• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ইন্দোৰৰ পৰা ছুল্লি ডীলছৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 10, 2022 10:27 am
WhatsApp Image 2022-01-10 at 10.01.26 AM
1.4k
VIEWS
Share on FacebookShare on Twitter

বুল্লি বাই এপ প্ৰস্তুত কৰা অভিযুক্তক গ্ৰেপ্তাৰৰ পাছত এইবাৰ দিল্লী আৰক্ষীয়ে আন এটা এপ ‘ছুল্লি ডীলছ’ৰ প্ৰস্তুতকাৰীজনক গ্ৰেপ্তাৰ কৰিছে।

দিল্লী আৰক্ষীয়ে মধ্যপ্ৰদেশৰ ইন্দোৰৰ পৰা লোকজনক গ্ৰেপ্তাৰ কৰে আৰু ছয়মাহ পূৰ্বে দাখিল ছুল্লি ডীলছ গোচৰত এইটো প্ৰথম গ্ৰেপ্তাৰৰ ঘটনা।

আৰক্ষীৰ সূত্ৰসমূহে জানিবলৈ দিয়ে যে অভিযুক্তক ওংকাৰেশ্বৰ ঠাকুৰ বুলি চিনাক্ত কৰা হৈছে আৰু তেওঁক দিল্লী আৰক্ষীৰ ইন্টেলিজেন্স ফিউজন এণ্ড ষ্ট্ৰেটেজিক অ’পাৰেশ্যনছ (আইএফএছঅ’)য়ে গ্ৰেপ্তাৰ কৰিছে।

বুল্লি বাই এপৰ দৰেই নিলামৰ বাবেই মুছলমান মহিলাৰ তালিকা প্ৰস্তুত কৰা কামত ব্যৱহাৰ কৰা হৈছিল এই ছুল্লি ডীলছ এপটো।

লগতে পঠক: CAAৰ ভিত্তিত অসমৰ বাসিন্দাৰ নাগৰিকত্বৰ আবেদন মানি ল’লে গুৱাহাটী উচ্চ ন্যায়ালয়ে!

এপটোৰ আঁৰৰ ব্যক্তিসকলে অনুমতি অবিহনেই ফটোগ্ৰাফ সংগ্ৰহ কৰি এপটোত সন্নিৱিষ্ট কৰিছিল।

দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ২৬বছৰীয়া এই ব্যক্তিজনে ইন্দোৰৰ আইপিএছ একাডেমীৰ পৰা বিচিএ ডিগ্ৰী গ্ৰহণ কৰিছিল।

আৰক্ষীৰ মতে ঠাকুৰে টুইটাৰ ব্যৱহাৰ কৰা ‘ট্ৰেড মহাসভা’ নামৰ এটা গ্ৰুপত জইন কৰিছিল। তেওঁ গ্ৰুপটোত ‘গেংয়েছিয়ন’ পৰিচালনা কৰিবলৈ জইন কৰিছিল।

আৰক্ষীয়ে কয় যে গ্ৰুপটোৰ সদস্যসকলে মুছলমান মহিলাসকলক কেনেকৈ ট্ৰ’ল কৰিব তাৰ আলোচনা কৰিছিল।

লগতে পঠক:Covid Update ৰাজ্যত নতুনকৈ কিমান লোক আক্ৰান্ত হ’ল কোভিডত? মৃত্যু কিমানৰ?

এপটো মিডিয়াত দৃশ্যমান হৈ পৰাৰ পাছতে ঠাকুৰে সেতওঁৰ সকলো ছচিয়েল মিডিয়া একাউন্ট বন্ধ কৰি দিয়ে।

বুল্লি বাই এপৰ প্ৰস্তুতকাৰী নীৰজ বিষ্ণইক জেৰা কৰি পোৱা তথ্যৰ ভিত্তিত আৰক্ষীয়ে ঠাকুৰক গ্ৰেপ্তাৰ কৰে।            

Recent News

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

আই চি ইউত সংকটজনক অৱস্থাত অভিনেতা; কন্যাৰ অনুৰোধত আৰ্থিক সাহায্য আগবঢ়ালে কোনে?

আই চি ইউত সংকটজনক অৱস্থাত অভিনেতা; কন্যাৰ অনুৰোধত আৰ্থিক সাহায্য আগবঢ়ালে কোনে?

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd