• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰথযাত্ৰাৰ অনুমতি দিলে প্ৰভু জগন্নাথে আমাক ক্ষমা নকৰিব: উচ্চতম ন্যায়ালয়

এন ই নাও নিউজ by এন ই নাও নিউজ
June 18, 2020 5:32 pm
Jagannath-Rath-Yatra

জগন্নাথৰ ৰথযাত্ৰা। ফাইল ফটো

685
VIEWS
Share on FacebookShare on Twitter

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ইতিহাসত প্ৰথমবাৰৰ বাবে স্থগিত ৰখা হ’ব পুৰীৰ ঐতিহ্যপূৰ্ণ ৰথযাত্ৰা।

এইবছৰ আৰু বহু প্ৰতীক্ষিত পুৰীৰ ৰথযাত্ৰা আৰু অনুষ্ঠিত নহয়।

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ ব’বডে মন্তব্য কৰে যে কৰ’না সংকটৰ সময়ত এই বছৰ ‘’ৰথযাত্ৰাৰ অনুমতি দিলে প্ৰভু জগন্নাথে আমাক ক্ষমা নকৰিব।

উল্লেখ্য যে অহা ২৩ জুনত জগন্নাথৰ ৰথযাত্ৰাৰ দিন। পুৰীৰ এই ঐতিহ্যপূৰ্ণ ৰথযাত্ৰাত লাখ লাখ মানুহৰ সমাগম হয়।

ইপিনে, জন সমাগম হ্ৰাস কৰাৰ বাবে ইয়াৰ পূৰ্বে উৰিষ্যা উচ্চ ন্যায়ালয়ে প্ৰভু জগন্নাথ, বলৰাম আৰু সুভদ্ৰাৰ ৰথ হাতী বা মেচিনেৰে টনাৰ নিৰ্দেশ দিছিল।

কিন্তু বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত পুৰীৰ ৰথযাত্ৰা এইবছৰৰ বাবে বন্ধ কৰা হ’ল।

উচ্চতম ন্যায়ালয়ে কৰ’না অতিমাৰীৰ প্ৰতি লক্ষ্য ৰাখি জন সমাগম হ’বলৈ দিব নোৱাৰি বুলি মন্তব্য কৰে।

সাধাৰম নাগৰিকৰ স্বাস্থ্যৰ কথা মনত ৰাখি এই নিৰ্দেশ দিবলৈ বাধ্য হোৱা বুলিও মুখ্য ন্যায়াধীশগৰাকীয়ে জানিবলৈ দিয়ে।

উৰিষ্যা বিকাশ পৰিষদ নামৰ এটি স্বেচ্ছাসেৱী সংস্থাই আদালতত আবেদন জনাই কৈছিল যে ৰথযাত্ৰা উপলক্ষে চলা ১০-১২দিনীয়া উৎসৱত কমেও দহ লাখ মানুহৰ সমাগম হয় আৰু তাত কিদৰে সামাজিক দূৰত্ব বজাই ৰখা হ’ব সেই বিষয়ে প্ৰশ্ন তুলিছিল।

সংস্থাটোৰ আবেদনৰ ভিত্তিতে উচ্চতম ন্যায়ালয়ে এইবাৰ পুৰীৰ জগন্নাথৰ ৰথযাত্ৰা স্থগিত ৰখাৰ নিৰ্দেশ দিয়ে।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd