• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

CAAৰ ভিত্তিত অসমৰ বাসিন্দাৰ নাগৰিকত্বৰ আবেদন মানি ল’লে গুৱাহাটী উচ্চ ন্যায়ালয়ে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 10, 2022 9:37 am
IMG-20191227-WA0011-750x374

প্ৰতিনিধিত্বমূলক ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৯৭১চনৰ ২৫ মাৰ্চৰ পাছত ভাৰতলৈ আহিছিল বাবলু পাল। নাগৰিকত্ব সংশোধনী আইন (CAA)ৰ অধীনত তেওঁ ভাৰতীয় নাগৰিকত্ব বাবে আবেদন কৰিছিল। তেওঁৰ সেই আবেদন বাস্তৱিকতে মানি ল’লে আদালতে।

হিন্দুস্তান টাইমছৰ বাতৰি অনুসৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সূত্ৰত কোৱা হৈছে যে বাবলুৰ ককাক ১৯৬৪চনত পশ্চিমবংগলৈ আহিছিল।

সেই সময়ত বাবলুৰ বয়স আছিল মাত্ৰ ২বছৰ। বাবলু পাল বৰ্তমান অসমৰ কৰিমগঞ্জ জিলাৰ বাসিন্দা।

Apply Now

ন্যায়াধীশ এন কোটিশ্বৰ আৰু ন্যায়াধীশ মালাশ্ৰী নন্দীয়ে এই আবেদনৰ শুনানি গ্ৰহণ কৰি কয় যে সেই ব্যক্তিগৰাকী ১৯৮৪ চনত অসমলৈ আহিছিল। কিন্তু তেওঁৰ পৰিয়াল ১৯৬৪চনতে ভাৰতলৈ আহিছিল। তদুপৰি, ব্যক্তিগৰাকী হিন্দু ধৰ্মৰ। CAAঅনুসৰি তেওঁ নিজকে ভাৰতীয় নাগৰিক হিচাপে অন্তৰ্ভুক্ত কৰিব পাৰ।

লগতে পঢ়ক: ভয়ংকৰ বাইক দুৰ্ঘটনাত প্ৰাণ গ’ল দুই যুৱকৰ

আদালতৰ সূত্ৰৰ ভিত্তিত বাতৰিটোত কোৱা হৈছে যে আবেদনকাৰীৰ পিতৃ আৰু ককাক সেই সময়ৰ পূব পাকিস্তানৰ পৰা ভাৰতলৈ আহিছিল। চৰকাৰে তেওঁলোকক শৰণাৰ্থীৰ মৰ্যাদা দিছিল। সেই সম্পৰ্কীয় নথিও আছে।

ইপিনে, ১৯৬৬ চনত তেওঁৰ ককাকৰ নাম পশ্চিমবংগৰ ভোটাৰ তালিকাত আহে। তদুপৰি, ১৯৭৬চনত আবেদনকাৰী বাবলুৰ পিতৃয়ে কলকাতাত মাটিও ক্ৰয় কৰিছিল।

আবেদনকাৰী বাবলু পালে পঞ্চম শ্ৰেণীলৈকে কলকাতাৰ এখন বিদ্যালয়ত পঢ়াশুনা কৰিছিল। তাৰপাছত যাদবপুৰত সোণৰ ব্যৱসায় আৰম্ভ কৰে। ইয়াৰ পাছত ১৯৮৪চনত তেওঁ অসমলৈ আহি সোণৰ ব্যৱসায় চলায়।

লগতে পঢ়ক:Covid Update ৰাজ্যত নতুনকৈ কিমান লোক আক্ৰান্ত হ’ল কোভিডত? মৃত্যু কিমানৰ?

আদালতে তেওঁক নাগৰিকত্ব দিব পাৰে বুলি জনাই দিছে। যদিও ইয়াক লৈ বিভিন্নজনৰ মাজত সংশয় সৃষ্টি হৈছে।

এগৰাকী আইনজ্ঞৰ মতে CAAৰ প্ৰয়োগক লৈ কোনো নিৰ্দিষ্ট নীতি-নিৰ্দেশনা প্ৰস্তুত হোৱা নাই। তেনেক্ষেত্ৰত সেই ব্যক্তিয়ে কেনেকৈ এই আইনৰ ভিত্তিত আবেদন কৰিলে সেয়া স্পষ্ট নহয়।    

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd