• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লোহাকো আকৰ্ষণ কৰে অসমৰ শিলে! ক’ত আছে এনে শিল?

দুলাল মিশ্ৰ by দুলাল মিশ্ৰ
July 19, 2020 10:10 am
stones

প্ৰতিনিধিত্বমূলক ফটো

82.7k
VIEWS
Share on FacebookShare on Twitter

লোক চুম্বকে আকৰ্ষণ কৰে। এয়া প্ৰাকৃতিক ভাবে সত্য এক পৰিঘটনা।

ইয়াত আচৰিত হ’বলগীয়া কথা একো নাই।

কিন্তু শিলে যদি লোক আকৰ্ষণ কৰে তেন্তে সেয়া নিশ্চয়কৈ কিছু আচৰিত হ’বলগীয়া কথাই।

লো আকৰ্ষণ কৰা শিল বিচাৰি আপুনি যাব নালাগে সুদূৰ আমেৰিকা অথবা ইংলেণ্ডলৈ।

এনে শিল আমাৰ এই ৰুপহী অসম খনতেই আছে। কিন্তু পৰ্যাপ্ত গৱেষণা তথা পৰ্যবেক্ষণৰ অভাৱত লো আকৰ্ষণ কৰা শিলৰ কথা বহুতৰে দৃষ্টিৰ অগোচৰ হৈ ৰৈছে।

লো আকৰ্ষণ কৰা শিল আছে অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰাৰ সমীপৱৰ্তী হাকামাত।

হাকামাত আছে এখন ঐতিহ্যমণ্ডিত বিল। বিল খনৰ নামো হাকামা বিল।

হাকামা বিলৰ তলিত পৰি ৰোৱা শিল বোৰে চুম্বকৰ দৰেই লোহাত লাগি ধৰে।

কথাষাৰ বহুদিন ধৰি শুনি থকাৰ পিছত এই প্ৰতিবেদকেও উক্ত স্থানলৈ গৈ শিল বোৰৰ লো আকৰ্ষণ কৰা গুণ স্বচক্ষে প্ৰত্যক্ষ কৰিছিল।

হাকামা বিলৰ শিলে কিয় লো আকৰ্ষণ কৰে সেয়া নিশ্চয়কৈ এক গৱেষণাৰ বিষয় হ’ব পাৰে।

এই ক্ষেত্ৰত ৰাজ্যৰ পুৰাতত্ত্ব বিভাগেও বিষয়টো ভালদৰে নিৰীক্ষণ কৰাৰ থল আছে।

হাকামা বিলৰ তলিত পোৱা শিল বোৰত কেতবোৰ সৰু সৰু ক’লা পদাৰ্থ থকা দেখিবলৈ পোৱা যায়।

সেই ক’লা পদাৰ্থ বোৰত চুম্বকীয় গুণ নিহিত হৈ থাকিব পাৰে বুলি বহুতে ধাৰণা কৰি আহিছে। অৱশ্যে পৰীক্ষাৰ অন্ততহে শিল বোৰতনো কি পদাৰ্থ আছে সেয়া জানিব পৰা যাব।

স্থানীয় বাসিন্দা একাংশই প্ৰকাশ কৰা মতে তেওঁলোকে দেখাৰে পৰাই হাকামা বিলৰ শিলৰ এনে গুণ প্ৰত্যক্ষ কৰি আহিছে।

বহুতৰ মতে তাহানিৰ দিনত তাত হেনো এটা ৰাজ অট্টালিকা আছিল।

সকলো কথা পিছে সঠিক অধ্যয়ন আৰু গৱেষণাইহে স্পষ্ট কৰিব।

Recent News

ভুল বেজী দিয়াৰ বাবে ৫ জন ৰোগীৰ মৃত্যু: দেশজুৰি আলোড়নৰ সৃষ্টি

ভুল বেজী দিয়াৰ বাবে ৫ জন ৰোগীৰ মৃত্যু: দেশজুৰি আলোড়নৰ সৃষ্টি

হাৰ্ভাৰ্ডত ভাৰতীয় ছাত্ৰ-ছাত্ৰীক লৈ ট্ৰাম্পে লোৱা সিদ্ধান্তক লৈ মৌন ভাৰত চৰকাৰ! কংগ্ৰেছৰ তীব্ৰ সমালোচনা

হাৰ্ভাৰ্ডত ভাৰতীয় ছাত্ৰ-ছাত্ৰীক লৈ ট্ৰাম্পে লোৱা সিদ্ধান্তক লৈ মৌন ভাৰত চৰকাৰ! কংগ্ৰেছৰ তীব্ৰ সমালোচনা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত অবৈধ খননত নিষেধাজ্ঞা উচ্চতম ন্যায়ালয়ৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত অবৈধ খননত নিষেধাজ্ঞা উচ্চতম ন্যায়ালয়ৰ

লখিমপুৰৰ এখন বিদ্যালয়লৈ ভাবুকি কঢ়িয়াই আনিছে ডিক্ৰং নদীৰ বান খনীয়াই! কাণসাৰ নাই চৰকাৰৰ

লখিমপুৰৰ এখন বিদ্যালয়লৈ ভাবুকি কঢ়িয়াই আনিছে ডিক্ৰং নদীৰ বান খনীয়াই! কাণসাৰ নাই চৰকাৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd