• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

“বনধ্বংসৰ সকলো কাৰ্যকলাপ বন্ধ কৰক” : তেলেংগানা চৰকাৰলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 3, 2025 6:56 pm
173
VIEWS
Share on FacebookShare on Twitter

সবত্ৰে চলা প্ৰতিবাদৰ মাজতে তেলেংগানা চৰকাৰে হায়ডৰাবাদ বিশ্ববিদ্যালয়ৰ ওচৰত থকা বন ধ্বংস কাৰ্সকলাপত নিষেধাজ্ঞা আৰোপ কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে।

তেলেংগানাত চলা বন ধ্বংসৰ সকলো কাম বন্ধ কৰিবলৈ কাঢ়া নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে।

ন্যায়ালয়ৰ ন্যায়াধীশ বি আৰ গাভাই আৰু অগাষ্টিন জৰ্জ মাছিহৰ বিচাৰপীঠে কয় যে তেলেংগানা উচ্চ ন্যায়ালয়ে দাখিল কৰা অন্তৱৰ্তীকালীন প্ৰতিবেদনত বনাঞ্চল ধ্বংসৰ এক “আতংকজনক ছবি” দেখা গৈছে।

প্ৰতিবেদনত বিশ্ববিদ্যালয়খনৰ কাষত বৃহৎ সংখ্যক গছ কাটি পেলোৱাৰ কথা উন্মোচন হৈছে।

উচ্চতম ন্যায়ালয়ে তেলেংগানাৰ মুখ্য সচিবক উত্তৰ দিবলৈ নিৰ্দেশ দি প্ৰশ্ন কৰে যে ৰাজ্যখনে গছ বন তহিলং কৰি উন্নয়নমূলক কাম-কাজ আৰম্ভ কৰাৰ কি বাধ্যবাধকতা আছে ?

বিচাৰপীঠে মুখ্য সচিবক কয় যে তেলেংগানা চৰকাৰে এনে কাম-কাজ চলোৱাৰ পূৰ্বে পৰিৱেশ প্ৰভাৱ মূল্যায়নৰ প্ৰমাণ পত্ৰ লৈছিল নে নাই তাৰ উত্তৰ দিব লাগিব।

উল্লেখ্য যে ইয়াৰ পূৰ্বে যোৱা ২ এপ্ৰিল তাৰিখে তেলেংগানা উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক নিৰ্দেশ দিছিল যে তেলেংগানা ঔদ্যোগিক আন্তঃগাঁথনি নিগমৰ বাবে আবণ্টিত হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ কাষৰীয়া কাঞ্চা গাচিবৌলিৰ ৪০০ একৰ মাটিত গছ কটা কাম বন্ধ কৰিব লাগে।

উল্লেখ্য যে শেহতীয়া কেইটামান দিনত উক্ত ৪০০ একৰ মাটিৰ এক বৃহৎ অংশত থকা গছ-গছনি কাটি পেলোৱা হৈছে। গছ-গছনি কটাৰ পিছত তাত থকা পশু-পক্ষীৰ ওপৰত পৰা প্ৰত্যক্ষ প্ৰভাৱৰ ছবি দেখা পোৱা গৈছে। গছবোৰ কাটি পেলোৱাৰ ফলত আশ্ৰয়হীন হৈ পৰিছে হাজাৰ হাজাৰ চৰাই-চিৰিকটি আৰু জীৱ-জন্তু।

এই কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে হায়দৰাবাদ বিশ্ববিদ্যালয় আৰু অন্যান্য বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্ন সচেতন নাগৰিক তথা দল সংগঠনে।

Recent News

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

৪৩টা প্ৰজাতিৰ সৈতে কাজিৰঙাত প্ৰথম তৃণভূমি পক্ষীৰ জৰীপ সম্পন্ন

৪৩টা প্ৰজাতিৰ সৈতে কাজিৰঙাত প্ৰথম তৃণভূমি পক্ষীৰ জৰীপ সম্পন্ন

সম্পৰ্ক ছেদ বিজেপি-অগপৰ! মাজুলীৰ পিছত এইবাৰ বিহপুৰীয়াত বিজেপিৰ বিৰুদ্ধে বিদ্ৰোহ অগপৰ

সম্পৰ্ক ছেদ বিজেপি-অগপৰ! মাজুলীৰ পিছত এইবাৰ বিহপুৰীয়াত বিজেপিৰ বিৰুদ্ধে বিদ্ৰোহ অগপৰ

যোৰহাটৰ পৰা গুৱাহাটীলৈ আৰম্ভ দৈনিক চাৰ্টাৰ্ড বাছ সেৱা, ২০২৬ চনত উজনিৰ পৰা গুৱাহাটীলৈ চলিব বৈদ্যুতিক বাছ

যোৰহাটৰ পৰা গুৱাহাটীলৈ আৰম্ভ দৈনিক চাৰ্টাৰ্ড বাছ সেৱা, ২০২৬ চনত উজনিৰ পৰা গুৱাহাটীলৈ চলিব বৈদ্যুতিক বাছ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd