• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৱসৰৰ পূৰ্বে ভাৰতক ভাৰতৰ মাটিত পৰাস্ত কৰাৰ সপোন দেখিছে ষ্টিভ স্মিথে

এন ই নাও নিউজ by এন ই নাও নিউজ
August 6, 2020 2:37 pm
458
VIEWS
Share on FacebookShare on Twitter

এই সময়ত বিশ্বৰ এক নম্বৰ বেটছমেন হৈছে অষ্ট্ৰেলিয়াৰ ষ্টিভ স্মিথ। তেওঁ যোৱা এটা বৰ্ষত সাংঘাটিক প্ৰদৰ্শনেৰে বিৰাট কোহলীৰ নামত থকা এক নম্বৰৰ মুকুট নিজৰ নামত কৰিব সক্ষম হৈছে।

কিন্তু এতিয়া স্মিথে ভাৰতক ভাৰতৰ মাটিত পৰাস্ত কৰাৰ পৰিকল্পনা ৰচি আছে। তদুপৰি ইংলেণ্ডক পৰাস্ত কৰি এছেজ জয়ৰো সপোন দেখিছে স্মিথে।

স্মিথে কয় যে তেওঁ অৱসৰ লোৱাৰ পূৰ্বে ইংলেণ্ডৰ বিৰুদ্ধে এছেজ আৰু ভাৰতক ভাৰতত পৰাস্ত কৰাৰ দৰে সফলতা অৰ্জন কৰিব খোজে।

উল্লেখ্য যে চলিত বৰ্ষৰ শেষৰফালে ভাৰতে অষ্ট্ৰেলিয়াত টেষ্ট শৃংখলাত অংশ ল’ব। ইয়াৰ পিছত ২০২২ চনত অষ্ট্ৰেলিয়া ভাৰত ভ্ৰমণলৈ আহিব।

স্মিথে কয়, ‍‘এই দুয়োখন ডাঙৰ পাহাৰ, যি দুখন বগাব লাগিব আৰু যদি এইটো সফল হয় তেন্তে মোৰ বাবে ই অত্যন্ত বিশেষ হব’।

স্মিথে লগতে কয়, ‍‘আশা কৰিছো মই এই সফলতা লাভ কৰিব পাৰিম। মোৰ বয়সো বাঢ়ি আছে। নাজানো আৰু কিমান বছৰ ক্ৰিকেট খেলিব পাৰিম। ভৱিষ্যত সম্পৰ্কে একো ক’ব নোৱাৰো’।

Recent News

‘পক্ষপাতদুষ্ট আম্পায়াৰ’! পুনৰ নিৰ্বাচন আয়োগক সমালোচনা ৰাহুল গান্ধীৰ

‘পক্ষপাতদুষ্ট আম্পায়াৰ’! পুনৰ নিৰ্বাচন আয়োগক সমালোচনা ৰাহুল গান্ধীৰ

ধৰ্মস্থলৰ গণ সমাধিৰ দাবী! বিতৰ্কিত স্থানত SIT-ৰ তদন্ত আৰম্ভ

ধৰ্মস্থলৰ গণ সমাধিৰ দাবী! বিতৰ্কিত স্থানত SIT-ৰ তদন্ত আৰম্ভ

হৰিদ্বাৰৰ মনসা দেৱী মন্দিৰত পদপিষ্ট হৈ ৬ জন লোকৰ মৃত্যু, ২৫ জনৰো অধিক আহত

হৰিদ্বাৰৰ মনসা দেৱী মন্দিৰত পদপিষ্ট হৈ ৬ জন লোকৰ মৃত্যু, ২৫ জনৰো অধিক আহত

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd