• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গ্ৰন্থৰ খবৰ: গল্পকাৰ বিপাশা বৰাৰ প্ৰথমখন উপন্যাস “জাকাৰান্দা” উন্মোচন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 3, 2023 6:19 pm
Assamese Book
86
VIEWS
Share on FacebookShare on Twitter

শ্বিলঙৰ পুৰণি আৰু সমকালীন অসমীয়া সমাজখনৰ কাহিনীগুচ্ছৰ আধাৰত ২০১৮ চনৰ সাহিত্য অকাদেমী যুৱ পুৰস্কাৰ বটাঁ বিজয়ী গল্পকাৰ-লেখিকা বিপাশা বৰাৰ দ্বাৰা ৰচিত প্ৰথমখন উপন্যাস “জাকাৰান্দা”আজি গুৱাহাটী আৰ্টিষ্ট গীল্ডত আয়োজিত এক গ্ৰন্থ উন্মোচনী সভাত উন্মোচন কৰা হয়।

গুৱাহাটীৰ বনলতা প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা উপন্যাসখন প্ৰসিদ্ধ ঔপন্যাসিক-সমালোচক-শিক্ষাবিদ প্ৰফেচৰ তিলোত্তমা মিশ্ৰ, গল্পকাৰ আৰু ঔপন্যাসিক বন্তি শেনচোৱা আৰু কবি-গল্পকাৰ আৰু “সাতসৰী” আলোচনীৰ সম্পাদক অতনু ভট্টাচাৰ্যদেৱে উন্মোচন কৰে।

অনুষ্ঠানত “জাকাৰান্দা”ৰ তেনেই সৰু অংশ এটা পাঠ কৰি শুনায় আগান আৰু আৱৰিয়ে। গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি “শ্বিলঙৰ পুৰণি আৰু সমকালীন অসমীয়া সমাজ” শীৰ্ষক এটি আন্তৰিক কথোপকথনৰো আয়োজন কৰা হয়।

ঐতিহ্য-সংৰক্ষক অভিনিৱেশ শৰ্মাই আঁত ধৰা এই আকৰ্ষণীয় অনুষ্ঠানটোত তিনিওগৰাকী সাহিত্যিকৰ সৈতে বিপাশা বৰায়ো ভাগ লয়। অনুষ্ঠানটোত কেইবাজনো বিশিষ্ট সাহিত্যিকৰ লগতে বহুকেইজন নতুন প্ৰজন্মৰ লেখক-লেখিকা আৰু আন আন গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

Recent News

সংবিধানৰ প্ৰস্তাৱনাৰ ৪২ সংখ্যক সংশোধনীৰ পুনৰ মূল্যায়নৰ বিতৰ্ক: সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দক লৈ RSS আৰু কংগ্ৰেছৰ সংঘাত

সংবিধানৰ প্ৰস্তাৱনাৰ ৪২ সংখ্যক সংশোধনীৰ পুনৰ মূল্যায়নৰ বিতৰ্ক: সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দক লৈ RSS আৰু কংগ্ৰেছৰ সংঘাত

২৫ বছৰ ধৰি এখন বিদ্যালয়ত হিন্দু আৰু মুছলমান শিক্ষাৰ্থীৰ বাবে পৃথককৈ ৰন্ধা হৈছিল মধ্যাহ্ন ভোজন, তাৰপাছত…

২৫ বছৰ ধৰি এখন বিদ্যালয়ত হিন্দু আৰু মুছলমান শিক্ষাৰ্থীৰ বাবে পৃথককৈ ৰন্ধা হৈছিল মধ্যাহ্ন ভোজন, তাৰপাছত…

১০% বৃদ্ধি পালে ভাৰতৰ বৈদেশিক ঋণ : ৭৩৬.৩ বিলিয়ন মাৰ্কিন ডলাৰ স্পৰ্শ কৰিলে ঋণে

১০% বৃদ্ধি পালে ভাৰতৰ বৈদেশিক ঋণ : ৭৩৬.৩ বিলিয়ন মাৰ্কিন ডলাৰ স্পৰ্শ কৰিলে ঋণে

মাজুলীৰ কৃষকৰ ব্যৱসায়ীক সফলতা! মধ্য এছিয়া-ইউৰোপলৈ ২৬৭ মেট্ৰিক টন ৰঙা বাও ধানৰ ৰপ্তানি

মাজুলীৰ কৃষকৰ ব্যৱসায়ীক সফলতা! মধ্য এছিয়া-ইউৰোপলৈ ২৬৭ মেট্ৰিক টন ৰঙা বাও ধানৰ ৰপ্তানি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd