• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিৱসাগৰত আয়োজন কৰা বিশেষ ৰাজহ শিবিৰত খাজনা আদায় দিলে শতাধিক লোকে

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
May 21, 2019 2:39 pm
IMG-20190520-WA0012

শিৱসাগৰত সোমবাৰে অনুষ্ঠিত বিশেষ ৰাজহ শিৱিৰৰ দৃশ্য। ফটো : নৰ্থইষ্ট নাও

2.5k
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ প্ৰাঙ্গনত সোমবাৰে দিনৰ ১১ বজাৰ পৰা দিনজোৰা কাৰ্যসূচীৰে এক বিশেষ ৰাজহ শিবিৰৰ আয়োজন কৰা হয়।  শিৱসাগৰ জিলাৰ উপায়ুক্ত ডাঃ এচ লক্ষ্মণনে এই শিবিৰত উপস্থিত থাকি শিৱসাগৰ ৰাজহ চক্ৰ বিভাগৰ এই পদক্ষেপক প্ৰশংসা কৰাৰ লগতে উক্ত শিবিৰত ৰাইজৰ বিপুল সঁহাৰি দেখি সন্তুষ্টি প্ৰকাশ কৰে।

উল্লেখ্য যে,  শিৱসাগৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পাঁচটা মৌজা ক্ৰমে নগৰমহল, বেতবাৰী, কোঁৱৰপুৰ, মেটেকা, বনগাওঁ আৰু জকাইচুকৰ অন্তৰ্গত বহু ব্যক্তিৰ মাটিৰ খাজানা ১০ বছৰৰো অধিক সময় ধৰি অনাদায় হৈ আছিল।

উক্ত শিবিৰৰ জড়িয়তে এই সকল ব্যক্তিয়ে খাজানা আদায় দিয়াৰ ব্যৱস্থা কৰা হয়। ইয়াৰ লগতে এই শিবিৰত ভূমি বা ৰাজহ সম্পৰ্কীয় যিকোনো বিষয়ে আবেদন কৰাৰো সুবিধা প্ৰদান কৰা হয়।

শিৱসাগৰৰ ৰাজহ চক্ৰ বিষয়া সম্প্ৰীতি গোস্বামীয়ে জনোৱা মতে,  শিৱসাগৰ ৰাজহ চক্ৰৰ পাঁচখন মৌজাৰ প্ৰায় ৭০০ জন ব্যক্তিৰ ১০ বছৰতকৈ অধিক কাল খাজনা অনাদায় হৈ থকাৰ বাবে জাননী প্ৰেৰণ কৰা হৈছিল।

এই বিশেষ শিবিৰৰ জড়িয়তে প্ৰায় দুই লাখ ছয়চল্লিশ হাজাৰ টকাৰ ৰাজহ সংগ্ৰহ কৰা হয়। তদুপৰি ২৮০ খন ভূমি আৰু ৰাজহ সম্পৰ্কীয় আবেদন পত্ৰও গ্ৰহণ কৰা হয় বুলি শিৱসাগৰ ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।

Recent News

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd