• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বক্র পথেৰে অগাধ সম্পত্তিৰ গৰাকী হোৱা ধুবুৰীৰ নিলম্বিত ADC চাইবুৰ ৰহমানে লাভ কৰিলে জামিন

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
November 23, 2021 2:43 pm
WhatsApp Image 2021-11-23 at 1.28.36 PM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিয়াগোম দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ধুবুৰীৰ নিলম্বিত অতিৰিক্ত উপায়ুক্ত চাইবুৰ ৰহমানে বৰ্তমান এটা গোচৰত জামিন লাভ কৰিছে। বিয়লিৰ ভাগত অন্য এটা গোচৰত আছে শুনানি।

মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই আদালতত ৯২পৃষ্ঠাজোৰা চাৰ্জশ্বীট দাখিল কৰাৰ পিছতে জামিন লাভ কৰে চাইবুৰ ৰহমানে।

বক্র পথৰে অগাধ সম্পত্তিৰ গৰাকী হোৱাৰ অভিযোগ আছিল চাইবুৰৰ বিৰুদ্ধে। ১০০ কোটিৰো অধিক সম্পত্তিৰ গৰাকী আছিল এইজন প্ৰাক্তন ACS বিষয়া।

সৰুক্ষেত্ৰী সমষ্টিৰ AIUDF ৰ প্ৰাৰ্থী মীনাক্ষী ৰহমানৰ স্বামী ধুবুৰীৰ প্ৰাক্তন ADC চাইবুৰ ৰহমান CM ভিজিলেন্স শাখাৰ জালত পৰিছিল।

Also Read: Lurinjyoti Gogoi ; NHPC কৰ্তৃপক্ষৰ পৰা ১ পইচা লোৱা বুলি কোনোবাই প্ৰমাণ কৰিব পাৰিলে ৰাজনৈতিক জীৱন ত্যাগ কৰিম;: লুৰিনজ্যোতি গগৈৰ প্ৰত্যাহ্বান

বর্তমান সংখ্যালঘু উন্নয়ন পৰিষদৰো উপ–সচিব আছিল চাইবুৰ ৰহমান।

ৰহমানৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৪২০/৪০৬/৪০৯ আৰু দুর্নীতি প্রতিৰোধ আইনৰ ১৩ (১) (বি)/২ (চি) ধাৰাৰ অধীনত ১/২০২১ নম্বৰ গোচৰ ৰুজু কৰা হৈছিল৷ 

জানিব পৰা মতে, চাইবুৰৰ দুগৰাকী পত্নী আৰু দুই সন্তানৰ নামত ৰাজ্যৰ ৮৯টা স্থানত ১০০ কোটি টকাৰো অধিক সম্পত্তি আছে তথা গুৱাহাটীৰ ২৮ টা স্থানত আছে ধৃত চাইবুৰৰ সম্পত্তি।

Also Read: Priyanka Chopra স্বামীৰ জোনাছ উপাধি অঁতৰোৱাৰ পাছতে বিচ্ছেদক লৈ চৰ্চাত নিক-প্ৰিয়ংকা; কি হৈছে ‘দেশী গাৰ্ল’ৰ?

উল্লেখযোগ্য যে, ২০০২ বর্ষৰ এচিএছ বিষয়া চাইবুৰ ৰহমানে উক্ত বর্ষতে ২৩ জুনত ধুবুৰী জিলাত প্রশাসনিক বিষয়াৰূপে যোগদান কৰিছিল৷ কার্যতঃ উক্ত দিনাৰ পৰাই সুদীর্ঘ ১৯ বছৰ ধৰি ধুবুৰী জিলাত কার্যনির্বাহ কৰি থকা চাইবুৰ ৰহমানে এই সময়ছোৱাত অবাধ লুণ্ঠন চলাই অহা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছিল।

তেওঁৰ অস্থাৱৰ সম্পত্তিৰ মূল্য হ’ল ৬ কোটি ৩৮ লাখ ১২ হাজাৰ ১৮৮ টকা৷ 

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd