• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰহস্য! : হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস

এন ই নাও নিউজ by এন ই নাও নিউজ
March 16, 2019 2:16 pm
Untitled-1 copy(3)

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বিজেপিৰ প্ৰভাৱ বিস্তাৰৰ ক্ষেত্ৰত গ্ৰহণ কৰা ভূমিকাৰ বাবে কেন্দ্ৰীয় নেতৃত্বই হিমন্ত বিশ্ব শৰ্মাক দেশৰ যিকোনো এটা সমষ্টি প্ৰতিদ্বন্দ্বিতাৰ বাবে বাচি ল’বলৈ দি পুৰস্কৃত কৰিব বিচাৰিছে।

বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ এই সিদ্ধান্তৰ কথা ঘোষণা কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে কেন্দ্ৰীয় নেতৃত্বক শৰ্মাৰ প্ৰাৰ্থিত্ব প্ৰদানৰ সময়ত অসমক অগ্ৰাধিকাৰ বাবে অনুৰোধ জনায়। টাইমছ অৱ ইণ্ডিয়াই এই বাতৰি প্ৰকাশ কৰিছে।

‘’আমাৰ কেন্দ্ৰীয় নেতৃত্বই যেতিয়া মোক অৱগত কৰিছিল যে হিমন্তই লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো দলে বিচাৰিছে আৰু তেওঁ পছন্দ অনুসৰি প্ৰতিদ্বন্দ্বিতাৰ বাবে যিকোনো সমষ্টি বাচি ল’ব পাৰে, মই লগে লগে ইয়াক এক উত্তম সিদ্ধান্ত বুলি জনাইছিলো কিন্তু তেওঁৰ বাবে সমষ্টি নিৰ্দ্ধাৰণ কৰাৰ সময়ত অসমক অগ্ৰাধিকাৰ দিবলৈ অনুৰোধ কৰিছিলো,’’-ৰঞ্জিত দাসৰ উদ্ধৃতিৰে বাতৰিটোত এইকথা প্ৰকাশ পাইছে।

উল্লেখযোগ্য যে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বৰে পৰা মধুৰ সম্পৰ্ক ৰক্ষা কৰি আহিছে। আনকি, হিমন্ত বিশ্ব শৰ্মাই বিজেপিত যোগদান কৰাৰ বহু পূৰ্বেই অৰ্থাৎ তেওঁ কংগ্ৰেছৰ প্ৰভাৱশালী মন্ত্ৰী থকাৰ সময়ৰে পৰা তেতিয়াৰ বিজেপি বিধায়ক দাসে ভাল সম্পৰ্ক ৰক্ষা কৰি আহিছে।

বৰ্তমান বিজেপিত সৰ্বেসৰ্বা হৈ পৰা হিমন্ত বিশ্ব শৰ্মাই চৰকাৰখনৰ ওপৰত নিয়ন্ত্ৰম সাৱ্যস্ত কৰি অহাৰ কথা সৰ্বজনবিদিত যদিও দলটোও লাহে লাহে নিজৰ নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছে শৰ্মাই।

আনহে নালাগে, এইবাৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰতো ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ ভূমিকা নস্যাৎ কৰি হিমন্ত বিশ্ব শৰ্মাই সকলো ক্ষমতা কুক্ষিগত কৰিছে। সেয়েহে, বলে নোৱাৰা শিলক পৰি নমস্কাৰ কৰাৰ লেখীয়াকৈ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসেও হিমন্ত বিশ্বৰ শৰণাপন্ন হ’বলৈ একপ্ৰকাৰ বাধ্য হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘বাংকাৰ’ত লৈছিল আশ্ৰয়, খাটিছিল জেলো; এইবাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী আইভৰি কোষ্টৰ ‘লৌহ মানৱী’

‘বাংকাৰ’ত লৈছিল আশ্ৰয়, খাটিছিল জেলো; এইবাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী আইভৰি কোষ্টৰ ‘লৌহ মানৱী’

September 14, 2025 12:46 pm
ভাইৰেল নেপালৰ ভিডিঅ’ক লৈ ইউটিউবাৰ অৰ্পিত শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু

ভাইৰেল নেপালৰ ভিডিঅ’ক লৈ ইউটিউবাৰ অৰ্পিত শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু

September 14, 2025 12:27 pm
অনলাইন ভিডিঅ’ চাই নিজেই কৰিছিল লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰ! তাৰপিছতে যুৱকৰ লটিঘটি

অনলাইন ভিডিঅ’ চাই নিজেই কৰিছিল লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰ! তাৰপিছতে যুৱকৰ লটিঘটি

September 14, 2025 12:03 pm
‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 14, 2025 11:38 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বাংকাৰ’ত লৈছিল আশ্ৰয়, খাটিছিল জেলো; এইবাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী আইভৰি কোষ্টৰ ‘লৌহ মানৱী’

‘বাংকাৰ’ত লৈছিল আশ্ৰয়, খাটিছিল জেলো; এইবাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী আইভৰি কোষ্টৰ ‘লৌহ মানৱী’

September 14, 2025 12:46 pm
ভাইৰেল নেপালৰ ভিডিঅ’ক লৈ ইউটিউবাৰ অৰ্পিত শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু

ভাইৰেল নেপালৰ ভিডিঅ’ক লৈ ইউটিউবাৰ অৰ্পিত শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু

September 14, 2025 12:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd