• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়ত জঘণ্য কাণ্ড! চিকিৎসালয়ৰ কৰ্মচাৰীয়ে মথাউৰিত পেলাই দিলে নৱজাতকক

অভিক চক্ৰৱৰ্তী, ডিব্রুগড়  by অভিক চক্ৰৱৰ্তী, ডিব্রুগড়
May 21, 2023 11:30 am
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক হৃদয় বিদাৰক ঘটনাত শনিবাৰে ডিব্ৰুগড় চহৰত মথাউৰিত ৰখা কাৰ্ডবৰ্ডৰ বাকচত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হয় এটি নৱজাতক।

কেঁচুৱাটোক চিকিৎসা পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যোৱাত চিকিৎসকে নৱজাতকটোক মৃত বুলি ঘোষণা কৰে।

স্থানীয় ৰাইজৰ মতে, ভিতৰত কেঁচুৱাটো থকা কাৰ্ডবৰ্ডটো ডিব্ৰুগড় টাউন প্ৰটেকচন (ডিটিপি) মথাউৰিত পেলাই দিয়ে চহৰখনৰ জালান নগৰ অঞ্চলত অৱস্থিত ব্যক্তিগত স্বাস্থ্যসেৱা কেন্দ্ৰ আপেক্ষা হাস্পতালৰ এজন কৰ্মচাৰীয়ে।

Apply Now

লগতে পঢ়ক: অসমৰ সাঁতোৰ প্ৰশিক্ষকৰ বিৰুদ্ধে মহিলা খেলুৱৈক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ

স্থানীয় বাসিন্দাসকলে জনোৱা মতে, মথাউৰিত থকা কাৰ্ডবৰ্ডৰ বাকচৰ ভিতৰত শিশুটিক দেখা পায় এগৰাকী মহিলাই।

স্থানীয় এজন বাসিন্দাই কয়, ‘আমি দেখিছো যে আপেক্ষা হাস্পতালৰ ইউনিফৰ্ম পিন্ধা এজন ল’ৰাই কাৰ্ডব’ৰ্ডৰ বাকচটো আনি মথাউৰিত পেলাই দিছে। আমি যেতিয়া কাৰ্ডবৰ্ডৰ বাকচটোৰ ভিতৰত কেঁচুৱাটো দেখা পালোঁ, তেতিয়া তেওঁ জীয়াই আছিল। আমি লগে লগে নৱজাত শিশুটিক এ এম চি এইচলৈ লৈ যাওঁ য’ত চিকিৎসকে মৃত বুলি ঘোষণা কৰে।’

লগতে পঢ়ক: মুম্বাইৰ যুৱক, দক্ষিণ ভাৰতীয় যুৱতীৰে বিয়া! সূৰ্য্যকুমাৰৰ প্ৰেম কাহিনীয়ে মুগ্ধ কৰিব আপোনাক

সূত্ৰৰ পৰা জানিব পৰা মতে, দুলীয়াজানৰ এগৰাকী মহিলাই চিকিৎসালয়ত যমজ সন্তান জন্ম দিছিল যদিও প্ৰসৱৰ পিছত চিকিৎসকে এটা সন্তানক মৃত বুলি ঘোষণা কৰে।

এক সূত্ৰই কয়, ‘যেতিয়া চিকিৎসকে প্ৰসৱৰ পিছত এটা কেঁচুৱাক মৃত বুলি ঘোষণা কৰিছিল, তেতিয়া অভিভাৱকে অপেক্ষা হাস্পতালৰ কৰ্মচাৰীসকলক কেঁচুৱাটোৰ মৃতদেহ পেলাবলৈ কয়। চিকিৎসালয়ৰ কৰ্মচাৰীয়ে কেঁচুৱাটোক মথাউৰিত পেলোৱাৰ পিছত স্থানীয় লোকে শিশুটিক জীৱিত অৱস্থাত উদ্ধাৰ কৰিছিল।’

অৱশ্যে আপেক্ষা হাস্পতালৰ কৰ্তৃপক্ষই এই অভিযোগ অস্বীকাৰ কৰিছে।

লগতে পঢ়ক:অসহায় প্ৰাক্তন প্ৰধানমন্ত্ৰী; আমেৰিকাৰ সাংসদৰ সৈতে ইমৰাণ খানৰ অডিঅ’ ক্লিপ ফাদিল!

আপেক্ষা হাস্পতালৰ সঞ্চালক জয়প্ৰকাশ বেৰিৱালে কয়, ‘এয়া আমাৰ বিৰুদ্ধে ভুৱা অভিযোগ। এখন সুনাম থকা চিকিৎসালয় হিচাপে আমি এনেকুৱা কাম কৰিব নোৱাৰো৷ আমাৰ চিকিৎসালয়ত যমজ সন্তান জন্ম হৈছিল আৰু ইয়াৰে এটা কেঁচুৱা জন্মতে মৃত। আমি মৃত কেঁচুৱাটো তেওঁলোকৰ পিতৃ-মাতৃক গতাই দিছো আৰু তেওঁলোকে আমাৰ চিকিৎসালয়ৰ এজন ছাফাইকৰ্মীক কেঁচুৱাটোৰ মৃতদেহ পেলাই দিবলৈ কয়।’

অভিক চক্ৰৱৰ্তী, ডিব্রুগড়

অভিক চক্ৰৱৰ্তী, ডিব্রুগড়

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

September 8, 2026 10:35 am
আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

September 8, 2026 10:06 am
মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

September 8, 2026 8:38 am
সীমান্তৰ পৰিস্থিতিৰ পৰ্যালোচনা! অৰুণাচলত প্ৰথমবাৰৰ বাবে ভাৰত-চীন কৰ্পছ কমাণ্ডাৰৰ বৈঠক

সীমান্তৰ পৰিস্থিতিৰ পৰ্যালোচনা! অৰুণাচলত প্ৰথমবাৰৰ বাবে ভাৰত-চীন কৰ্পছ কমাণ্ডাৰৰ বৈঠক

September 8, 2026 8:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

September 8, 2026 10:35 am
আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

September 8, 2026 10:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd