• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Independence day 2024: স্বাধীনতা দিৱস উপলক্ষ্যে কেইটামান বহু বিকল্পী প্ৰশ্ন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 15, 2024 7:54 am
ভাৰতৰ জাতীয় পতাকা।

ভাৰতৰ জাতীয় পতাকা।

458
VIEWS
Share on FacebookShare on Twitter

ফুলগুৰি কৃষক বিদ্ৰোহ কেতিয়া হৈছিল?

  • ১৮৬১ চনত (১৮ অক্টোবৰ)
  • ১৮৬২ চনত (১৮ অক্টোবৰ)
  • ১৮৬৩ চনত (১৮ অক্টোবৰ)
  • ১৮৬৪ চনত (১৮ অক্টোবৰ)

পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল?

  • ১৮৯৭ চনৰ ২৮ জানুৱাৰীত।
  • ১৮৯৮ চনৰ ২৮ জানুৱাৰীত।
  • ১৮৯৯ চনৰ ২৮ জানুৱাৰীত।
  • ১৯০০ চনৰ ২৮ জানুৱাৰীত।

কুশল কোঁৱৰক কেতিয়া ফাঁচী দিয়া হৈছিল?

  • ১৮২১ চনত
  • ১৮২২ চনত
  • ১৯৪২ চনত
  • ১৯৪৩ চনত

সদৌ অসম ৰায়ত সভা কেতিয়া গঠন হৈছিল?

  • ১৮৩০ চনত
  • ১৮৩১ চনত
  • ১৮৩৩ চনত
  • ১৮৩৪ চনত

অসম প্রদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল?

  • কুলধৰ চলিহা
  • তৰুণৰাম ফুকন
  • গোপীনাথ বৰদলৈ
  • দেৱকান্ত বৰুৱা

দাণ্ডিযাত্ৰাত অংশগ্ৰহণ কৰা অসমীয়া ব্যক্তিজন কোন আছিল?

  • লীলাধৰ বৰুৱা
  • চন্দ্ৰধৰ বৰুৱা
  • বিষ্ণু প্ৰসাদ ৰাভা
  • কমলাকান্ত ভট্টাচাৰ্য

কোনজন অসমীয়াই ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰিছিল?

  • চন্দ্ৰধৰ বৰুৱা।
  • লীলাধৰ বৰুৱা।
  • পদ্মনাথ গোহাঁই বৰুৱা।
  • জগন্নাথ বৰুৱা।

গোপীনাথ বৰদলৈ কেতিয়া অসমৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল?

  • ১৯৪৫ চনত।
  • ১৯৪৬ চনত।
  • ১৯৪৭ চনত।
  • ১৯৪৮ চনত।

পিয়লি ফুকনৰ লগত একেলগে কোনজন ব্যক্তিক ফাঁচী দিয়া হৈছিল?

  • মণিৰাম দেৱান।
  • পিয়লি বৰুৱা।
  • গমধৰ কোঁৱৰ।
  • জীউৰাম দুলীয়া বৰুৱা।

“ইয়ং ইণ্ডিয়া” কাকতত “লভলী আসাম” শীৰ্ষক প্ৰৱন্ধটো কোনে লিখিছিল?

  • জৱাহৰলাল নেহেৰু।
  • চাভাৰকাৰ।
  • মহাত্মা গান্ধী।
  • লাল বাহাদুৰ শাস্ত্ৰী।

মহাত্মা গান্ধী পোনপ্ৰথম বাৰৰ বাবে কেতিয়া আহিছিল?

  • ১৯১৯ চনত।
  • ১৯২০ চনত।
  • ১৯২১ চনত।
  • ১৯২২ চনত।

মহাত্মা গান্ধীয়ে অসমৰ কোন জিলাত হৰিজন নামঘৰ স্থাপন কৰিছিল?

  • শিৱসাগৰ।
  • কামৰূপ।
  • নগাঁও।
  • যোৰহাট।

আহোমৰ শেষৰজন ৰজা কোন আছিল?

  • চক্ৰধৰ সিংহ।
  • দয়াদিত্য সিংহ।
  • পুৰন্দৰ সিংহ।
  • লক্ষ্মী হিংহ।

বৃটিছ অসমলৈ অহাৰ আগলৈকে অসমৰ ৰাজধানী কি আছিল?

  • ৰংপুৰ।
  • গড়গাঁও।
  • শ্বিলং।
  • যোৰহাট।

মৃত্যুবাহিনী কোনে গঠন কৰিছিল?

  • পুস্পলতা দাস।
  • কনকলতা বৰুৱা।
  • ইন্দিৰা মিৰি।
  • ৰত্নেশ্বৰী ফুকননী।

ভোগেশ্বৰী ফুকননীক কেতিয়া গুলীয়াই হত্যা কৰা হৈছিল?

  • ১৯৪২ চনত।
  • ১৯৪৭ চনত।
  • ১৯৪০ চনত।
  • ১৯২০ চনত।

পাণ্ডুত কিমান চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশত অনুষ্ঠিত হৈছিল?

  • ১৯২৩ চনত।
  • ১৯২৪ চনত।
  • ১৯২৫ চনত।
  • ১৯২৬ চনত।

কোনগৰাকী নাৰীক জৱাহৰলাল নেহৰুয়ে “ৰাণী” উপাধি প্ৰদান কৰিছিল?

  • কনকলতা বৰুৱা।
  • চন্দ্ৰপ্ৰভা শইকীয়ানী।
  • পুস্পলতা দাস।
  • খহুলী দেৱী।

 

Recent News

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

ৰঙিয়াত জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ কোম্পানীয়ে এদিনতে কিনিলে ৩৯ বিঘা ৩ কঠা ১৬ লেচা ভূমি : মন্ত্ৰী হোৱাৰ পিছত মন্ত্ৰী পত্নীৰ ক্ৰয় ৭৫ বিঘা ৩ কঠা ১৬ লেচা ভূমি

ৰঙিয়াত জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ কোম্পানীয়ে এদিনতে কিনিলে ৩৯ বিঘা ৩ কঠা ১৬ লেচা ভূমি : মন্ত্ৰী হোৱাৰ পিছত মন্ত্ৰী পত্নীৰ ক্ৰয় ৭৫ বিঘা ৩ কঠা ১৬ লেচা ভূমি

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd