• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বন্ধ হৈ গ’ল এইসমূহ বাহনৰ Registration

এন ই নাও নিউজ by এন ই নাও নিউজ
July 31, 2020 2:19 pm
supreme-court_of_India-570x320-750x375

উচ্চতম ন্যায়ালয়।

49.5k
VIEWS
Share on FacebookShare on Twitter

উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে BS-IVবাহনসমূহৰ ৰেজিষ্ট্ৰেশ্যন পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে বন্ধ কৰিছে।

সৰ্বোচ্চ আদালতখনে লগতে কোভিড-১৯ৰ বাবে বলবৎ থকা লকডাউনৰ সময়ছোৱাত বৃহৎ সংখ্যক বাহনৰ বিক্ৰীতো অসন্তুষ্টি প্ৰকাশ কৰিছে।

‘’লকডাউনৰ সময়ছোৱাত এক অস্বাভাৱিক সংখ্যক BS-IVবাহন বিক্ৰী কৰা হৈছিল,’’-ন্যায়াধীশ অৰুণ মিশ্ৰৰ নেতৃত্বৰ বিচাৰপীঠখনে কয়।

অহা ১৩ আগষ্টত শীৰ্ষ আদালতখনে পুনৰ বিষয়টোৰ শুনানি গ্ৰহণ কৰিব।

চলিত মাহৰ প্ৰাৰম্ভতে অটোমোবাই ডীলাৰ এছোচিয়েশ্যনে বিক্ৰী নোহোৱা BS-IV বাহনসমূহৰ তালিকাসমূহ নিৰ্মাতাসকলক ঘুৰাই দিয়াৰ বাবে ডীলাৰসমূহক অনুমতি দিয়া উচিত যাতে তেওঁলোকে আন দেশলৈ ৰপ্তানি কৰিব পাৰে বুলি জনোৱা এক মৌখিক আবেদনত উচ্চতম ন্যায়ালয়ে অসন্তুষ্টি ব্যক্ত কৰিছিল।

এছোচিয়েশ্যনৰ হৈ উপস্থিতি থকা অধিবক্তাই ন্যায়াধীশ অৰুণ মিশ্ৰৰ নেতৃত্বৰ বিচাৰপীঠক কৈছিল যে এনে কিছুমান দেশ আছে য’ত আপত্তি থকা BS-IV বাহন বিক্ৰীৰ অনুমতি আছে।

কোভিড-১০ৰ লকডাউন প্ৰত্যাহাৰৰ পাছত দিল্লী আৰু এনচিআৰৰ বাহিৰে সমগ্ৰ ভাৰততে ১০দিনৰ বাবে BS-IV বাহনৰ বিক্ৰীৰ বাবে অনুমতি দিয়া যোৱা ২৭ মাৰ্চৰ নিৰ্দেশটো যোৱা ৮ জুলাইত শীৰ্ষ আদালতখনে উঠাই লয়।

২৭ মাৰ্চত আদালতখনে ২৫মাৰ্চত বলবৎ হোৱা ৰাষ্ট্ৰজোৰা ছয়দিনীয়া লকডাউনৰ বাবে হোৱা ক্ষতিৰ জোৰা মাৰিবলৈ বিক্ৰী নোহোৱা BS-IV বাহনৰ ১০ শতাংশ বিক্ৰীৰ অনুমতি দিছিল।

Recent News

দিল্লীৰ ব্যক্তিগত চুইমিং পুলত লোমহৰ্ষক কাণ্ড : দলৱদ্ধ ধ*ৰ্ষণৰ বলি দুগৰাকী নাবালিকা

দিল্লীৰ ব্যক্তিগত চুইমিং পুলত লোমহৰ্ষক কাণ্ড : দলৱদ্ধ ধ*ৰ্ষণৰ বলি দুগৰাকী নাবালিকা

মেঘালয়ত অবৈধ খনন বন্ধ কৰিবলৈ সময় সীমা বান্ধি দিলে উচ্চতম ন্যায়ালয়ে! ৪ সপ্তাহৰ ভিতৰত শপতনামা দাখিলৰ নিৰ্দেশ

মেঘালয়ত অবৈধ খনন বন্ধ কৰিবলৈ সময় সীমা বান্ধি দিলে উচ্চতম ন্যায়ালয়ে! ৪ সপ্তাহৰ ভিতৰত শপতনামা দাখিলৰ নিৰ্দেশ

হাওঁ‌ফাওঁ‌ৰ কৰ্কটৰোগৰ কিছু কথা : ডাঃ বিক্ৰম কুমাৰ ডেকা

হাওঁ‌ফাওঁ‌ৰ কৰ্কটৰোগৰ কিছু কথা : ডাঃ বিক্ৰম কুমাৰ ডেকা

পেট ঠিকে থাকিলে সুস্থ থাকিব শৰীৰ : সুস্বাস্থ্যৰ আঁৰত লুকাই আছে এই ১০ টা বিশেষ অভ্যাস

পেট ঠিকে থাকিলে সুস্থ থাকিব শৰীৰ : সুস্বাস্থ্যৰ আঁৰত লুকাই আছে এই ১০ টা বিশেষ অভ্যাস

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd