DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰধানমন্ত্ৰীৰ হাতত উচ্চতম ন্যায়ালয়ৰ ক্ষমতা! প্ৰতিবাদত ৰাজপথলৈ ওলাই আহিল লাখ লাখ লোক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2023 12:25 pm
প্ৰধানমন্ত্ৰী নেতানিয়াহু চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল ইজৰাইল।

প্ৰধানমন্ত্ৰী নেতানিয়াহু চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল ইজৰাইল।

698
VIEWS
Share on FacebookShare on Twitter

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে ৰাজনৈতিক জীৱনত বহুবাৰ সংকটৰ সন্মুখীন হৈছে। কিন্তু প্ৰতিবাৰেই তেওঁ নিজৰ স্বকীয় স্থানলৈ ঘূৰি আহিছে। কিন্তু এইবাৰ তেওঁ এনে এটা পৰিস্থিতিৰ সন্মুখীন হৈছে যাৰ পৰা সকাহ পোৱাটো ক্ৰমান্বয়ে কঠিন হৈ পৰিছে।

সমগ্ৰ ইজৰাইলতে নেতানিয়াহুৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ হৈছে। দেখা গৈছে যে প্ৰতিবাদ ২০ সপ্তাহ পাৰ হৈছে। কিন্তু তথাপিও আন্দোলনটো শান্ত হোৱা নাই, বৰঞ্চ দিনক দিনে বৃদ্ধিহে পাইছে। শনিবাৰে সমগ্ৰ দেশতে লাখ লাখ লোক ৰাজপথলৈ ওলাই অহা দেখা গৈছে।

লগতে পঢ়ক: অসহায় প্ৰাক্তন প্ৰধানমন্ত্ৰী; আমেৰিকাৰ সাংসদৰ সৈতে ইমৰাণ খানৰ অডিঅ’ ক্লিপ ফাদিল!

বৰ্তমান সমগ্ৰ ইজৰাইলতে নেতানিয়াহুৰ বিৰুদ্ধে গণ প্ৰতিবাদ তীব্ৰতৰ হৈ পৰিছে। প্ৰকৃততে ক্ষোভৰ কাৰণ কি? অভিযোগ অনুসৰি দেশৰ আইনী ব্যৱস্থা সংস্কাৰৰ নামত উচ্চতম ন্যায়ালয়ৰ ক্ষমতাক ইমানেই ভেঙুচালি কৰা হৈছে যে ইজৰাইলৰ গণতন্ত্ৰ ধ্বংসৰ পথত।

যোৱা জানুৱাৰী মাহৰ পৰা টেল আভিভৰ ৰাজপথত হাজাৰ হাজাৰ লোকে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে। এইবাৰ তীব্ৰতৰ হৈ পৰিছে প্ৰতিবাদ। তাৰেই প্ৰতিফলনৰ ছবিখন শনিবাৰে দেখা গৈছে।

নীলা-বগা পতাকাৰে নেদেখা হৈ পৰিছে ইজৰাইলৰ বহু পথ। এই পতাকা এই মুহূৰ্তত প্ৰতিবাদৰ প্ৰতীক। প্ৰতিবাদকাৰীসকলে ‘ইজৰাইলত একনায়কত্ববাদ চলি আছে’ বুলি ধ্বনি দিয়া দেখা গৈছে।

লগতে পঢ়ক: ডিব্ৰুগড়ত জঘণ্য কাণ্ড! চিকিৎসালয়ৰ কৰ্মচাৰীয়ে মথাউৰিত পেলাই দিলে নৱজাতকক

এগৰাকী প্ৰতিবাদকাৰী কয়,“আৰু কেইঘণ্টামানৰ ভিতৰতে যিকোনো মুহূৰ্ততে এই দেশখন গণতন্ত্ৰৰ পৰা সম্পূৰ্ণ একনায়কত্ববাদলৈ গতি কৰিব। ভাবিয়েই মই শংকিত হৈ পৰিছো।”

Recent News

Manipur Violence

অশান্ত মণিপুৰ: সন্দেহযুক্ত উগ্ৰপন্থীৰ আক্ৰমণত তিনিগৰাকী নিহত

কেতিয়াও নকৰে প্ৰৱঞ্চনা, প্ৰেমিকৰ বাবে সকলো ত্যাগ কৰিবলৈ সাজু এইকেইটা ৰাশিৰ ছোৱালী

কেতিয়াও নকৰে প্ৰৱঞ্চনা, প্ৰেমিকৰ বাবে সকলো ত্যাগ কৰিবলৈ সাজু এইকেইটা ৰাশিৰ ছোৱালী

লুইছ বাৰ্জাৰ কেলেংকাৰীৰ তদন্তৰ অগ্ৰগতিত অসন্তুষ্ট ভবেন সন্দিকৈ

লুইছ বাৰ্জাৰ কেলেংকাৰীৰ তদন্তৰ অগ্ৰগতিত অসন্তুষ্ট ভবেন সন্দিকৈ

Sharad Pawar

শাৰদ পাৱাৰক হত্যাৰ ভাবুকি: সুৰক্ষাৰ দায়িত্ব ল’লে মুখ্যমন্ত্ৰী সিন্দেই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd