• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 31, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গালি-গালাজ কৰাটো কাৰোবাক নিজৰ জীৱন ল’বলৈ উচটনি দিয়াৰ সমান নহয়! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 1, 2025 3:22 pm
114
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায়দানত কয় যে গালিগালাজ কৰাটো কাৰোবাক আত্মহত্যা কৰাত উদগণি যোগোৱাৰ সমতুল্য নহয়। উচ্চতম ন্যায়ালয় ন্যায়াধীশ আহছানুদ্দিন আমানুল্লাহ আৰু প্ৰশান্ত কুমাৰ মিশ্ৰৰ বিচাৰপীঠে কয় যে গালিগালাজ কৰিলে এনে ধৰণৰ হ’ব পাৰে বুলি কোনো স্বাভাৱিক ব্যক্তিয়ে কল্পনা কৰিব নোৱাৰে বুলি মত প্ৰকাশ কৰে।

ঘটনাক্ৰম অনুসৰি মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ এটা নিৰ্দেশ বাতিল কৰি ছাত্ৰ এজনক গালি গালাজ কৰি আত্মহত্যাৰ বাবে উদগণি যোগোৱাৰ অভিযোগ উত্থাপিত এজন ব্যক্তিক দোষমুক্ত কৰিলে উচ্চতম ন্যায়ালয়ে। এখন বিদ্যালয় আৰু হোষ্টেলৰ দায়িত্বত থকা অভিযুক্তই আন এজন ছাত্ৰৰ আপত্তিৰ পিছতে ছাত্ৰজনক গালি গালাজ কৰে। এই ঘটনাৰ পিছতে ছাত্ৰজনে এটা কোঠাত ফাঁচী লৈছিল।

এই গোচৰত ন্যায়াধীশ আহছানুদ্দিন অমানুল্লাহ আৰু প্ৰশান্ত কুমাৰ মিশ্ৰৰ বিচাৰপীঠে কয় যে গালি গালাজ  কৰিলে এনে ঘটনা হ’ব পাৰে বুলি কোনো ব্যক্তিয়ে কল্পনা কৰিব নোৱাৰে। আৰু ভাৰতীয় দণ্ডবিধিৰ ৩০৬ ধাৰাত আত্মহত্যাৰ বাবে উদগণি যোগোৱাৰ অপৰাধত শিক্ষকজনক দোষমুক্ত কৰিবলৈ অস্বীকাৰ কৰা মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ আদেশ উচ্চতম ন্যায়ালয়ে বাতিল কৰে।

বিচাৰপীঠে কয় যে, সমগ্ৰ বিষয়টো বিবেচনা কৰি আমি দেখিবলৈ পাওঁ যে এইটো হস্তক্ষেপৰ বাবে উপযুক্ত গোচৰ। আপীলকাৰীয়ে দাখিল কৰা মতে, এজন ছাত্ৰৰ অভিযোগৰ ভিত্তি ধমক দিয়াৰ বাবে ছাত্ৰজনে আত্মহত্যা কৰিব বুলি  কোনো সাধাৰণ ব্যক্তিয়ে কল্পনা কৰিব নোৱাৰিলেহেঁতেন!

উল্লেখ্য যে অভিযুক্তই নিজৰ অধিবক্তাৰ জৰিয়তে জনাইছে যে তেওঁৰ প্ৰতিক্ৰিয়া ন্যায্য আৰু ছাত্ৰজনে যাতে অপৰাধ পুনৰাবৃত্তি নকৰে আৰু হোষ্টেলত শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিবলৈ অভিভাৱক হিচাপে এটা ধমক মাথোঁ। তেওঁ আৰু ভুক্তভোগীৰ মাজত কোনো ব্যক্তিগত কথা নাই বুলি উল্লেখ কৰে।

Tags: AbetmentOfSuicideAbuseAndLawIndianLawJudicialRulinJusticeUpdateLegalJudgmentMentalHealthAndLawSCVerdictStudentSuicideCaseSupremeCourtIndia

Recent News

ভাৰতীয় সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছে আমেৰিকাই! ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্কত অসন্তুষ্ট আমেৰিকা

ভাৰতীয় সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছে আমেৰিকাই! ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্কত অসন্তুষ্ট আমেৰিকা

অবৈধ কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে অসম-মেঘালয়ৰ ১৫ টা স্থানত ইডিয়ে চলোৱা তালাচী অভিযানৰ ফলাফল কি হ’ল ? কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন সাংসদ গৌৰৱ গগৈৰ

অবৈধ কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে অসম-মেঘালয়ৰ ১৫ টা স্থানত ইডিয়ে চলোৱা তালাচী অভিযানৰ ফলাফল কি হ’ল ? কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন সাংসদ গৌৰৱ গগৈৰ

শিশুৰ মোবাইল আসক্তি হ্ৰাসৰ ৫টা আকৰ্ষণীয় পদক্ষেপ

শিশুৰ মোবাইল আসক্তি হ্ৰাসৰ ৫টা আকৰ্ষণীয় পদক্ষেপ

অবৈধ বেটিং এপ প্ৰচাৰৰ অভিযোগ! চমন অনুসৰি হায়দৰাবাদৰ ইডি কাৰ্যালয়ত উপস্থিত হ’ল ‎অভিনেতা প্ৰকাশ ৰাজ

অবৈধ বেটিং এপ প্ৰচাৰৰ অভিযোগ! চমন অনুসৰি হায়দৰাবাদৰ ইডি কাৰ্যালয়ত উপস্থিত হ’ল ‎অভিনেতা প্ৰকাশ ৰাজ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd