• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

AHSEC HS Resiult 2024: ফলাফল ওলাল, বিসংগতি নাতৰিল; তথ্য বিভ্ৰাট নে ডিজিটেলৰ ভুত!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 9, 2024 11:19 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে আজি ডিজিটেল ৰূপত প্ৰকাশ কৰিলে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল। কিন্তু সেই ফলাফলৰ তথ্যসমূহত বিসংগতি নাতৰিল।পৰীক্ষাৰ ফলাফ লত তিনিটা শাখাৰ কোনটো শাখাত কিমান শতাংশ ছাত্ৰ-ছাত্ৰী উৰ্ত্তীণ হ’ল, তাৰ সঠিক তথ্য দিয়াতো ব্যৰ্থ হল সংসদ।

পৰীক্ষাত জিলা অনুসৰি উৰ্ত্তীণ হাৰৰ যিখন তালিকা সংসদে প্ৰস্তুত কৰিছে তাত কলা শাখাত পৰীক্ষাত অৱৰ্তীণ হোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা উল্লেখ আছে- ২০০৪৯৫ গৰাকী। সংসদৰ ডিজিটেল সংস্কৰণৰ ফলাফলৰ ১০নম্বৰ পৃষ্ঠাত উল্লেখ কৰা এই তথ্য অনুসৰি কলা শাখাত উৰ্ত্তীণৰ হাৰ- ৮৯.১৮শতাংশ। ইয়াৰে ৪০হাজাৰ ৪৯৯গৰাকীয়ে প্ৰথম স্থান, ৬৫৫৩২গৰাকীয়ে দ্বিতীয় স্থান আৰু ৭২৭৭৫গৰাকীয়ে তৃতীয় স্থান লাভ কৰিছে। মুঠ ১৭৮৮০৬গৰাকী উৰ্ত্তীণ হোৱা বুলি উল্লেখ কৰিছে।

আনহাতে, Abstract Results of higher secondary examination, 2024/ ARTS STREAM শীৰ্ষক তথ্যত একেখন ফলাফল বুকলেটৰ ৩১নং পৃষ্ঠাত সম্পূৰ্ণ পৃথক তথ্য দাঙি ধৰা হৈছে। ইয়াত উচ্চতৰ মাধ্যমিকৰ কলা শাখাত ২০২৪ত অৱৰ্তীণ হোৱা মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা উল্লেখ কৰা আছে- ২০১০৮৯গৰাকী। ইয়াৰে ৪১১৩৩গৰাকীয়ে প্ৰথম স্থান, ৬৪৪০৮ গৰাকীয়ে দ্বিতীয় স্থান আৰু ৬৯৮৯০গৰাকীয়ে তৃতীয় স্থান পোৱা বুলি উল্লেখ কৰা হৈছে। ২০২৪ত কলা শাখাত উৰ্ত্তীণৰ হাৰ ৮৩.৪৮শতাংশ বুলি উল্লেখ কৰা হৈছে ।

লগতে পঢ়কঃ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা; কলাত ৮৯.১৮, বিজ্ঞানত ৮৯.৮৮ আৰু বাণিজ্যত ৮৭.৮০ শতাংশ উত্তীৰ্ণ

সেইদৰে, বিজ্ঞান শাখাত জিলা পৰ্যায়ত উৰ্ত্তীণৰ হাৰ এই বুকলেটৰ ১১পৃষ্ঠাত  উল্লেখ কৰা তথ্য মতে অৱৰ্তীণ পৰীক্ষাৰ্থীৰ সংখ্যা ৫৪৪৬০গৰাকী। ইয়াৰে ২৩৫৫২গৰাকীয়ে প্ৰথম বিভাগ, ১৭৩৩৯গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ৮০৬২গৰাকীয়ে তৃতীয় বিভাগত উৰ্ত্তীণ হৈছে। উৰ্ত্তীণৰ সংখ্যা ৪৮৯৫৩ আৰু উৰ্ত্তীণৰ হাৰ ৮৯.৮৮শতাংশ।

ইফালে এই বুকলেটৰ ৬৮৩নং পৃষ্ঠাত Abstract Results of higher secondary examination, 2024/ SCIENCE STREAM উল্লেখ থকা তথ্য মতে বিজ্ঞান শাখাত অৱৰ্তীণ হোৱা মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা ৫৪৫৫২গৰাকী। ইয়াৰে ২৫৪৩৭গৰাকী প্ৰথম বিভাগ, ১৮২০২গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ৫৫৪৯গৰাকীয়ে তৃতীয় স্থান পোৱা বুলি উল্লেখ কৰিছে। এই তথ্য মতে, বিজ্ঞান শাখাত উৰ্ত্তীণৰ হাৰ ৯০.২৯শতাংশ।

আনহাতে, বাণিজ্য শাখাত জিলা পৰ্যায়ৰ উৰ্ত্তীণৰ হাৰ উল্লেখ কৰা এই বুকলেটৰ ১২নং পৃষ্ঠাৰ তথ্য অনুসৰি বাণিজ্য শাখাত মুঠ ১৭৩০৭গৰাকী শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱৰ্তীণ হৈছিল। ইয়াৰে ৫৯১৫গৰাকীয়ে প্ৰথম বিভাগ, ৬০৮৭গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ৩১৯৪গৰাকীয়ে তৃতীয় বিভাগত উৰ্ত্তীণ হৈছে। সেই মতে, বাণিজ্য শাখাত উৰ্ত্তীণৰ হাৰ ৮৭.৮০শতাংশ।

কিন্তু, বুকলেটৰ ৯৩১পৃষ্ঠাত Abstract Results of higher secondary examination, 2024/ COMMERCE STREAM উল্লেখ কৰা মতে, বাণিজ্য শাখাত অৱৰ্তীণ হোৱ মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা ১৭৩৯৫গৰাকী। ইয়াৰে প্ৰথম বিভাগত ৬১৯২গৰাকী, দ্বিতীয় বিভাগত ৬০৫২গৰাকী আৰু তৃতীয় বিভাগত ৩১১২গৰাকী উৰ্ত্তীণ হোৱা বুলি কোৱা হৈছে। সেই মতে, বাণিজ্য শাখাত উৰ্ত্তীণৰ হাৰ ৮৭.২৭শতাংশ ।

লগতে পঢ়কঃ AHSEC HS Resiult 2024: কলা শাখাত শীৰ্ষত বাক্সা, বিজ্ঞানত শীৰ্ষত তামুলপুৰ আৰু বাণিজ্যত শীৰ্ষত শিৱসাগৰ জিলা

এয়া বিসংগতি নে আন কিবা? একেখন বুকলেটতে পৰিসংখ্যাৰ ইমান খেলিমেলি কিয়? খৰধৰকৈ ফলাফল ঘোষণাৰ দৌৰতে এনে বিভ্ৰাট ঘটিল! বহুতেই এই ফলাফলক লৈ সন্দেহ প্ৰকাশ কৰাৰ বাবে আগবাঢি়ছে। কিয়নো সংসদৰ আগৰ কীৰ্তি-কাহিনীবোৰ সন্তোষজনক নাছিল!

একেখন বুকলেটতে একেটা শাখাতে উৰ্ত্তীণৰ হাৰ, অৱৰ্তীণ হোৱা পৰীক্ষাৰ্থী, প্ৰথম বিভাগত উৰ্ত্তীণ হোৱা শিক্ষাৰ্থীৰ পৰিসংখ্যা বিসংগতিপূৰ্ণ। এয়া চৰম লজ্জাজনক। স্বাভাৱিকতে সংসদৰ কামৰ নিষ্ঠাৰ ওপৰতো প্ৰশ্ন উঠিছে। ছপাৰ ভুলৰ অজুহাত পুৰণি হ’ল, তেনেহলে এয়া কি ডিজিটেলৰ ভুত!

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm
প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

September 13, 2025 6:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd