• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাহ্ ওস্তাদ বাহ্! জাকিৰ কুৰেশ্বিৰ পৰা জাকিৰ হুছেইন; কিংবদন্তিৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি গুণমুগ্ধৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 16, 2024 9:33 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কিংবদন্তি শিল্পী ওস্তাদ জাকিৰ হুছেইনৰ দেহাৱসান ঘটিছে। তবলাবাদক হোৱাৰ উপৰিও তেওঁ আছিল সুৰকাৰ আৰু সংগীত প্ৰযোজক। ১৯৫১ চনৰ ৯ মাৰ্চত জন্মগ্ৰহণ কৰিছিল জাকিৰ হুছেইনৰ। জাকিৰ হুছেইন আছিল তবলাবাদক ওস্তাদ আল্লাহ ৰাখাৰ জ্যেষ্ঠ পুত্ৰ।

তেওঁক ১৯৮৮ চনত পদ্মশ্ৰী আৰু ২০০২ চনত পদ্মভূষণেৰে ভাৰত চৰকাৰে সন্মানিত কৰে। ১৯৯০ চনত তেওঁক সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত কৰা হয়। ১৯৯৯ চনত তেওঁ পৰম্পৰাগত শিল্পী আৰু সংগীতজ্ঞসকলক দিয়া সৰ্বোচ্চ বঁটা ইউনাইটেড ষ্টেটছ নেচনেল এনডাউমেণ্ট ফৰ দ্য আৰ্টছ নেচনেল হেৰিটেজ ফেল’শ্বিপ লাভ কৰে।

জাকিৰ হুছেইনৰ কম পৰিচিত দিশটো

• জাকিৰ হুছেইনৰ প্ৰকৃত উপাধি আছি কুৰেশ্বি, কিন্তু তেওঁক হুছেইন উপাধি দিয়া হৈছিল।

• ১৯৮৯ চনত ‘হিট এণ্ড ডাষ্ট’ ছবিত জাকিৰ হুছেইনে চলচ্চিত্ৰত অভিষেক ঘটায়। তাৰ পৰাই তেওঁৰ কেৰিয়াৰ আৰম্ভ হৈছিল। কিন্তু তেওঁ কেৱল ছবিখনত অভিনয় কৰাই নহয় ইয়াৰ বাবে সংগীত ৰচনাও কৰিছিল।

• আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাই অল ষ্টাৰ গ্ল’বেল কনচাৰ্টত অংশগ্ৰহণ কৰিবলৈ হোৱাইট হাউছলৈ আমন্ত্ৰণ জনোৱা প্ৰথমজন ভাৰতীয় সংগীতজ্ঞ আছিল জাকিৰ হুছেইন।

• ১৯৭৮ চনত জাকিৰ হুছেইনে ইটালিয়ান আমেৰিকান কথক নৃত্যশিল্পী এণ্টনিয়া মিনেকোলাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। জাকিৰ হুছেইনৰ দুগৰাকী কন্যা সন্তান আছে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৩ বছৰ। হৃদযন্ত্ৰৰ সমস্যাত ভৰ্তি কৰোৱা হৈছিল শিল্পীগৰাকীক। জাকিৰৰ দীৰ্ঘদিনীয়া বন্ধু তথা শিল্পী ৰাকেশ চৌৰাছিয়াই খবৰটো নিশ্চিত কৰে। জনা যায় যে উচ্চ ৰক্তচাপৰ বাবে তেওঁৰ হৃদযন্ত্ৰৰ সমস্যাৰ সৃষ্টি হৈছিল। যাৰ বাবে তেওঁক আমেৰিকাৰ এখন চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছিল। প্ৰবীণ শিল্পীগৰাকীক আই চি ইউত ৰখা হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পঞ্চাশ হাজাৰ টকাত বিক্ৰী এমহীয়া কেঁচুৱা! হৃদয়বিদাৰক ঘটনাৰ আঁৰত অভাৱৰ তাড়না

পঞ্চাশ হাজাৰ টকাত বিক্ৰী এমহীয়া কেঁচুৱা! হৃদয়বিদাৰক ঘটনাৰ আঁৰত অভাৱৰ তাড়না

September 8, 2025 1:06 pm
ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ বৰ্ষজোৰা জন্ম শতবাৰ্ষিকী উদযাপন আৰম্ভ

ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ বৰ্ষজোৰা জন্ম শতবাৰ্ষিকী উদযাপন আৰম্ভ

September 8, 2025 11:46 am
পুনৰ বিশ্ব ৰেংকিঙৰ শীৰ্ষত; জানিক ছিনাৰক পৰাস্ত কৰি ইউ এছ অ’পেনৰ চেম্পিয়ন কাৰ্লোছ আলকাৰাজ

পুনৰ বিশ্ব ৰেংকিঙৰ শীৰ্ষত; জানিক ছিনাৰক পৰাস্ত কৰি ইউ এছ অ’পেনৰ চেম্পিয়ন কাৰ্লোছ আলকাৰাজ

September 8, 2025 10:32 am
মোডী দেশৰ শত্ৰু, ট্ৰাম্পৰ সৈতে বন্ধুত্বৰ মূল্য ভৰিছে ভাৰতে: বিস্ফোৰক খাৰ্গে

মোডী দেশৰ শত্ৰু, ট্ৰাম্পৰ সৈতে বন্ধুত্বৰ মূল্য ভৰিছে ভাৰতে: বিস্ফোৰক খাৰ্গে

September 8, 2025 9:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পঞ্চাশ হাজাৰ টকাত বিক্ৰী এমহীয়া কেঁচুৱা! হৃদয়বিদাৰক ঘটনাৰ আঁৰত অভাৱৰ তাড়না

পঞ্চাশ হাজাৰ টকাত বিক্ৰী এমহীয়া কেঁচুৱা! হৃদয়বিদাৰক ঘটনাৰ আঁৰত অভাৱৰ তাড়না

September 8, 2025 1:06 pm
ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ বৰ্ষজোৰা জন্ম শতবাৰ্ষিকী উদযাপন আৰম্ভ

ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ বৰ্ষজোৰা জন্ম শতবাৰ্ষিকী উদযাপন আৰম্ভ

September 8, 2025 11:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd