৰ বৰুৱা

314
VIEWS
Share on FacebookShare on Twitter

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্ম দিৱস উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে সোমবাৰে শিৱসাগৰতো পালন কৰা হয় অভিৰুচি ক্ৰীড়া দিৱস। শিৱসাগৰৰ সন্তান তথা অসমৰ প্ৰথমজন অৰ্জুন বঁটাৰে সন্মানিত ভোগেশ্বৰ বৰুৱাই ১৯৬৬ চনৰ এছিয়ান গেইমছত ৮০০ মিটাৰ দৌৰৰ পুৰুষৰ শাখাত সোণৰ পদক কঢ়িয়াই আনি অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছিল।

সোমবাৰে  শিৱসাগৰত ৰংপুৰ জ্যোতি ক্লাবৰ উদ্যোগত আৰু শিৱসাগৰ ক্ৰীড়া প্ৰেমী ৰাইজৰ সহযোগত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়।

পুৱা ৰংপুৰ জ্যোতি ক্লাবৰ চৌহদত পতাকা উত্তোলন কৰে প্ৰাক্তন পৌৰপতি ৰাণা খানে। বন্তি প্ৰজ্বলন আৰু অলিম্পিক শিখা প্ৰজ্বলন কৰে ক্ৰমে প্ৰদীপ বুঢ়াগোহাঁই আৰু প্ৰণৱ দাসে। ইয়াৰ পাছতেই সামূহিক দৌৰ আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়।

উল্লেখযোগ্য যে কালিৰ দিনটোতে শিৱসাগৰ পৌৰসভাই এইজনা মহান খেলুৱৈ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত নগৰৰ এটা পথ নামাকৰণ কৰে। এতিয়াৰে পৰা এ টি এম ৰ’ডৰ পৰা পিয়লি ফুকন ষ্টেডিয়ামলৈ যোৱা পথ টো “অৰ্জুন ভোগেশ্বৰ বৰুৱা পথ” নামেৰে জনা যাব।

Recent News

মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ ধৰ্ম সোধোতে নিঃপালি দি শুই আছিল নেকি ৰাজদ্বীপ বাইলুং?

মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ ধৰ্ম সোধোতে নিঃপালি দি শুই আছিল নেকি ৰাজদ্বীপ বাইলুং?

ওড়িশাৰ পিছত এইবাৰ উত্তৰ প্ৰদেশত… নয়ডাৰ এখন কলেজত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ আত্ম*হনন

ওড়িশাৰ পিছত এইবাৰ উত্তৰ প্ৰদেশত… নয়ডাৰ এখন কলেজত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ আত্ম*হনন

বজালীত লোমহৰ্ষক ঘটনা : প্ৰাক্তন প্ৰেমিকে ধৰ্ষণ কৰি হত্যা কৰিলে ১৯ বছৰীয়া যুৱতীক

বজালীত লোমহৰ্ষক ঘটনা : প্ৰাক্তন প্ৰেমিকে ধৰ্ষণ কৰি হত্যা কৰিলে ১৯ বছৰীয়া যুৱতীক

যৌন সম্পৰ্ক স্থাপন কৰি ব্লেকমেইল; ৯ বৌদ্ধ সন্যাসীৰ পৰা কোটি কোটি টকা সৰকালে সুন্দৰীয়ে!

যৌন সম্পৰ্ক স্থাপন কৰি ব্লেকমেইল; ৯ বৌদ্ধ সন্যাসীৰ পৰা কোটি কোটি টকা সৰকালে সুন্দৰীয়ে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd