• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মণিপুৰত চৰকাৰৰ ৰোষত সংবাদ মাধ্যম; এডিটৰ্ছ গিল্ডৰ সদস্যসকলক সকাহ উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 12, 2023 9:54 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এডিটৰ্ছ গিল্ডৰ সদস্যসকলে সকাহ পালে। তেওঁলোকৰ আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে মণিপুৰৰ ৰাজ্য চৰকাৰক জাননী দিছে যে গিল্ডৰ সদস্যসকলৰ বিৰুদ্ধে যাতে কোনো ধৰণৰ দমনমূলক ব্যৱস্থা গ্ৰহণ কৰা নহয়। মণিপুৰ চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে কোনো ধৰণে জোৰ-জবৰদস্তি ব্যৱস্থা ল’ব পাৰে বুলি আশংকা কৰি গিল্ডৰ সদস্যসকলে আদালতত আবেদন জনাইছিল।

উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া ন্যায়াধীশৰ বিশেষ বিচাৰপীঠে তেওঁলোকৰ বিৰুদ্ধে এনে কোনো ব্যৱস্থা গ্ৰহণ কৰাত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে নিজেই বিচাৰপীঠৰ অধ্যক্ষতা কৰে।

উল্লেখ্য যে কিছুদিন পূৰ্বে মণিপুৰ চৰকাৰে এডিটৰ্ছ গিল্ড অফ ইণ্ডিয়াৰ (ইজিআই) বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। এডিটৰ্ছ গিল্ডৰ সদস্যসকলে ৰাজ্যত অধিক সংঘৰ্ষ আৰু হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ চেষ্টা চলাইছে বুলি চৰকাৰে দাবী কৰিছিল।

লগতে পঢ়ক: নখ-দন্তহীন বলিং শ্বাহীন বাহিনীৰ! বিৰাট-ৰাহুলৰ দুৰ্দান্ত শতক, কুলদীপৰ পাঁচ উইকেট; বিধ্বস্ত পাকিস্তান

মণিপুৰৰ মুখ্যমন্ত্রী এন বীৰেণ সিঙে কয় যে ‘’মণিপুৰৰ সংকট সন্দর্ভত ‘ফেক্ট ফাইণ্ডিং’ৰ নামত যি বাতৰি প্রকাশ হৈ আছে সেয়া অতি নিন্দনীয়৷ আমি সকলোৱে মিলি ৰাজ্যত শান্তি আৰু স্বাভাৱিকতা ঘূৰাই অনাৰ চেষ্টা কৰিছো। আৰু, এডিটৰ্ছ গিল্ডৰ সদস্যসকলে ইয়াত অধিক হিংসা আৰু বিশৃংখলতা বিয়পাব বিচাৰে। সেয়ে, তেওঁলোকৰ নামত এফআইআৰ দাখিল কৰা হৈছে।‘’

এফআইআৰত অভিযোগ কৰা হৈছিল যে ইজিআইৰ প্ৰতিবেদনত এটা জ্বলি যোৱা ঘৰৰ ছবি প্ৰকাশ পাইছিল। আৰু ফটোখনৰ কেপচনত লিখা আছিল যে জ্বলি যোৱা ঘৰটো এটা কুকি পৰিয়ালৰ। যিটো ৫ মে’ত জ্বলাই দিয়া হৈছিল। কিন্তু এই তথ্য শুদ্ধ নহয়। সেই ঘৰটো চুৰাচান্দপুৰৰ এখন গাঁৱৰ বন বিভাগৰ কার্যালয়ৰ৷ এই অভিযোগৰ পিছত ইজিআইয়ে গোটেই ঘটনাটোত তেওঁলোকৰ ভুল স্বীকাৰ কৰে। এক্স হেণ্ডেলত তেওঁলোকে কয়, ‘’ছবিখন সম্পাদনা কৰাৰ সময়ত এটা ভুল হৈছিল। ইয়াৰ বাবে আমি দুখিত।‘’

উল্লেখ্য যে ৭ আগষ্টৰ পৰা ১০ আগষ্টলৈ ইজিআইৰ তিনিজনীয়া এখন কমিটীয়ে মণিপুৰ ভ্ৰমণ কৰিছিল আৰু এক প্ৰতিবেদন দাখিল কৰিছিল। তাক লৈয়েই বিতৰ্ক।

লগতে পঢ়ক: বন্ধ আছিল বেংগালুৰু, চৰকাৰী বাছত উঠি ঘৰলৈ উভতিল দেশৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ

প্ৰসংগক্ৰমে, যোৱা পাঁচ মাহ ধৰি মণিপুৰত মেইটেই-কুকি জনগোষ্ঠীয় সংঘৰ্ষ চলি আছে। প্ৰায় প্ৰতিদিনেই সেই ৰাজ্যৰ পৰা সংঘৰ্ষ আৰু মৃত্যুৰ খবৰ আহিছে। এতিয়ালৈকে মৃত্যুৰ সংখ্যা ১৯২। আহত হৈছে বহুলোক। উত্তপ্ত পৰিস্থিতিৰ বাবে মণিপুৰৰ ৰাইজে চৰম দুৰ্দশাত দিন পাৰ কৰিছে। ফলত মণিপুৰৰ আইন-শৃংখলা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ সমালোচনাৰ সন্মুখীন হৈছে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰ।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

September 15, 2025 6:40 pm
অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

September 15, 2025 6:31 pm
অভিযোগে একো সহায় নকৰে সমালোচনাই হে সহায় কৰে! সমালোচনাৰ আঁত ধৰিয়ে উত্তৰণটো সম্ভৱ

অভিযোগে একো সহায় নকৰে সমালোচনাই হে সহায় কৰে! সমালোচনাৰ আঁত ধৰিয়ে উত্তৰণটো সম্ভৱ

September 15, 2025 5:38 pm
এটুকুৰা মাত্ৰ হীৰা : যাৰ বিক্ৰী মূল্যত দুদিন খোৱাব পৰা যাব সমগ্ৰ বিশ্বৰ মানুহক

এটুকুৰা মাত্ৰ হীৰা : যাৰ বিক্ৰী মূল্যত দুদিন খোৱাব পৰা যাব সমগ্ৰ বিশ্বৰ মানুহক

September 15, 2025 5:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

September 15, 2025 6:40 pm
অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

September 15, 2025 6:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd