• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নদীত গা ধুৱলৈ গৈ পানীত ডুব যোৱা ছাত্ৰ অন্তৰীক্ষ শৰ্মাৰ মৃতদেহ উদ্ধাৰ

ৰিনয় বসুমতাৰী,কোকৰাঝাৰ by ৰিনয় বসুমতাৰী,কোকৰাঝাৰ
July 8, 2022 10:44 am
2k
VIEWS
Share on FacebookShare on Twitter

যোৱা ৬ জুলাইৰ আবেলি সতীৰ্থ সকলৰ সতে কোকৰাঝাৰৰ গৌৰাং নদীত গা ধূৱলৈ আহি পানীত ডুব গৈ সন্ধানহীন হৈ থকা কোকৰাঝাৰ বি.বি.ইঞ্জিনিয়াৰিং কলেজৰ ছাত্ৰ অন্তৰীক্ষ শৰ্মাৰ মৃতদেহ শুকুৰবাৰে পুৱা নদীখনৰ পশ্চিম প্ৰান্ততএছডিআৰএফ বাহিনীয়ে উদ্ধাৰ কৰে৷

উদ্ধাৰ অভিযানত জড়িত এছডিআৰএফ বাহিনীৰ লগতে আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত জানিব দিয়ে যে ছাত্ৰ গৰাকী যিটো স্থানত গা ধুৱলৈ নামিছিল সেই স্থানৰ পৰা প্ৰায় ডেৰ কিলোমিটাৰ দূৰৈত ছাত্ৰ গৰাকীৰ মৃতদেহ পাৰ্কুপাইনত লাগি থকা অৱস্থাত উদ্ধাৰ হৈছে৷

 

উল্লেখ্য লগৰীয়াৰ সৈতে নৈত গা ধুৱলৈ গৈ নৈৰ পানীত সন্ধানহীন হৈছিল ছাত্ৰ জন৷ ইয়াৰ পিছতে সন্ধানহীন হৈ পৰা ছাত্ৰ জনৰ সন্ধান উলিয়াবলৈ অভিযান আৰম্ভ কৰা হৈছিল৷

অৱশেষত আজি উদ্ধাৰ হয় ছাত্ৰ জনৰ মৃতদেহ৷ মৃত ছাত্ৰ জনৰ ঘৰ কামৰূপ গ্ৰাম্য জিলাৰ মিৰ্জাত বুলি জানিব পৰা গৈছে৷

অন্তৰীক্ষ শৰ্মাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে কোকৰাঝাৰ চহৰত এক শোকাকুল পৰিবেশে বিৰাজ কৰিছে৷

Recent News

ওড়িশাৰ পিছত এইবাৰ উত্তৰ প্ৰদেশত… নয়ডাৰ এখন কলেজত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ আত্ম*হনন

ওড়িশাৰ পিছত এইবাৰ উত্তৰ প্ৰদেশত… নয়ডাৰ এখন কলেজত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ আত্ম*হনন

বজালীত লোমহৰ্ষক ঘটনা : প্ৰাক্তন প্ৰেমিকে ধৰ্ষণ কৰি হত্যা কৰিলে ১৯ বছৰীয়া যুৱতীক

বজালীত লোমহৰ্ষক ঘটনা : প্ৰাক্তন প্ৰেমিকে ধৰ্ষণ কৰি হত্যা কৰিলে ১৯ বছৰীয়া যুৱতীক

যৌন সম্পৰ্ক স্থাপন কৰি ব্লেকমেইল; ৯ বৌদ্ধ সন্যাসীৰ পৰা কোটি কোটি টকা সৰকালে সুন্দৰীয়ে!

যৌন সম্পৰ্ক স্থাপন কৰি ব্লেকমেইল; ৯ বৌদ্ধ সন্যাসীৰ পৰা কোটি কোটি টকা সৰকালে সুন্দৰীয়ে!

চূড়ান্ত অনুমোদন লাভ কৰা নাই কুলশী জলবিদ্যুৎ প্ৰকল্পই! ঘোষণা অসম চৰকাৰৰ

চূড়ান্ত অনুমোদন লাভ কৰা নাই কুলশী জলবিদ্যুৎ প্ৰকল্পই! ঘোষণা অসম চৰকাৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd