• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমতো কৰা হ’ব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী(SIR), বিশেষ নিৰ্দেশ অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 9, 2025 8:56 pm
52
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ দেশত কৰা হ’ব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী চমুকৈ SIR(Special Intensive Revision)। সম্পৰ্কত জিলা নিৰ্বাচনী বিষয়ালৈ বিশেষ নিৰ্দেশ অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ। ভোটাৰ তালিকাৰ বিশেষ সংশোধনী সম্পৰ্কত ভাৰতীয় নিৰ্বাচন আয়োগে ১৫-২০ দিনৰ ভিতৰত সম্পূৰ্ণ সূচী ঘোষণা কৰিব। সেয়ে এই সম্পৰ্কত সকলো দিশত কাৰ্যকৰী কৰিবৰ বাবে সজাগ থাকিবলৈ জিলা নিৰ্বাচনী বিষয়াক নিৰ্দেশ মুখ্য নিৰ্বাচনী বিষয়াই।

জিলা নিৰ্বাচনী বিষয়াৰ বাবে কি কি নিৰ্দেশনা?

১. এইটো নিশ্চিত কৰিব যে ERO/AERO আৰু BLOসকল যাতে কৰ্মক্ষেত্ৰত থাকে।

২. নতুন ভোট কেন্দ্ৰৰ বাবে অতিৰিক্ত BLOসকলক বাছনি কৰিব থ’ব লাগে। সমবিতৰণৰ প্ৰস্তাৱত নিৰ্বাচন আয়োগে অনুমোদন জনালে আৰু মুখ্য নিৰ্বাচনী বিষয়াই নিৰ্দেশ জাৰি কৰিলে যাতে নিযুক্তি দিব পৰা যায়।

৩. ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ সূচী ঘোষণাৰ পাছত নিৰ্বাচন বিভাগৰ নিৰ্বাচনী বিষয়া, নিৰ্বাচনী কৰ্মচাৰী আৰু ডাটা এণ্ট্ৰী অপাৰেটৰক কোনো অতিৰিক্ত দায়িত্ব দিয়া উচিত নহ’ব।

৪. BTCৰ নিৰ্বাচনৰ কামত জিলা নিৰ্বাচনী বিষয়া আৰু নিৰ্বাচনী কৰ্মচাৰীক ব্যৱহাৰ  নকৰিব। BTCৰ নিৰ্বাচনৰ বাবে জিলা নিৰ্বাচনী বিষয়াই এইক্ষেত্ৰত বিকল্প ব্যৱস্থা গ্ৰহণ কৰিব।

৫. ব্যাপক সংশোধনীৰ পিছত ২০০৫ৰ চূড়ান্ত ভোটাৰ তালিকা ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ ৱেবছাইটত প্ৰকাশ কৰা হৈছে। সেই কথা সকলো স্বীকৃতিপ্ৰাপ্ত সকলো ৰাজনৈতিক দল আৰু জিলা নিৰ্বাচনী বিষয়াক অৱগত কৰা হৈছে।

৬. আমাৰ তৰফৰ পৰা ডিষ্ট্ৰিক্ট কনটেক্ট চেণ্টাৰসমূহ কাৰ্যক্ষম কৰি তোলা হ’ব। প্ৰতি দিনে NGSP প’ৰ্টেলত ডিজিটাইজ কৰা আৰু ফোনকল ৰিছিভ কৰাৰ বাবে কৰ্মচাৰী বাছনি কৰি থ’বলৈ অনুৰোধ জনোৱা হ’ল। এই কামৰ বাবে অতিৰিক্ত কোনো ধন যোগান ধৰা নহ’ব।

Recent News

অসমতো কৰা হ’ব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী(SIR), বিশেষ নিৰ্দেশ অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ

অসমতো কৰা হ’ব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী(SIR), বিশেষ নিৰ্দেশ অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ

উৎসৱৰ বতৰত উভতনি যাত্ৰাৰ টিকটত ২০% ৰেহাই ঘোষণা ৰে’লৱেৰ

উৎসৱৰ বতৰত উভতনি যাত্ৰাৰ টিকটত ২০% ৰেহাই ঘোষণা ৰে’লৱেৰ

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বিপজ্জনক বুলি ঘোষণা কেন্দ্ৰীয় শক্তি মন্ত্ৰীৰ! তীব্ৰ প্ৰতিক্ৰিয়া আম আদমি পাৰ্টীৰ

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বিপজ্জনক বুলি ঘোষণা কেন্দ্ৰীয় শক্তি মন্ত্ৰীৰ! তীব্ৰ প্ৰতিক্ৰিয়া আম আদমি পাৰ্টীৰ

১৫ আগষ্টত আলাস্কাত ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সমাধান হ’বনে?

১৫ আগষ্টত আলাস্কাত ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সমাধান হ’বনে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd