• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

হিন্দু ধৰ্মৰ বাবে আৰ এছ এছেই সকলোতকৈ ভাল সংগঠন : মোহন ভাগৱতক ‎প্ৰশংসাৰে উপছালে সাংসদ আফজল আনছাৰীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 31, 2025 4:00 pm
32
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মোহন ভাগৱত আৰু আৰ এছ এছক প্ৰশংসা সমাজবাদী পাৰ্টীৰ সাংসদ আফজল ‎আনছাৰীৰ।

শনিবাৰে তেওঁ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ অৰ্থাৎ আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতক ‎মুকলিকৈ প্ৰশংসা কৰে। তেওঁ কয় যে মানুহে ভাগৱতৰ পৰা শিকিব লাগে।

শনিবাৰে ৰাইফল ক্লাবত বিদ্যুৎ সমিতিৰ বৈঠকৰ পিছত সংবাদ মাধ্যমৰ সৈতে কথা ‎পাতিছিল সাংসদ আফজল আনছাৰীয়ে। আনছাৰীয়ে কয় যে আৰ এছ এছৰ ‎তিনিদিনীয়া শিবিৰৰ অন্তত মোহন ভাগৱতে উপলব্ধি কৰিছে যে দেশত ঐক্য আৰু ‎ভাতৃত্ববোধৰ প্ৰয়োজন আছে আৰু ঘৃণাৰ ব্যৱসায় বন্ধ কৰিব লাগে। ‎
প্ৰশংসা কৰি সাংসদগৰাকীয়ে কয়, “হিন্দু ধৰ্মক প্ৰতিনিধিত্ব কৰিবলৈ পৃথিৱীত আৰ ‎এছ এছতকৈ উত্তম মঞ্চ নাই। ভাগৱতে কৈছে যে প্ৰতিটো মছজিদ আৰু সমাধিস্থলত ‎শিৱলিঙক বিচাৰিলে দেশ দুৰ্বল হ’ব। সংঘৰ মুৰব্বীৰ পৰা একাংশ লোকে পৰামৰ্শ ‎লোৱা উচিত।”‎


সাংসদগৰাকীয়ে আৰু কয়, “ভাগৱতৰ কথাক মই আদৰণি জনাইছো। সংঘৰ ‎মুৰব্বীগৰাকীৰ বক্তব্যক আদৰণি জনোৱাৰ বাবে আন ধৰ্মৰ ধৰ্মগুৰুসকলকো আহ্বান ‎জনোৱা হৈছে।” ‎


বিজেপিৰ ডাঙৰ ডাঙৰ নেতাসকলৰ নাম নোলোৱাকৈয়েও মন্তব্য কৰে এছ পি ‎সাংসদগৰাকীয়ে। তেওঁ কয়, “যিজনৰ নিজৰ পৰিয়াল নাই, তেওঁ আনৰ পৰিয়ালৰ ‎যন্ত্ৰণা কেনেকৈ বুজিব।”‎


আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰা ‎সন্দৰ্ভত শনিবাৰে এক বিবৃতি প্ৰদান কৰে সাংসদ আফজল আনছাৰীয়ে। তেওঁ কয় যে ‎ট্ৰাম্পৰ শুল্কৰ বাবে বস্ত্ৰ কল বন্ধ হৈ আছে। ইয়াৰ বাবে বস্ত্ৰ উদ্যোগত ৩০ লাখ লোক ‎নিবনুৱা হৈ পৰিব। কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক নীতিক লৈ তেওঁ প্ৰশ্ন উত্থাপন কৰে। ‎লগতে পহলগাম আক্ৰমণৰ কথাও উল্লেখ কৰে।

পহলগাম কাণ্ডৰ কথা উল্লেখ কৰি আফজল আনছাৰীয়ে কয় যে আৰম্ভণি ভাল আছিল, ‎কিন্তু শেষটো লজ্জাজনক। ট্ৰাম্পে আমেৰিকাত বহি যুদ্ধবিৰতি ঘোষণা কৰিছিল আৰু ‎ভাৰত আৰু পাকিস্তানে মানি লৈছিল। ‎


বৈদেশিক নীতিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি তেওঁ কয় যে বিশ্বৰ কোনো এখন দেশেই ‎মুকলিকৈ ভাৰতৰ সপক্ষে কথা কোৱা নাই। আদানীক বচাবলৈ চৰকাৰ মৌন বুলি ‎অভিযোগ উত্থাপন কৰে সাংসদগৰাকীয়ে।

Apply Now

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd