• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসমতো কৰা হ’ব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী(SIR), বিশেষ নিৰ্দেশ অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 9, 2025 8:56 pm
27
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ দেশত কৰা হ’ব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী চমুকৈ SIR(Special Intensive Revision)। সম্পৰ্কত জিলা নিৰ্বাচনী বিষয়ালৈ বিশেষ নিৰ্দেশ অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ। ভোটাৰ তালিকাৰ বিশেষ সংশোধনী সম্পৰ্কত ভাৰতীয় নিৰ্বাচন আয়োগে ১৫-২০ দিনৰ ভিতৰত সম্পূৰ্ণ সূচী ঘোষণা কৰিব। সেয়ে এই সম্পৰ্কত সকলো দিশত কাৰ্যকৰী কৰিবৰ বাবে সজাগ থাকিবলৈ জিলা নিৰ্বাচনী বিষয়াক নিৰ্দেশ মুখ্য নিৰ্বাচনী বিষয়াই।

জিলা নিৰ্বাচনী বিষয়াৰ বাবে কি কি নিৰ্দেশনা?

Apply Now

১. এইটো নিশ্চিত কৰিব যে ERO/AERO আৰু BLOসকল যাতে কৰ্মক্ষেত্ৰত থাকে।

২. নতুন ভোট কেন্দ্ৰৰ বাবে অতিৰিক্ত BLOসকলক বাছনি কৰিব থ’ব লাগে। সমবিতৰণৰ প্ৰস্তাৱত নিৰ্বাচন আয়োগে অনুমোদন জনালে আৰু মুখ্য নিৰ্বাচনী বিষয়াই নিৰ্দেশ জাৰি কৰিলে যাতে নিযুক্তি দিব পৰা যায়।

৩. ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ সূচী ঘোষণাৰ পাছত নিৰ্বাচন বিভাগৰ নিৰ্বাচনী বিষয়া, নিৰ্বাচনী কৰ্মচাৰী আৰু ডাটা এণ্ট্ৰী অপাৰেটৰক কোনো অতিৰিক্ত দায়িত্ব দিয়া উচিত নহ’ব।

৪. BTCৰ নিৰ্বাচনৰ কামত জিলা নিৰ্বাচনী বিষয়া আৰু নিৰ্বাচনী কৰ্মচাৰীক ব্যৱহাৰ  নকৰিব। BTCৰ নিৰ্বাচনৰ বাবে জিলা নিৰ্বাচনী বিষয়াই এইক্ষেত্ৰত বিকল্প ব্যৱস্থা গ্ৰহণ কৰিব।

৫. ব্যাপক সংশোধনীৰ পিছত ২০০৫ৰ চূড়ান্ত ভোটাৰ তালিকা ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ ৱেবছাইটত প্ৰকাশ কৰা হৈছে। সেই কথা সকলো স্বীকৃতিপ্ৰাপ্ত সকলো ৰাজনৈতিক দল আৰু জিলা নিৰ্বাচনী বিষয়াক অৱগত কৰা হৈছে।

৬. আমাৰ তৰফৰ পৰা ডিষ্ট্ৰিক্ট কনটেক্ট চেণ্টাৰসমূহ কাৰ্যক্ষম কৰি তোলা হ’ব। প্ৰতি দিনে NGSP প’ৰ্টেলত ডিজিটাইজ কৰা আৰু ফোনকল ৰিছিভ কৰাৰ বাবে কৰ্মচাৰী বাছনি কৰি থ’বলৈ অনুৰোধ জনোৱা হ’ল। এই কামৰ বাবে অতিৰিক্ত কোনো ধন যোগান ধৰা নহ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৩৯৯টা ভূমিকম্পৰ নেপথ্যৰ কাৰণ উত্তৰ কোৰিয়াৰ পাৰমাণৱিক পৰীক্ষা? গৱেষণাত বিস্ফোৰক দাবী

১৩৯৯টা ভূমিকম্পৰ নেপথ্যৰ কাৰণ উত্তৰ কোৰিয়াৰ পাৰমাণৱিক পৰীক্ষা? গৱেষণাত বিস্ফোৰক দাবী

September 19, 2026 11:29 am
পৰীক্ষাত চেটজিপিটি ব্যৱহাৰ কৰি ধৰা পৰাৰ পাছতে আইআইটি বম্বেৰ ছাত্ৰৰ ভয়ংকৰ সিদ্ধান্ত : উত্তপ্ত শিক্ষানুষ্ঠানৰ চৌহদ

পৰীক্ষাত চেটজিপিটি ব্যৱহাৰ কৰি ধৰা পৰাৰ পাছতে আইআইটি বম্বেৰ ছাত্ৰৰ ভয়ংকৰ সিদ্ধান্ত : উত্তপ্ত শিক্ষানুষ্ঠানৰ চৌহদ

September 19, 2026 11:22 am
যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ সংঘৰ্ষ, চিকিৎসক আৰু তিনিগৰাকী ছাত্ৰ আহত

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ সংঘৰ্ষ, চিকিৎসক আৰু তিনিগৰাকী ছাত্ৰ আহত

September 19, 2026 11:07 am
বহিঃৰাজ্যত আকৌ অসমৰ যুৱকৰ মৃত্যু  : কৰ্মস্থলীত হোৱা দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে বঙাইগাঁৱৰ  দুই যুৱকে

বহিঃৰাজ্যত আকৌ অসমৰ যুৱকৰ মৃত্যু  : কৰ্মস্থলীত হোৱা দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে বঙাইগাঁৱৰ  দুই যুৱকে

September 19, 2026 10:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৩৯৯টা ভূমিকম্পৰ নেপথ্যৰ কাৰণ উত্তৰ কোৰিয়াৰ পাৰমাণৱিক পৰীক্ষা? গৱেষণাত বিস্ফোৰক দাবী

১৩৯৯টা ভূমিকম্পৰ নেপথ্যৰ কাৰণ উত্তৰ কোৰিয়াৰ পাৰমাণৱিক পৰীক্ষা? গৱেষণাত বিস্ফোৰক দাবী

September 19, 2026 11:29 am
পৰীক্ষাত চেটজিপিটি ব্যৱহাৰ কৰি ধৰা পৰাৰ পাছতে আইআইটি বম্বেৰ ছাত্ৰৰ ভয়ংকৰ সিদ্ধান্ত : উত্তপ্ত শিক্ষানুষ্ঠানৰ চৌহদ

পৰীক্ষাত চেটজিপিটি ব্যৱহাৰ কৰি ধৰা পৰাৰ পাছতে আইআইটি বম্বেৰ ছাত্ৰৰ ভয়ংকৰ সিদ্ধান্ত : উত্তপ্ত শিক্ষানুষ্ঠানৰ চৌহদ

September 19, 2026 11:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd