• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰ্ণেল ছোফিয়াৰ ওপৰত কুমন্তব্যঃ মধ্যপ্ৰদেশৰ বিজেপি মন্ত্ৰীক পুনৰ ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
July 29, 2025 9:29 am
58
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় সেনাৰ কৰ্ণেল ছোফিয়া কুৰেশ্বিৰ ওপৰত কুৰুচিকৰ মন্তব্যক লৈ বিতৰ্কৰ মাজত সোমাই পৰিছে মধ্যপ্ৰদেশৰ মন্ত্ৰী তথা বিজেপি নেতা কুনৱাৰ বিজয় শ্বাহ। উচচতম ন্যায়ালয়ে তেওঁক এই ঘটনাৰ বাবে ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ নিৰ্দেশ দিছিল। কিন্তু সেই নিৰ্দেশ নমনাৰ বাবে এইবাৰ উচ্চতম ন্যায়ালয়ে মন্ত্ৰীগৰাকীক তীব্ৰ ধমক দিয়ে।

সোমবাৰে ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচিৰ খণ্ড বিচাৰপীঠে কয় যে মন্ত্ৰীগৰাকীৰ উদ্দেশ্যক লৈ আদালতৰ সন্দেহ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। তেওঁ আদালতৰ ধৈৰ্য্য পৰীক্ষা কৰিব বিচাৰিছে।

মন্ত্ৰীগৰাকীৰ অধিবক্তা কে পৰমেশ্বৰে কয় যে বিজয়ে ইতিমধ্যে ৰাজহুৱাভাৱে ক্ষমা বিচাৰিছে। অনলাইনত সেয়া দেখা গৈছে। অতি সোনকালে সেয়া আদালতত নথি হিচাপে দিয়া হ’ব।

ইয়াৰ পিছতে এই গোচৰত গঠন হোৱা বিশেষ তদন্তকাৰী দল (SIT)ক ১৩ আগষ্টৰ ভিতৰত সমগ্ৰ বিষয়টোৰ ওপৰত প্ৰতিবেদন দাখিল কৰিবলৈ উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়ে।

আনহাতে, বিজয়ৰ পদত্যাগৰ দাবীত কংগ্ৰেছ নেতা জয়া ঠাকুৰৰ আৱেদন উচ্চতম ন্যায়ালয়ে খাৰিজ কৰে। অৱশ্যে আদালতে এছ আই টিক তেওঁৰ আবেদনত উল্লেখ কৰা মন্ত্ৰীগৰাকীৰ পূৰ্বৰ কাৰ্যকলাপ ফহিয়াই চাবলৈ কৈছে। ১৮ আগষ্টত পুনৰ এই গোচৰৰ শুনানি গ্ৰহণ কৰা হ’ব।

অপাৰেচন সিন্দুৰত কৰ্ণেল কুৰেশ্বীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ভাৰত-পাকিস্তানৰ সংঘাতৰ সময়ত তেওঁ নিয়মিতভাৱে সংবাদ মাধ্যমৰ মুখামুখি হৈছিল।

ভাৰতীয় সেনাক প্ৰশংসা কৰিবলৈ গৈ বিজেপি মন্ত্ৰী বিজয়ে কৰ্ণেল কুৰেশ্বীক ‘সন্ত্রাসবাদীসকলৰ ভগ্নী’ বুলি অভিহিত কৰে৷ ইয়াৰ পিছতে দেশজুৰি গৰিহণাৰ জোৱাৰ উঠে। মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়ে।

পৰিস্থিতি চম্ভালিবলৈ বিজয়ে উচ্চতম ন্যায়ালয়লৈ গৈ ক্ষমা খোজে যদিও কোনো সকাহ নাপালে। বৰঞ্চ উচ্চতম ন্যায়ালয়ে তেওঁৰ ক্ষমাপ্ৰাৰ্থনাৰ ভাষাক লৈ প্ৰশ্ন উত্থাপন কৰি ঘটনাৰ তদন্তৰ বাবে এছ আই টি গঠনৰ নিৰ্দেশ দিয়ে।

Recent News

শোকাৱহ ঘটনা! খেলি থাকোঁতে প্ৰাণ হেৰুৱালে এগৰাকী খেলুৱৈয়ে

শোকাৱহ ঘটনা! খেলি থাকোঁতে প্ৰাণ হেৰুৱালে এগৰাকী খেলুৱৈয়ে

কৰ্ণেল ছোফিয়াৰ ওপৰত কুমন্তব্যঃ মধ্যপ্ৰদেশৰ বিজেপি মন্ত্ৰীক পুনৰ ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ

কৰ্ণেল ছোফিয়াৰ ওপৰত কুমন্তব্যঃ মধ্যপ্ৰদেশৰ বিজেপি মন্ত্ৰীক পুনৰ ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ

ছিৰিয়াত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ সপোন! ছিৰিয়াত এইচ টি এছৰ নেতৃত্বত নিৰ্বাচনৰ প্ৰস্তুতি

ছিৰিয়াত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ সপোন! ছিৰিয়াত এইচ টি এছৰ নেতৃত্বত নিৰ্বাচনৰ প্ৰস্তুতি

ভাৰতীয় নাৰ্ছ নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ড বাতিল কৰিলে য়েমেনে; পৰিয়ালে লাভ কৰিলে সকাহ

ভাৰতীয় নাৰ্ছ নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ড বাতিল কৰিলে য়েমেনে; পৰিয়ালে লাভ কৰিলে সকাহ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd