• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উৰণৰ পিছতে ভাঙি পৰিল বিমান! দক্ষিণ চুডানৰ তৈল খনিত এজন ভাৰতীয়কে ধৰি ২০ জনৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 30, 2025 11:23 am
134
VIEWS
Share on FacebookShare on Twitter

আফ্ৰিকাৰ দক্ষিণ চুডানৰ বিমানবন্দৰত দুৰ্ঘটনাগ্ৰস্ত হয় এখন যাত্ৰীবাহী বিমান। বুধবাৰে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় আৰু বিমানখনত ২১ জন যাত্ৰী আৰু বিমানকৰ্মী আছিল। এজনৰ বাহিৰে বাকী সকলো নিহত হৈছে।

দক্ষিণ চুডানত ৰাষ্ট্ৰসংঘৰ মিছনে জনোৱা মতে, ইউনিটি ৰাজ্যৰ তৈলক্ষেত্ৰৰ ৰাণৱেৰ পৰা ৰাজধানী জুবা অভিমুখী বিমানখন উৰণৰ কিছু সময়ৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত হয়।

বিবিচিয়ে প্ৰকাশ কৰা এক প্ৰতিবেদনত দাবী কৰা হৈছে যে মৃত যাত্ৰীসকলৰ ভিতৰত এজন ভাৰতীয়ও আছে। সংবাদ সংস্থাৰ বাতৰি অনুসৰি স্থানীয় সময় দিনৰ প্ৰায় ১০:৩০ বজাত বিমানবন্দৰৰ পৰা ৫০০ মিটাৰ দূৰত্বত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়।

দক্ষিণ চুডান চৰকাৰে বিমানখনৰ পাইলট আৰু সহ-পাইলটৰো এই দুৰ্ঘটনাত মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে। বাকীবোৰ সকলো সেই তৈলখাদৰ শ্ৰমিক।

বিগত কেইবছৰত যুদ্ধবিধ্বস্ত দক্ষিণ চুডানত কেইবাখনো বিমান দুৰ্ঘটনা সংঘটিত হৈছে। ২০১৮ চনৰ ছেপ্টেম্বৰ মাহত জুবাৰ পৰা এৰ’ল চহৰলৈ যোৱা এখন যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ১৯ জন লোকৰ মৃত্যু হৈছিল। ২০১৫ চনতো জুবা বিমানবন্দৰৰ পৰা উৰা মৰা বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ পাইলট আৰু ক্ৰু নিহত হয়।

Recent News

শিক্ষাৰ্থীক উৰ্দু পঢ়িবলৈ বাধ্য কৰি নিলম্বিত হ’ল শিক্ষক

শিক্ষাৰ্থীক উৰ্দু পঢ়িবলৈ বাধ্য কৰি নিলম্বিত হ’ল শিক্ষক

অসাৰ হ’ল ট্ৰাম্পৰ ভাবুকি! ইৰাণৰ সৈতে ১২খন কৈ বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰিলে পাকিস্তানে

অসাৰ হ’ল ট্ৰাম্পৰ ভাবুকি! ইৰাণৰ সৈতে ১২খন কৈ বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰিলে পাকিস্তানে

ৰাছিয়াত সুদীৰ্ঘ ৫০০ বছৰৰ মূৰত আগ্নেয়গিৰি উদগিৰণ : ভূইকঁপে জোকাৰিছে দেশ

ৰাছিয়াত সুদীৰ্ঘ ৫০০ বছৰৰ মূৰত আগ্নেয়গিৰি উদগিৰণ : ভূইকঁপে জোকাৰিছে দেশ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটীৰ পদ পথত উচ্ছেদ অভিযান

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটীৰ পদ পথত উচ্ছেদ অভিযান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd