• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হিমন্ত বিশ্বৰ সমষ্টিৰ শুৱালকুছিত কংগ্ৰেছৰ নিৰ্বাচনী সভাত ভানুলৈ শিল নিক্ষেপ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 21, 2019 9:20 am
1.2k
VIEWS
Share on FacebookShare on Twitter

লোকসভাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰ হৈ পৰাৰ সময়তে শনিবাৰে সন্ধিয়া শুৱালকুছিৰ এখন নিৰ্বাচনী সভাত প্ৰাক্তন আমোলা তথা কংগ্ৰেছ নেতা এম জি ভি কে ভানুৰ গালৈ অচিনাক্ত দুৰ্বৃত্তি শিলগুটি নিক্ষেপ কৰে।

জানিব পৰা মতে, নিৰ্বাচনী জনসভাত ভাষণ দি থকা সময়তে ভানুৰ গালৈ দুৰ্বৃত্তই শিল নিক্ষেপ কৰে। অৱশ্যে কথমপি আঘাত পোৱাৰ পৰা ৰক্ষা পৰে কংগ্ৰেছ নেতাগৰাকী।

শনিবাৰে গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাৰ হৈ প্ৰচাৰৰ বাবে কংগ্ৰেছ নেতা ভানু শুৱালকুছিত উপস্থিত হৈছিল।

উল্লেখযোগ্য যে গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত জালুকবাৰী বিধানসভা সমষ্টিৰ দায়িত্বত কংগ্ৰেছে ভানুক নিযুক্তি দিছে। বৰ্তমান ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মাৰ বিধানসভা সমষ্টি হৈছে জালুকবাৰী।

আনহাতে, সেইখন সভাতে দুৰ্বৃত্তই আন এগৰাকী কংগ্ৰেছ নেতা তথা নগাওঁ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ গালৈও শিলগুটি নিক্ষেপ কৰে। সভাখনত উপস্থিত একাংশ লোকে আনকি নৰেন্দ্ৰ মোদীৰ সমৰ্থনত শ্ল’গানো দিয়ে।

স্বাভাৱিকতে শনিবাৰৰ এই ঘটনাটোৱে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Tags: নিৰ্বাচন ২০১৯

Recent News

বানত ৬০% ডুব গৈছে পবিতৰা অভয়াৰণ্য! সংকট নামি আহিছে অভয়াৰণ্য খনলৈ

বানত ৬০% ডুব গৈছে পবিতৰা অভয়াৰণ্য! সংকট নামি আহিছে অভয়াৰণ্য খনলৈ

ভোটদানৰ হাৰ জানিবলৈ নিৰ্বাচন আয়োগে সংযোগ ঘটাইছে নতুন প্ৰযুক্তি! জানো অহক কি এই প্ৰযুক্তি?

ভোটদানৰ হাৰ জানিবলৈ নিৰ্বাচন আয়োগে সংযোগ ঘটাইছে নতুন প্ৰযুক্তি! জানো অহক কি এই প্ৰযুক্তি?

বিশ্ব পৰিৱেশ দিৱস ২০২৫: প্লাষ্টিক প্ৰদূষণ ৰোধ কৰোঁ আহক…

বিশ্ব পৰিৱেশ দিৱস ২০২৫: প্লাষ্টিক প্ৰদূষণ ৰোধ কৰোঁ আহক…

আমেৰিকাত ১২খন দেশৰ নাগৰিকক প্ৰৱেশত নিষেধাজ্ঞা! কোন ১২খন দেশত আৰোপ কৰা হৈছে নিষেধাজ্ঞা?

আমেৰিকাত ১২খন দেশৰ নাগৰিকক প্ৰৱেশত নিষেধাজ্ঞা! কোন ১২খন দেশত আৰোপ কৰা হৈছে নিষেধাজ্ঞা?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd