• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জামিন লাভ কৰিলে ছাত্ৰ নেতা দ্বীপজ্যোতি গগৈয়ে : কাইলৈ আহিব মুকলি আকাশৰ তললৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 10, 2020 2:37 pm
index.jpga
3.2k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন লাভ কৰিলে কা বিৰোধী আন্দোলনৰ সক্ৰিয় নেতা তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ দ্বীপজ্যোতি গগৈয়ে।

সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে দ্বীপজ্যোতিৰ। অজিত বৰঠাকুৰৰ বিচাৰপীঠে এই জামিন আবেদন মঞ্জুৰ কৰিছে।

কাইলৈ মুকলি আকাশৰ তললৈ আহিব ছাত্ৰ নেতা গৰাকীয়ে।

যোৱা ৩০ জুলাইত জামিন আবেদন জনাইছিল দ্বীপজ্যোতিৰ অধিবক্তাই।

এই কথা জনাইছে দ্বীপজ্যোতিৰ অধিবক্তা কৃষ্ণ গগৈয়ে।

দ্বীপজ্যোতিৰ হৈ ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰিছিল অধিবক্তা শান্তনু বৰঠাকুৰ, কৃষ্ণ গগৈ, পল্লৱী বৰা, ৰাহুল শেনচোৱা আৰু মনোজ দেউৰীয়ে।

দ্বীপজ্যোতি গগৈক ২০ জুলাইৰ নিশা ক্ৰাইম ব্রাঞ্চ-এ শিৱসাগৰ থাওৰাৰ পৰা গ্ৰেপ্তাৰ কৰি পোনে পোনে আনিছিল গুৱাহাটীলৈ।

যোৱা ২১ জুলাইত দ্বীপজ্যোতি গগৈক গুৱাহাটী কেন্দ্ৰীয় কাৰাগৰলৈ নিক্ষেপ কৰিছিল কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে।

দ্বীপজ্যোতিৰ বিৰুদ্ধে আৰক্ষীৰ অপৰাধ শাখাই ভাৰতীয় দণ্ডবিধি আইন (IPC) ৰ ৪২০/৪১৯/৩৪ আৰু IT Act ৰ ৬৬(c) ধাৰাৰ অধীনত ১১/২০২০ নম্বৰত এক গোচৰ ৰুজু কৰিছিল।

দ্বীপজ্যোতিৰ অপৰাধ আছিল “সৰ্বানন্দ সোণোৱালৰ এখন পুৰণি ফটো দি বানপানীৰ বাবে সাহাৰ্য বিচাৰি দিয়া এটা ফেচবুক পোষ্ট।”

যিখন ফটো ২০১৯ চনৰ ১৫ জুলাইৰ নৰ্থ ইষ্ট নাওত বাতৰিৰ সৈতে প্ৰকাশ পাইছিল।

Recent News

‘উগ্ৰপন্থীৰ হাতত আছিল ভোটাৰ কাৰ্ড আৰু আগ্নেয়াস্ত্ৰ’- চিদাম্বৰমৰ পেহেলগামৰ প্ৰশ্নক লৈ সংসদত প্ৰমাণ দিলে অমিত শ্বাহে

‘উগ্ৰপন্থীৰ হাতত আছিল ভোটাৰ কাৰ্ড আৰু আগ্নেয়াস্ত্ৰ’- চিদাম্বৰমৰ পেহেলগামৰ প্ৰশ্নক লৈ সংসদত প্ৰমাণ দিলে অমিত শ্বাহে

বিজেপি নেতাৰ পুত্ৰৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা! গ্ৰেপ্তাৰ বিজেপি যুৱ মৰ্চাৰ নেতা ৰাকেশ নাগ

বিজেপি নেতাৰ পুত্ৰৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা! গ্ৰেপ্তাৰ বিজেপি যুৱ মৰ্চাৰ নেতা ৰাকেশ নাগ

উৰিয়ামঘাটত বৃহৎ উচ্ছেদ অভিযান: প্ৰথম দিনাই ৰেংমা বনাঞ্চলৰ ৪.২ হেক্টৰ ভূমি মুকলি

উৰিয়ামঘাটত বৃহৎ উচ্ছেদ অভিযান: প্ৰথম দিনাই ৰেংমা বনাঞ্চলৰ ৪.২ হেক্টৰ ভূমি মুকলি

আন্তঃৰাষ্ট্ৰীয় বাঘ দিৱসৰ দিনটোতে আহিছে সুখবৰ! কাজিৰঙা আৰু মুডুমলাই বাঘ সংৰক্ষিত বনাঞ্চলত বৃদ্ধি পাইছে বাঘৰ সংখ্যা

আন্তঃৰাষ্ট্ৰীয় বাঘ দিৱসৰ দিনটোতে আহিছে সুখবৰ! কাজিৰঙা আৰু মুডুমলাই বাঘ সংৰক্ষিত বনাঞ্চলত বৃদ্ধি পাইছে বাঘৰ সংখ্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd