• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গৱেষণা! নাৰী শৰীৰৰ এই বস্তুটোৰ গোন্ধ পালেই একেবাৰতে বহু কমি যায় পুৰুষৰ খং

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 4, 2024 10:48 am
গৱেষণা! নাৰী শৰীৰৰ এই বস্তুটোৰ গোন্ধ পালেই একেবাৰতে বহু কমি যায় পুৰুষৰ খং
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক নতুন গৱেষণাৰ পৰা দেখা গৈছে যে এগৰাকী মহিলাৰ চকুলোৰ গোন্ধে পুৰুষৰ আক্ৰমণাত্মক মনোভাৱ ম্লান কৰিব পাৰে। কন্দাকটাই যে উত্তপ্ত পৰিস্থিতি শান্ত কৰে, সেই কথাটো যেন কেতিয়াও এনেদৰে ভবা হোৱা নাছিল। এতিয়া সেই চিন্তাও মানুহৰ চৰ্চাৰ বৃত্তত প্ৰৱেশ কৰিলে।

গৱেষকসকলে কয় যে মহিলাৰ চকুলোৰ গোন্ধে পুৰুষৰ আক্ৰমণাত্মক মনোভাৱ কমেও ৪৪ শতাংশ হ্ৰাস কৰে! এই গৱেষণা PLOS Biology ত প্ৰকাশ পাইছে। ইয়াত কোৱা হৈছে যে পুৰুষৰ মগজুৰ যি অংশই তেওঁক আক্ৰমণাত্মক কৰি তোলে, নাৰীৰ চকুলোৰ গোন্ধে সেই অংশটোক দুৰ্বল কৰি তোলে।

স্তন্যপায়ী প্ৰাণীৰ ওপৰত কৰা অধ্যয়নত দেখা গৈছে যে চকুলোত থকা ৰাসায়নিক পদাৰ্থৰ প্ৰভাৱ গভীৰ। মতা আৰু মাইকী এন্দুৰৰ চকুলোৰে আগতেও এনে পৰীক্ষা-নিৰীক্ষা কৰা হৈছে। কিন্তু মানুহৰ কান্দোনৰ প্ৰভাৱ এতিয়ালৈকে স্পষ্ট হোৱা নাছিল। এতিয়া সেই গৱেষণাও কৰা হৈছে।

লগতে পঢ়কঃ ১১টা বলত ৬টা উইকেট হেৰুৱায় ভাৰতে! শাস্ত্ৰীৰ ধেমেলীয়া মন্তব্য শুনি হাঁহি ৰখাব নোৱাৰিব আপুনি

এই অধ্যয়নত মানুহে কিয় কান্দে তাৰো ব্যাখ্যা আগবঢ়াইছে। কোৱা হৈছে যে কান্দোন সম্ভৱতঃ পৰিস্থিতি শান্ত কৰাৰ এক জৈৱিক কৌশল। গৱেষণাৰ পৰা দেখা গৈছে যে আৱেগিক অশ্ৰুত আক্ৰমণাত্মকতা ৪৪ শতাংশ হ্ৰাস পায়! এই অধ্যয়নৰ মূল লক্ষ্য আছিল কান্দোনৰ পৰিস্থিতি শান্ত কৰা প্ৰভাৱ পৰীক্ষা কৰা।

এই গৱেষণাৰ বাবে গৱেষকসকলে ছয়গৰাকী মহিলাৰ চকুলো সংগ্ৰহ কৰিছিল। চকুলো সংগ্ৰহ কৰাৰ আগতে তেওঁলোকৰ পুৰুষ সংগীক ভিডিঅ’ গেম খেলিবলৈ দিয়া হৈছিল, যিয়ে তেওঁলোকৰ আক্ৰমণাত্মতাক আৰু অধিক ইন্ধন যোগায়।

যেতিয়া মহিলাসকলৰ  পুৰুষ সংগীয়ে ভিডিঅ’ গেম খেলিছিল গৱেষকসকলে স্ক্যানাৰৰ সহায়ত তেওঁলোকৰ মগজুৰ কাৰ্যকলাপ জুখিছিল। তেনে কৰাৰ সময়ত দেখা গ’ল যে যেতিয়া তেওঁলোকে সংগীৰ কান্দোনৰ গোন্ধ পাইছিল, অধ্যয়নত অংশগ্ৰহণ কৰা পুৰুষসকলৰ আক্ৰমণাত্মক আচৰণ ৪৩.৭ শতাংশ হ্ৰাস পাইছিল! ব্ৰেইন ইমেজিং পৰীক্ষাত দেখা গ’ল যে আক্ৰমণাত্মকতাৰ সৈতে জড়িত মগজুৰ অংশটোৱে কান্দোনৰ গোন্ধ লোৱাৰ পিছত ইয়াৰ কাৰ্যকলাপৰ মাত্ৰা কমি যায়।

আমেৰিকাৰ ৱাইজমেনছ ব্ৰেইন ছায়েন্সেছ বিভাগৰ বিজ্ঞানী তথা গৱেষণা পত্ৰখনৰ মুখ্য লেখক নোয়াম ছ’বেলে কয় যে চকুলোৱে মগজুৰ ঘ্ৰাণ ৰিচেপ্টৰ সক্ৰিয় কৰে আৰু আক্ৰমণাত্মকতা সম্পৰ্কীয় অংশটো নিষ্ক্ৰিয় কৰে। ফলত চকুলোত আক্ৰমণাত্মক আচৰণ  ক্ষেত্ৰত যথেষ্ট হ্ৰাস পায়’।

লগতে পঢ়কঃকাৰাগাৰতো জাতিৰ ভিত্তিত দিয়া হয় কাম! কেন্দ্ৰ আৰু ১১খন ৰাজ্যলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ

এই অধ্যয়নত দেখা গৈছে যে কেনেকৈ চকুলোৰ ৰাসায়নিক পদাৰ্থৰ জৰিয়তে জৈৱিক সংকেতৰ দ্বাৰা পুৰুষৰ আক্ৰমণাত্মক আচৰণ সলনি কৰিব পাৰি। গৱেষকসকলে প্ৰকাশ কৰিছে যে চকুলোৰ গোন্ধে টেষ্টোষ্টেৰন কমায়, আৰু টেষ্টোষ্টেৰন কম হ’লে মহিলাতকৈ পুৰুষৰ আক্ৰমণাত্মক আচৰণত অধিক প্ৰভাৱ পৰে!

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আফগানিস্তানত ভূমিকম্পত প্ৰাণ হেৰুওৱা সকললৈ মোদীৰ সমবেদনা :  তালিবান চৰকাৰলৈ সাহায্য প্ৰেৰণ

আফগানিস্তানত ভূমিকম্পত প্ৰাণ হেৰুওৱা সকললৈ মোদীৰ সমবেদনা :  তালিবান চৰকাৰলৈ সাহায্য প্ৰেৰণ

September 1, 2025 9:32 pm
সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ বিৰুদ্ধে হাৰাশাস্তি, অপহৰণৰ অভিযোগ

সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ বিৰুদ্ধে হাৰাশাস্তি, অপহৰণৰ অভিযোগ

September 1, 2025 9:13 pm
জিলাই জিলাই কংগ্ৰেছৰ কাৰ্যালয়ৰ সা-সম্পত্তি নষ্ট বিজেপিৰ : কংগ্ৰেছৰ কাৰ্যালয় ভাঙিবলৈ যোৱা বিজেপিৰ নেতা-কৰ্মীৰ বিৰুদ্ধে থানাত গোচৰ

জিলাই জিলাই কংগ্ৰেছৰ কাৰ্যালয়ৰ সা-সম্পত্তি নষ্ট বিজেপিৰ : কংগ্ৰেছৰ কাৰ্যালয় ভাঙিবলৈ যোৱা বিজেপিৰ নেতা-কৰ্মীৰ বিৰুদ্ধে থানাত গোচৰ

September 1, 2025 8:50 pm
নিয়ন্ত্ৰণ চাৰিজন মন্ত্ৰীৰ নিয়ন্ত্ৰণত চলি আছে ‘চিণ্ডিকেট চৰকাৰ’: প্ৰদ্যুত বৰদলৈৰ অভিযোগ

নিয়ন্ত্ৰণ চাৰিজন মন্ত্ৰীৰ নিয়ন্ত্ৰণত চলি আছে ‘চিণ্ডিকেট চৰকাৰ’: প্ৰদ্যুত বৰদলৈৰ অভিযোগ

September 1, 2025 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আফগানিস্তানত ভূমিকম্পত প্ৰাণ হেৰুওৱা সকললৈ মোদীৰ সমবেদনা :  তালিবান চৰকাৰলৈ সাহায্য প্ৰেৰণ

আফগানিস্তানত ভূমিকম্পত প্ৰাণ হেৰুওৱা সকললৈ মোদীৰ সমবেদনা :  তালিবান চৰকাৰলৈ সাহায্য প্ৰেৰণ

September 1, 2025 9:32 pm
সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ বিৰুদ্ধে হাৰাশাস্তি, অপহৰণৰ অভিযোগ

সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ বিৰুদ্ধে হাৰাশাস্তি, অপহৰণৰ অভিযোগ

September 1, 2025 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd