DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Priyanka Chopra স্বামীৰ জোনাছ উপাধি অঁতৰোৱাৰ পাছতে বিচ্ছেদক লৈ চৰ্চাত নিক-প্ৰিয়ংকা; কি হৈছে ‘দেশী গাৰ্ল’ৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 23, 2021 12:20 pm
Priyanka Nick
3.7k
VIEWS
Share on FacebookShare on Twitter

Priyanka Chopra বলীউদৰ পাছত হলীউদতো নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱা ‘দেশী গাৰ্ল’ প্ৰিয়ংকা চোপ্ৰাৰ বিবাহ বিচ্ছেদৰ বাতৰিয়ে চৰ্চা লাভ কৰিছে।

বিয়াৰ পাছতে স্বামী নিকৰ জোনাছ উপাধি নিজৰ নামৰ সৈতে যুক্ত কৰি প্ৰিয়ংকাই কৈছিল যে ভাৰতীয় পৰম্পৰা অনুসৰি নিজৰ সৈতে স্বামীৰ পৰিচয় যুক্ত কৰি তেওঁ গৰ্বিত।

কিন্তু সোমবাৰে হঠাতে ছচিয়েল মিডিয়াত বিস্ফোৰণ ঘটালে প্ৰিয়ংকাই। ইনষ্টাগ্ৰাম বায়’ত নিজৰ নামৰ সৈতে লাগি থকা ‘জোনাছ’ উপাধি অঁতৰাই দিলে। তাৰ পাছতে বিচ্ছেদৰ বিষয়ক লৈ চৰ্চাত ‘দেশী গাৰ্ল’।

প্ৰিয়ংকাই নিজৰ নামৰ সৈতে নিকৰ উপাধি অঁতৰাই দিয়াৰ পাছতে অনুৰাগীসকলৰ মনত চিন্তাই বাহ লৈছে। তিনিবছৰৰ ভিতৰতেই বিবাহ বিচ্ছেদৰ বাবে আগবাঢ়িছে নেকি ‘সুখী দম্পতি’ নিক-প্ৰিয়ংকা।

Also Read: CJI Ramana to Rulers গণতন্ত্ৰত শাসকসকলে প্ৰতিদিনেই আত্মসমালোচনা কৰা উচিত: দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰামান্না

বিয়াৰ আৰম্ভণিৰে পৰাই দুয়োকে লৈ বিতৰ্কৰ অৱতাৰণাও হৈছিল। তেওঁলোকৰ বয়সৰ পাৰ্থক্যক লৈ বহুতেই কটাক্ষও কৰিব এৰা নাছিল।

বাতৰি অনুসৰি, কামৰ তাগিদাতে বিগত কেইবামাহো ধৰি তাৰকা দম্পতি পৃথকে আছে। কিন্তু এইবাৰ সঁচাকৈয়ে পৃথক হ’বলৈ আগবাঢ়িছে নেকি এই চৰ্চিত তাৰকা যুগল?

তাৰকা দম্পতিয়ে এতিয়াও তেওঁলোকৰ বিচ্ছেদক লৈ মৌন হৈ আছে যদিও প্ৰিয়ংকাৰ মাতৃ মধু চোপ্ৰাই এই বিষয়ে মুখ খুলিছে। তেওঁ কৈছে ’এইবোৰ একেবাৰে মিছা কথা, এনেধৰণৰ উৰা বাতৰি নিবিয়পাব’।

ইপিনে, কেইদিনমান পাছতে এই তাৰকা দম্পতিৰ বিবাহ বাৰ্ষিকী পৰিছে। ২০২৮ৰ ডিচেম্বৰৰ ২ আৰু ৩ তাৰিখে হিন্দু আৰু কেথলিক ৰীতিৰে বিবাহপাশত আৱদ্ধ হৈছিল নিক-প্ৰিয়ংকা।

সদ্যহতে প্ৰিয়ংকাই তেওঁৰ ‘দ্য মেট্ৰিক্স ৰেজাৰেকশ্যন’ৰ প্ৰচাৰত ব্যস্ত থকাৰ লগতে আগন্তুক ছিৰিজ ‘ছিটাডেল’ৰ শ্বুটিং সামৰিছে।            

Recent News

মাতৃভূমিৰ পৰা বহু নিলগৰ চেন্নাইত পঞ্চভূতত বিলীন হ’ল অভিনেতা কিশোৰ দাসৰ নশ্বৰ দেহ

মাতৃভূমিৰ পৰা বহু নিলগৰ চেন্নাইত পঞ্চভূতত বিলীন হ’ল অভিনেতা কিশোৰ দাসৰ নশ্বৰ দেহ

Assam Career

Assam Career : ভাৰতীয় ক্ৰান্তীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানত বিভিন্ন পদ খালী, কিদৰে কৰিূব আবেদন?

Assam Career

Assam Career : ভট্টদেৱ বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপকৰ কুৰিটা খালী পদ পূৰণৰ বাবে আবেদন আহ্বান

KLO কে এল অ’ত যোগদান কৰিবলৈ গৈ গ্ৰেপ্তাৰ হোৱা ছয় যুৱকক অনা হ’ল কোকৰাঝাৰলৈ

KLO কে এল অ’ত যোগদান কৰিবলৈ গৈ গ্ৰেপ্তাৰ হোৱা ছয় যুৱকক অনা হ’ল কোকৰাঝাৰলৈ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd