• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মণিপুৰত চৰকাৰৰ ৰোষত সংবাদ মাধ্যম; এডিটৰ্ছ গিল্ডৰ সদস্যসকলক সকাহ উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 12, 2023 9:54 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এডিটৰ্ছ গিল্ডৰ সদস্যসকলে সকাহ পালে। তেওঁলোকৰ আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে মণিপুৰৰ ৰাজ্য চৰকাৰক জাননী দিছে যে গিল্ডৰ সদস্যসকলৰ বিৰুদ্ধে যাতে কোনো ধৰণৰ দমনমূলক ব্যৱস্থা গ্ৰহণ কৰা নহয়। মণিপুৰ চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে কোনো ধৰণে জোৰ-জবৰদস্তি ব্যৱস্থা ল’ব পাৰে বুলি আশংকা কৰি গিল্ডৰ সদস্যসকলে আদালতত আবেদন জনাইছিল।

উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া ন্যায়াধীশৰ বিশেষ বিচাৰপীঠে তেওঁলোকৰ বিৰুদ্ধে এনে কোনো ব্যৱস্থা গ্ৰহণ কৰাত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে নিজেই বিচাৰপীঠৰ অধ্যক্ষতা কৰে।

উল্লেখ্য যে কিছুদিন পূৰ্বে মণিপুৰ চৰকাৰে এডিটৰ্ছ গিল্ড অফ ইণ্ডিয়াৰ (ইজিআই) বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। এডিটৰ্ছ গিল্ডৰ সদস্যসকলে ৰাজ্যত অধিক সংঘৰ্ষ আৰু হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ চেষ্টা চলাইছে বুলি চৰকাৰে দাবী কৰিছিল।

Apply Now

লগতে পঢ়ক: নখ-দন্তহীন বলিং শ্বাহীন বাহিনীৰ! বিৰাট-ৰাহুলৰ দুৰ্দান্ত শতক, কুলদীপৰ পাঁচ উইকেট; বিধ্বস্ত পাকিস্তান

মণিপুৰৰ মুখ্যমন্ত্রী এন বীৰেণ সিঙে কয় যে ‘’মণিপুৰৰ সংকট সন্দর্ভত ‘ফেক্ট ফাইণ্ডিং’ৰ নামত যি বাতৰি প্রকাশ হৈ আছে সেয়া অতি নিন্দনীয়৷ আমি সকলোৱে মিলি ৰাজ্যত শান্তি আৰু স্বাভাৱিকতা ঘূৰাই অনাৰ চেষ্টা কৰিছো। আৰু, এডিটৰ্ছ গিল্ডৰ সদস্যসকলে ইয়াত অধিক হিংসা আৰু বিশৃংখলতা বিয়পাব বিচাৰে। সেয়ে, তেওঁলোকৰ নামত এফআইআৰ দাখিল কৰা হৈছে।‘’

এফআইআৰত অভিযোগ কৰা হৈছিল যে ইজিআইৰ প্ৰতিবেদনত এটা জ্বলি যোৱা ঘৰৰ ছবি প্ৰকাশ পাইছিল। আৰু ফটোখনৰ কেপচনত লিখা আছিল যে জ্বলি যোৱা ঘৰটো এটা কুকি পৰিয়ালৰ। যিটো ৫ মে’ত জ্বলাই দিয়া হৈছিল। কিন্তু এই তথ্য শুদ্ধ নহয়। সেই ঘৰটো চুৰাচান্দপুৰৰ এখন গাঁৱৰ বন বিভাগৰ কার্যালয়ৰ৷ এই অভিযোগৰ পিছত ইজিআইয়ে গোটেই ঘটনাটোত তেওঁলোকৰ ভুল স্বীকাৰ কৰে। এক্স হেণ্ডেলত তেওঁলোকে কয়, ‘’ছবিখন সম্পাদনা কৰাৰ সময়ত এটা ভুল হৈছিল। ইয়াৰ বাবে আমি দুখিত।‘’

উল্লেখ্য যে ৭ আগষ্টৰ পৰা ১০ আগষ্টলৈ ইজিআইৰ তিনিজনীয়া এখন কমিটীয়ে মণিপুৰ ভ্ৰমণ কৰিছিল আৰু এক প্ৰতিবেদন দাখিল কৰিছিল। তাক লৈয়েই বিতৰ্ক।

লগতে পঢ়ক: বন্ধ আছিল বেংগালুৰু, চৰকাৰী বাছত উঠি ঘৰলৈ উভতিল দেশৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ

প্ৰসংগক্ৰমে, যোৱা পাঁচ মাহ ধৰি মণিপুৰত মেইটেই-কুকি জনগোষ্ঠীয় সংঘৰ্ষ চলি আছে। প্ৰায় প্ৰতিদিনেই সেই ৰাজ্যৰ পৰা সংঘৰ্ষ আৰু মৃত্যুৰ খবৰ আহিছে। এতিয়ালৈকে মৃত্যুৰ সংখ্যা ১৯২। আহত হৈছে বহুলোক। উত্তপ্ত পৰিস্থিতিৰ বাবে মণিপুৰৰ ৰাইজে চৰম দুৰ্দশাত দিন পাৰ কৰিছে। ফলত মণিপুৰৰ আইন-শৃংখলা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ সমালোচনাৰ সন্মুখীন হৈছে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰ।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd