• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘হিন্দীৰ দাসত্ব মানি নলওঁ’, চৰকাৰী ভাষা প্ৰসংগত অমিত শ্বাহক প্ৰত্যুত্তৰ ষ্টেলিনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 6, 2023 8:30 am
406
VIEWS
Share on FacebookShare on Twitter

হিন্দীক চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰিব লাগিব। এই ক্ষেত্ৰত কোনো বিৰোধিতা নচলিব। শুকুৰবাৰে চৰকাৰী ভাষাৰ সংসদীয় সমিতিৰ বৈঠকত এই দাবী কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ এনে দাংকোপ মৰা বক্তব্যৰ বিৰোধিতা কৰি গৰ্জি উঠিল তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন। তেওঁৰ স্পষ্ট কথা, “হিন্দীৰ দাসত্ব মানি নলওঁ”।

শুকুৰবাৰে দিল্লীত চৰকাৰী ভাষাৰ সংসদীয় সমিতিৰ ৩৮ সংখ্যক বৈঠক অনুষ্ঠিত হয়। তাত অমিত শ্বাহে কয় যে হিন্দীক বিনা বিৰোধিতাই চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰিব লাগিব। গ্ৰহণৰ গতি লেহেমীয়া হ’ব পাৰে।

সূত্ৰ অনুসৰি শ্বাহে লগতে কয় যে হিন্দীৰ আন ভাষাৰ লগত প্ৰতিযোগিতাত নাই। তেওঁ লগতে সকলো ভাৰতীয় ভাষাৰ প্ৰচাৰৰ জৰিয়তে জাতিটোক সবলীকৰণ কৰা হ’ব বুলিও তেওঁ আশ্বাস দিয়ে।

ইপিনে, তামিলনাডুৰ মুখ্যমন্ত্রীয়ে হিন্দী সন্দর্ভত অমিত শ্বাহৰ বক্তব্য খণ্ডন কৰি টুইট কৰে৷ ষ্টেলিনে লিখিছে, ‘কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে হিন্দী ভাষাক জোৰ-জবৰদস্তি কৰাৰ চেষ্টাক মই তীব্ৰ গৰিহণা দিছো। এইটো অহিন্দীভাষীসকলক নিয়ন্ত্ৰণৰ এক নিকৃষ্ট প্ৰয়াস। হিন্দী আধিপত্য তথা জাপি দিয়াৰ এই ষড়যন্ত্ৰ নাকচ কৰে তামিলনাডুৱে। আমাৰ ভাষা আৰু ঐতিহ্যই আমাক সংজ্ঞায়িত কৰে। আমি হিন্দীৰ দাসত্ব মানি নলওঁ।”

I strongly denounce Union Home Minister @AmitShah's audacious push for Hindi acceptance. It's a blatant attempt to subjugate non-Hindi speakers. Tamil Nadu rejects any form of Hindi hegemony and imposition. Our language and heritage define us – we won't be enslaved by Hindi!… pic.twitter.com/gNiJ2TGtKm

— M.K.Stalin (@mkstalin) August 5, 2023

তেওঁ আন অন্যভাষী ৰাজ্যসমূহৰ ওপৰত হিন্দী ভাষা “জাপি” দিয়াৰ বিৰুদ্ধেও সৰৱ হয় তামিলনাডুৰ মুখ্যমন্ত্ৰীগৰাকী।

Recent News

পুৰি ৰথ যাত্ৰাত অনিয়ন্ত্ৰিত ভিৰ : পদপিষ্ট হৈ আহত কমেও ৫৮১ গৰাকী তীৰ্থযাত্ৰী

পুৰি ৰথ যাত্ৰাত অনিয়ন্ত্ৰিত ভিৰ : পদপিষ্ট হৈ আহত কমেও ৫৮১ গৰাকী তীৰ্থযাত্ৰী

ব্ৰাহ্মণ নোহোৱাটোৱেই হ’ল অপৰাধ! নিম্ন বৰ্ণৰ ধৰ্ম প্ৰচাৰকক চুলি ক্ষুৰাই প্ৰহাৰ উচ্চ বৰ্ণৰ

ব্ৰাহ্মণ নোহোৱাটোৱেই হ’ল অপৰাধ! নিম্ন বৰ্ণৰ ধৰ্ম প্ৰচাৰকক চুলি ক্ষুৰাই প্ৰহাৰ উচ্চ বৰ্ণৰ

ভাল খবৰ : প্ৰথমবাৰৰ বিদেশলৈ ৰপ্তানি কৰা হ’ল মাজুলীত জৈৱিকভাবে উৎপাদন কৰা ৰঙা বাওধানৰ চাউল

ভাল খবৰ : প্ৰথমবাৰৰ বিদেশলৈ ৰপ্তানি কৰা হ’ল মাজুলীত জৈৱিকভাবে উৎপাদন কৰা ৰঙা বাওধানৰ চাউল

প্ৰথমে ধৰ্ষণ তাৰপিছত হত্যা ; ১০ ফুট দ গাঁত খান্দি পুত্ৰবধুক পুতি থ’লে শহুৰেকে

প্ৰথমে ধৰ্ষণ তাৰপিছত হত্যা ; ১০ ফুট দ গাঁত খান্দি পুত্ৰবধুক পুতি থ’লে শহুৰেকে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd