• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Independence day 2024: স্বাধীনতা দিৱস উপলক্ষ্যে কেইটামান বহু বিকল্পী প্ৰশ্ন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 15, 2024 7:54 am
ভাৰতৰ জাতীয় পতাকা।

ভাৰতৰ জাতীয় পতাকা।

102
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফুলগুৰি কৃষক বিদ্ৰোহ কেতিয়া হৈছিল?

  • ১৮৬১ চনত (১৮ অক্টোবৰ)
  • ১৮৬২ চনত (১৮ অক্টোবৰ)
  • ১৮৬৩ চনত (১৮ অক্টোবৰ)
  • ১৮৬৪ চনত (১৮ অক্টোবৰ)

পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল?

  • ১৮৯৭ চনৰ ২৮ জানুৱাৰীত।
  • ১৮৯৮ চনৰ ২৮ জানুৱাৰীত।
  • ১৮৯৯ চনৰ ২৮ জানুৱাৰীত।
  • ১৯০০ চনৰ ২৮ জানুৱাৰীত।

কুশল কোঁৱৰক কেতিয়া ফাঁচী দিয়া হৈছিল?

  • ১৮২১ চনত
  • ১৮২২ চনত
  • ১৯৪২ চনত
  • ১৯৪৩ চনত

সদৌ অসম ৰায়ত সভা কেতিয়া গঠন হৈছিল?

  • ১৮৩০ চনত
  • ১৮৩১ চনত
  • ১৮৩৩ চনত
  • ১৮৩৪ চনত

অসম প্রদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল?

  • কুলধৰ চলিহা
  • তৰুণৰাম ফুকন
  • গোপীনাথ বৰদলৈ
  • দেৱকান্ত বৰুৱা

দাণ্ডিযাত্ৰাত অংশগ্ৰহণ কৰা অসমীয়া ব্যক্তিজন কোন আছিল?

  • লীলাধৰ বৰুৱা
  • চন্দ্ৰধৰ বৰুৱা
  • বিষ্ণু প্ৰসাদ ৰাভা
  • কমলাকান্ত ভট্টাচাৰ্য

কোনজন অসমীয়াই ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰিছিল?

  • চন্দ্ৰধৰ বৰুৱা।
  • লীলাধৰ বৰুৱা।
  • পদ্মনাথ গোহাঁই বৰুৱা।
  • জগন্নাথ বৰুৱা।

গোপীনাথ বৰদলৈ কেতিয়া অসমৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল?

  • ১৯৪৫ চনত।
  • ১৯৪৬ চনত।
  • ১৯৪৭ চনত।
  • ১৯৪৮ চনত।

পিয়লি ফুকনৰ লগত একেলগে কোনজন ব্যক্তিক ফাঁচী দিয়া হৈছিল?

  • মণিৰাম দেৱান।
  • পিয়লি বৰুৱা।
  • গমধৰ কোঁৱৰ।
  • জীউৰাম দুলীয়া বৰুৱা।

“ইয়ং ইণ্ডিয়া” কাকতত “লভলী আসাম” শীৰ্ষক প্ৰৱন্ধটো কোনে লিখিছিল?

  • জৱাহৰলাল নেহেৰু।
  • চাভাৰকাৰ।
  • মহাত্মা গান্ধী।
  • লাল বাহাদুৰ শাস্ত্ৰী।

মহাত্মা গান্ধী পোনপ্ৰথম বাৰৰ বাবে কেতিয়া আহিছিল?

  • ১৯১৯ চনত।
  • ১৯২০ চনত।
  • ১৯২১ চনত।
  • ১৯২২ চনত।

মহাত্মা গান্ধীয়ে অসমৰ কোন জিলাত হৰিজন নামঘৰ স্থাপন কৰিছিল?

  • শিৱসাগৰ।
  • কামৰূপ।
  • নগাঁও।
  • যোৰহাট।

আহোমৰ শেষৰজন ৰজা কোন আছিল?

  • চক্ৰধৰ সিংহ।
  • দয়াদিত্য সিংহ।
  • পুৰন্দৰ সিংহ।
  • লক্ষ্মী হিংহ।

বৃটিছ অসমলৈ অহাৰ আগলৈকে অসমৰ ৰাজধানী কি আছিল?

  • ৰংপুৰ।
  • গড়গাঁও।
  • শ্বিলং।
  • যোৰহাট।

মৃত্যুবাহিনী কোনে গঠন কৰিছিল?

  • পুস্পলতা দাস।
  • কনকলতা বৰুৱা।
  • ইন্দিৰা মিৰি।
  • ৰত্নেশ্বৰী ফুকননী।

ভোগেশ্বৰী ফুকননীক কেতিয়া গুলীয়াই হত্যা কৰা হৈছিল?

  • ১৯৪২ চনত।
  • ১৯৪৭ চনত।
  • ১৯৪০ চনত।
  • ১৯২০ চনত।

পাণ্ডুত কিমান চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশত অনুষ্ঠিত হৈছিল?

  • ১৯২৩ চনত।
  • ১৯২৪ চনত।
  • ১৯২৫ চনত।
  • ১৯২৬ চনত।

কোনগৰাকী নাৰীক জৱাহৰলাল নেহৰুয়ে “ৰাণী” উপাধি প্ৰদান কৰিছিল?

  • কনকলতা বৰুৱা।
  • চন্দ্ৰপ্ৰভা শইকীয়ানী।
  • পুস্পলতা দাস।
  • খহুলী দেৱী।

 

Apply Now
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd