• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সৰস্বতী পূজাস্থলীত অঘটন : গুৰুতৰভাৱে অগ্নিদগ্ধ হৈ চিকিৎসাধীন এগৰাকী ছাত্ৰী

তন্ময় চক্ৰৱৰ্তী by তন্ময় চক্ৰৱৰ্তী
February 16, 2021 6:56 pm
Jhuma Dey.jpg2
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সৰস্বতী পূজাৰ উছাহৰ মাজতে এক অতি মৰ্মান্তিক ঘটনা সংঘটিত হৈছে এখন বিদ্যালয়ৰ সৰসত্বী পূজাৰ স্থলীত।

ত্ৰিপুৰাৰ দক্ষিণ ত্ৰিপুৰা জিলাৰ বেলনীয়া বিদ্যাপীঠ নামৰ বিদ্যালয়খনত সৰসত্বী পূজাৰ সময়তে সংঘটিত হৈছে এই অতি মৰ্মান্তিক দুৰ্ঘটনাটো।

ঘটনাৰ বিৱৰণীৰ মতে বিদ্যালয়খনত সৰসত্বী পূজাৰ প্ৰসাদ বিতৰণ কৰি থকাৰ সময়তে বিদ্যালয়খনৰ দশম শ্ৰেণীৰ ঝুমা দে নামৰ ছাত্ৰীগৰাকীৰ শাৰীত পূজা মণ্ডপৰ জলন্ত ধুপৰ পৰা অগ্নিসংযোগ ঘটে।

চিল্কৰ শাৰী পৰিহিত ছাত্ৰীগৰাকীৰ সমগ্ৰ শৰীৰটোক নিমিষতে জুইয়ে আগুৰি ধৰাৰ ফলত ছাত্ৰীগৰাকী গুৰুতৰভাৱে অগ্নিদগ্ধ হয়।

অগ্নিদগ্ধ ছাত্ৰীগৰাকীক ততাতৈয়াকৈ চিকিৎসাৰ বাবে স্থানীয় বিলনীয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে আগৰতলাৰ জিবিপি হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

চিকিৎসকে প্ৰকাশ অনুসৰি ছাত্ৰীগৰাকীৰ শৰীৰৰ ৮০ শতাংশ অগ্নিদগ্ধ হৈছে। বৰ্তমান সংকটজনক অৱস্থাত ছাত্ৰীগৰাৰকী আগৰতলাৰ জিবিপি হাস্পতালতে চিকিৎসাধীন হৈ আছে।

অগ্নিদগ্ধ ছাত্ৰীগৰাকী বিলনীয়াৰ বেংকাৰ অঞ্চলৰ চম্ভু দে আৰু শিল্পী দেৰ কন্যা বুলি জানিব পৰা গৈছে।

তন্ময় চক্ৰৱৰ্তী

তন্ময় চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমত জন্মগ্ৰহণ কৰা অভিনেতা ৰাজদ্বীপ চৌধুৰীৰ ছবি ‘A Teacher’s Gift’ ট্ৰাইবেকা ফেষ্টিভেল লিছব’য়াৰ বাবে নিৰ্বাচিত

অসমত জন্মগ্ৰহণ কৰা অভিনেতা ৰাজদ্বীপ চৌধুৰীৰ ছবি ‘A Teacher’s Gift’ ট্ৰাইবেকা ফেষ্টিভেল লিছব’য়াৰ বাবে নিৰ্বাচিত

September 9, 2025 2:14 pm
জনজাতীয় লোকক উচ্ছেদ কৰি জৈৱ বৈচিত্ৰ ধ্বংসেৰে কেন্দ্ৰীয় শাসিত অঞ্চলত চৰকাৰৰ অভিলাষী গ্ৰেট নিকোবৰ প্ৰকল্প

জনজাতীয় লোকক উচ্ছেদ কৰি জৈৱ বৈচিত্ৰ ধ্বংসেৰে কেন্দ্ৰীয় শাসিত অঞ্চলত চৰকাৰৰ অভিলাষী গ্ৰেট নিকোবৰ প্ৰকল্প

September 9, 2025 1:45 pm
ৰণক্ষেত্ৰত পৰিণত কাঠমাণ্ডু! প্ৰতিবাদত সাধাৰণ নাগৰিকৰ মৃত্যুৰ পিছত ৯ জন মন্ত্ৰীৰ পদত্যাগ

ৰণক্ষেত্ৰত পৰিণত কাঠমাণ্ডু! প্ৰতিবাদত সাধাৰণ নাগৰিকৰ মৃত্যুৰ পিছত ৯ জন মন্ত্ৰীৰ পদত্যাগ

September 9, 2025 1:44 pm
যৌন নিৰ্যাতনকাৰী এপষ্টেইনৰ জন্মদিনত লিখা অশ্লীল চিঠিখন ট্ৰাম্পৰেই? কি ফাদিল কৰিলে ডেম’ক্ৰেটে?

যৌন নিৰ্যাতনকাৰী এপষ্টেইনৰ জন্মদিনত লিখা অশ্লীল চিঠিখন ট্ৰাম্পৰেই? কি ফাদিল কৰিলে ডেম’ক্ৰেটে?

September 9, 2025 12:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমত জন্মগ্ৰহণ কৰা অভিনেতা ৰাজদ্বীপ চৌধুৰীৰ ছবি ‘A Teacher’s Gift’ ট্ৰাইবেকা ফেষ্টিভেল লিছব’য়াৰ বাবে নিৰ্বাচিত

অসমত জন্মগ্ৰহণ কৰা অভিনেতা ৰাজদ্বীপ চৌধুৰীৰ ছবি ‘A Teacher’s Gift’ ট্ৰাইবেকা ফেষ্টিভেল লিছব’য়াৰ বাবে নিৰ্বাচিত

September 9, 2025 2:14 pm
জনজাতীয় লোকক উচ্ছেদ কৰি জৈৱ বৈচিত্ৰ ধ্বংসেৰে কেন্দ্ৰীয় শাসিত অঞ্চলত চৰকাৰৰ অভিলাষী গ্ৰেট নিকোবৰ প্ৰকল্প

জনজাতীয় লোকক উচ্ছেদ কৰি জৈৱ বৈচিত্ৰ ধ্বংসেৰে কেন্দ্ৰীয় শাসিত অঞ্চলত চৰকাৰৰ অভিলাষী গ্ৰেট নিকোবৰ প্ৰকল্প

September 9, 2025 1:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd