• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

আন এক নিদৰ্শন দাঙি ধৰিলে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে: ইতিহাসত তৃতীয়বাৰৰ বাবে উচ্চতম ন্যায়ালয়ত সৰ্বমহিলা ন্যায়াধীশৰ বিচাৰপীঠ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 1, 2022 11:24 am
all-woman judge bench in SC
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছৰে পৰা ডি ৱাই চন্দ্ৰচুড়ৰ ওপৰত দেশৰ জনসাধাৰণৰ আশা-আকাংক্ষা বৃদ্ধি পাইছে। দেশৰ ন্যায় ব্যৱস্থাক স্ব-নিয়ন্ত্ৰিত মুক্ত কৰি ৰখাৰ গুৰুদায়িত্ব পালনত মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে কোনো হেলা নকৰিব বুলি আশা কৰিছে জনসাধাৰণে।

জনসাধাৰণৰ এই আশা-আকাংক্ষাক ৰূপায়িত কৰাৰ ক্ষেত্ৰত শেহতীয়াকৈ কিছু বিশেষ পদক্ষেপেৰে আস্থা জয় কৰিবলৈ সক্ষম হৈছে চন্দ্ৰচুড়। মুখ্য ন্যায়াধীশ গৰাকীয়ে বুধবাৰে আন এক সিদ্ধান্তৰে ন্যায় ব্যৱস্থাত মহিলাৰ অংশগ্ৰহণৰ ক্ষেত্ৰত এক নিদৰ্শন দাঙি ধৰিছে।

বুধবাৰে ন্যায়াধীশ হিমা কোহলী আৰু বেলা এম ত্ৰিবেদীক লৈ দুগৰাকী মহিলা ন্যায়াধীশৰ বিচাৰপীঠ গঠন কৰে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে। এইবাৰকে ধৰি উচ্চতম ন্যায়ালয়ৰ ইতিহাসত কেৱল তৃতীয়বাৰৰ বাবে এনেদৰে কেৱল মহিলা ন্যায়াধীশৰ বিচাৰপীঠ গঠন কৰা হৈছে।

ন্যায়াধীশ কোহলী আৰু ত্ৰিবেদীৰ বিচাৰপীঠে গোচৰৰ স্থানান্তৰৰ লগতে বৈবাহিক গোচৰৰ সৈতে জড়িত গোচৰৰ এক সামূহিক শুনানি গ্ৰহণ কৰিব। এই শুনানিত বৈবাহিক বিবাদৰ সৈতে জড়িত ১০ খন স্থানান্তৰকৰণৰ আবেদন আৰু তাৰ পিছত ১০টা জামিনৰ বিষয় অন্তৰ্ভুক্ত কৰা হ’ব।

ইতিপূৰ্বে ২০১৩ চনত শীৰ্ষ আদালতত কেৱল মহিলাৰ দ্বাৰা বিচাৰপীঠ গঠন কৰা হৈছিল। ন্যায়াধীশ জ্ঞান সুধা মিশ্ৰ আৰু ৰঞ্জনা প্ৰকাশ দেশাইৰ বিচাৰপীঠে ইতিহাসত প্ৰথমবাৰৰ বাবে সৰ্বমহিলা বিচাৰপীঠৰ ৰূপত এক গোচৰৰ শুনানিৰ গ্ৰহণ কৰিছিল।

আনহাতে ২০১৮ চনত আৰ বানুমাথি আৰু ইন্দিৰা বেনাৰ্জীৰ দ্বাৰা গঠিত বিচাৰপীঠ উচ্চতম ন্যায়ালয়ৰ ইতিহাসত দ্বিতীয়খন সৰ্বমহিলা ন্যায়াধীশৰ বিচাৰপীঠ ৰূপে পৰিগণিত হৈছিল।

বৰ্তমান উচ্চতম ন্যায়ালয়ত মাত্ৰ তিনিগৰাকী মহিলা ন্যায়াধীশ আছে: ন্যায়াধীশ কোহলী, বি ভি নাগাৰ্থনা, আৰু বেলা এম ত্ৰিবেদী। স্মৰ্তব্য যে, ২০২৭ চনত ৩৬ দিনৰ বাবে ভাৰতৰ মুখ্য ন্যায়াধীশ হ’ব ন্যায়াধীশ বি ভি নাগৰ্থানা।all-woman judge bench in SC

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

September 17, 2025 11:08 am
আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

September 17, 2025 10:45 am
৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

September 17, 2025 9:31 am
বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

September 17, 2025 8:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

September 17, 2025 11:08 am
আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

September 17, 2025 10:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd