• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অভিনেত্ৰী মনীষা কৈৰালাই ভাৰত-নেপালৰ মাজত টানি আনিলে চীনক; প্ৰত্যুত্তৰ স্বৰাজ কৌশলৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 21, 2020 5:55 pm
manisha_koirala_swaraj_kaushal_1590049016 new

মনীষা কৈৰালা আৰু স্বৰাজ কৌশলৰ ফাইল ফটো। ফটো: হিন্দুস্তানৰ সৌজন্যত।

100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত আৰু নেপালৰ মাজত চলি থকা কালাপানী বিবাদৰ মাজত এইবাৰ সোমাই পৰিছে বলীউদৰ অভিনেত্ৰী মনীষা কৈৰালা।

নেপালৰ নতুন মানচিত্ৰত কালাপানীক অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্তক লৈ সন্তোষ প্ৰকাশ কৰি তেও ইয়াক নেপালৰ আত্মসন্মান বুলি অভিহিত কৰে আৰু চীনৰ প্ৰতি ধন্যবাদসূচক ইংগিত প্ৰকাশ কৰে।

প্ৰাক্তন বিদেশ মন্ত্ৰী সুষমা স্বৰাজৰ স্বামী স্বৰাজ কৌশলে মনীষা কৈৰালাক ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়ে।

বলীউদত সুদীৰ্ঘ সময় কাম কৰা অভিনেত্ৰী মনীষা কৈৰালা নেপালৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী গিৰিজা প্ৰসাদ কৈৰালাৰ নাতিনীয়েক।

Thank you for keeping the dignity of our small nation..we all are looking forward for a peaceful and respectful dialogue between all three great nations now 🙏 https://t.co/A60BZNjgyK

— Manisha Koirala (@mkoirala) May 18, 2020

মনীষা কৈৰালাই নেপালৰ বিদেশ মন্ত্ৰীৰ এটা টুইটত ৰি-টুইট কৰি লিখিছে,’’আমাৰ সৰু দেশখনৰ আত্মসন্মান অটুট ৰখাৰ বাবে আপোনাক ধন্যবাদ। মই তিনিওখন মহান দেশৰ মাজত শান্তি আৰু সন্মানজনক আলোচনাৰ মাজেৰে সমাধানক লৈ আশাবাদী।‘’

ইপিনে, স্বৰাজ কৌশলে এটাৰ পাছত এটা টুইট কৰি মনীষা কৈৰালাৰ পৰিয়ালৰ সৈতে নিজৰ সম্পৰ্কৰ কথা উল্লেখ কৰি ভাৰত-নেপালৰ মাজত চীনক টানি অনাৰ বাবে সমালোচনা কৰে।

মনীষা কৈৰালাক নিজৰ কন্যাৰ দৰে বুলি উল্লেখ কৰি স্বাৰাজ কৌশলে লিখিছে,’’ভাৰতৰ নেপালৰ ওপৰত কিবা অভিযোগ থাকিব পাৰে বা নেপালৰ ভাৰতৰ সৈতে কিবা জটিল সমস্যা হ’ব পাৰে। এয়া ভাৰত আৰু নেপালৰ মাজত আছে। আপুনি চীনক কেনেকৈ মাজত আনিলে? আমি আমাৰ কাৰণে বেয়া আৰু এয়া নেপালৰ বাবেও ভাল নহয়।‘’

‘’আপুনি যেতিয়া চীনক মাজলৈ টানি আনে তেতিয়া ভাৰতৰ সৈতে হাজাৰ বছৰীয়া সম্পৰ্কক মষিমূৰ কৰিছে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল আপুনি নিজেই সাৰ্বভৌমত্ব দেশ হিচাপে নিজৰ স্থিতি দুৰ্বল কৰি তুলিছে,’’-স্বৰাজ কৌশলে কয়।

https://twitter.com/governorswaraj/status/1263185666944512000

স্বৰাজ কৌশলে নেপালত গণতন্ত্ৰ অক্ষুন্ন ৰখাৰ সংগ্ৰামত ভাৰতৰ সহযোগিতাৰ কথা উল্লেখ কৰি কয়,’’ভাৰতীয়সকলে এইটো জনা উচিত যে বিশ্বৰ একমাত্ৰ হিন্দু ৰাষ্ট্ৰক নি:শেষ কৰাৰ ষড়যন্ত্ৰ আছিল। তেওঁলোকে মাওবাদীসকলৰ সৈতে হাত মিলাইছে। তেওঁলোকে প্ৰচণ্ড আৰু বাবু ৰাম ভট্টৰায়ক সন্মানিত কৰিছিল। তেওঁলোকে একমাত্ৰ হিন্দুৰাষ্ট্ৰখনক ধ্বংস কৰি দিলে। তেওঁলোকৰ অভিযান সাৰ্থক হৈছে।‘’

তেওঁ লগতে লিখিছে: ‘’ফলাফল এয়ে দেখা গৈছে যে বাঁওপন্থীসকলে ভাৰতৰ বিৰুদ্ধে চীনক ব্যৱহাৰ কৰি আছে। বা চীনে বাঁওপন্থীসকলক ভাৰতৰ বিৰুদ্ধে ব্যৱহাৰ কৰি আছে।‘’

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছাগলীৰ মৃত্যুৰ প্ৰতিশোধ, বিষাক্ত মাংস খুৱাই ১২ টা ৰাস্তাৰ কুকুৰক হত্যা!

ছাগলীৰ মৃত্যুৰ প্ৰতিশোধ, বিষাক্ত মাংস খুৱাই ১২ টা ৰাস্তাৰ কুকুৰক হত্যা!

August 16, 2025 7:46 am
গোপনে ৰাখক দাম্পত্য জীৱনৰ এই কেইটা কথা : প্ৰকাশ নকৰিব কোনো বন্ধুৰ আগত

গোপনে ৰাখক দাম্পত্য জীৱনৰ এই কেইটা কথা : প্ৰকাশ নকৰিব কোনো বন্ধুৰ আগত

August 16, 2025 6:30 am
ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

August 15, 2025 9:30 pm
ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

August 15, 2025 9:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছাগলীৰ মৃত্যুৰ প্ৰতিশোধ, বিষাক্ত মাংস খুৱাই ১২ টা ৰাস্তাৰ কুকুৰক হত্যা!

ছাগলীৰ মৃত্যুৰ প্ৰতিশোধ, বিষাক্ত মাংস খুৱাই ১২ টা ৰাস্তাৰ কুকুৰক হত্যা!

August 16, 2025 7:46 am
গোপনে ৰাখক দাম্পত্য জীৱনৰ এই কেইটা কথা : প্ৰকাশ নকৰিব কোনো বন্ধুৰ আগত

গোপনে ৰাখক দাম্পত্য জীৱনৰ এই কেইটা কথা : প্ৰকাশ নকৰিব কোনো বন্ধুৰ আগত

August 16, 2025 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd