• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তামিলনাডুত জব্দ চোৰাং সৰবৰাহৰ বাবে অনা ১৮ কেজি তিমিৰ বমি; মূল্য প্ৰায় ৩২ কোটি টকা!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2023 1:14 pm
1k
VIEWS
Share on FacebookShare on Twitter

তামিলনাডুত সন্ধান পোৱা গৈছে তিমিৰ বমি সৰবৰাহ চক্ৰৰ। ৰাজহ বিষয়াই টুটিকোৰিন উপকূলত অভিযান চলাই ১৮ কেজি বমি জব্দ কৰে। যাৰ বৰ্তমান বজাৰ মূল্য প্ৰায় ৩১ কোটি ৬৭ লাখ টকা।

যোৱা ১৮ মে’ত ৰাজহ বিভাগৰ বিষয়াসকলে গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰিছিল যে তামিলনাডুৰ উপকূলৰ পৰা তিমিৰ বমি চোৰাংভাৱে অনা হৈছে। সেই খবৰ পাই শনিবাৰে বিষয়াসকলে টুটিকোৰিন উপকূলত অভিযান চলায়।

গাড়ীৰে চোৰাংভাৱে বমিখিনি সৰবৰাহ কৰা হৈছিল। তদন্তকাৰী দলে গাড়ীখন জব্দ কৰি সন্মুখৰ চিটৰ তলৰ পৰা ১৮ কেজি ১০০ গ্ৰাম বমি উদ্ধাৰ কৰে। লগতে ৫ জন লোকক গ্ৰেপ্তাৰ কৰা হয়।

লগতে পঢ়ক: ডিব্ৰুগড়ত জঘণ্য কাণ্ড! চিকিৎসালয়ৰ কৰ্মচাৰীয়ে মথাউৰিত পেলাই দিলে নৱজাতকক

ধৃত লোককেইজনে জনোৱা মতে, তিমিৰ বমি প্ৰায়ে টুটিকোৰিন উপকূলৰ পৰা চোৰাংভাৱে অনা হয়। কিন্তু ক’ত সৰবৰাহৰ হয় সেই সন্দৰ্ভত তেওঁলোকে মুখ খোলা নাই। অৱশ্যে তদন্তকাৰী বিষয়াসকলে এই বমি ক’ৰ পৰা সৰবৰাহ কৰা হৈছিল সেই কথা জানিবলৈ চেষ্টা চলাইছে। কেৱল সেয়াই নহয়, তেওঁলোকে এই সৰবৰাহৰ চক্ৰটো ক’ত ক’ত বিয়পি পৰিছে সেই কথাও জানিবলৈ চেষ্টা চলাইছে।

তিমিৰ বমিক ‘এম্বাগ্ৰিছ’ বুলি কোৱা হয়। আন্তঃৰাষ্ট্ৰীয় বজাৰত ‘স্পাৰ্ম হোয়েল’ৰ বমিৰ বিৰাট দাম। চাহিদাও বেছি। এই তিমি প্ৰজাতিটো বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২ৰ অধীনত সংৰক্ষিত প্ৰাণীৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰীৰ হাতত উচ্চতম ন্যায়ালয়ৰ ক্ষমতা! প্ৰতিবাদত ৰাজপথলৈ ওলাই আহিল লাখ লাখ লোক

ৰাজহ বিভাগৰ বিষয়াসকলে কয় যে এনেধৰণৰ চোৰাং ব্যৱসায় ৰোধ কৰিবলৈ উপকূলীয় অঞ্চলত চোৰাংচোৱাগিৰি বৃদ্ধি কৰা হ’ব। ৰাজহ বিভাগে বিগত দুবছৰত ৪০ কেজি বমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত ইয়াৰ মূল্য ৫৪ কোটি টকা বুলি কোৱা হৈছে।

Recent News

দেশত শিক্ষাৰ অভাৱ! টাইমছ ৰেংকিঙৰ শীৰ্ষ ৫০ খন বিশ্ববিদ্যালয়ৰ তালিকাত আছে ভাৰতৰ মাত্ৰ ২ খন বিশ্ববিদ্যালয়

দেশত শিক্ষাৰ অভাৱ! টাইমছ ৰেংকিঙৰ শীৰ্ষ ৫০ খন বিশ্ববিদ্যালয়ৰ তালিকাত আছে ভাৰতৰ মাত্ৰ ২ খন বিশ্ববিদ্যালয়

সংকটত খোৱাংৰ তিনঠেঙীয়া বনাঞ্চল! বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপনৰ পূৰ্বেই ধ্বংস যজ্ঞ চলিছে বনাঞ্চলখনত

সংকটত খোৱাংৰ তিনঠেঙীয়া বনাঞ্চল! বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপনৰ পূৰ্বেই ধ্বংস যজ্ঞ চলিছে বনাঞ্চলখনত

বজাৰলৈ আহি আছে স্মাৰ্ট চশমা : কৃত্ৰিক বুদ্ধিমত্তা, কেমেৰাৰ লগতে থাকিব অনেক আকৰ্ষণীয় সুবিধা

বজাৰলৈ আহি আছে স্মাৰ্ট চশমা : কৃত্ৰিক বুদ্ধিমত্তা, কেমেৰাৰ লগতে থাকিব অনেক আকৰ্ষণীয় সুবিধা

খান ছাৰৰ বিবাহ অভ্যৰ্থনাৰ বিশাল আয়োজন : আমন্ত্ৰণ কৰা হৈছে ৫০ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীক

খান ছাৰৰ বিবাহ অভ্যৰ্থনাৰ বিশাল আয়োজন : আমন্ত্ৰণ কৰা হৈছে ৫০ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd