• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তেনে ভোটাৰ নহ’লো মই কিয়! জিকিলে মিনি হেলিকপ্টাৰ, চন্দ্ৰলৈ পঠিওৱাৰ প্ৰতিশ্ৰুতি প্ৰাৰ্থীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 25, 2021 8:20 pm
Tamilnadu Independent candidate
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনত বিজয়ী হ’লে আইফোন, ২০ লাখ টকীয়া গাড়ীৰ লগতে আৰু বহুতো চকু কপালত উঠা প্ৰতিশ্ৰুতিৰ জোৱাৰ।

নিৰ্দলীয় এইগৰাকী প্ৰাৰ্থীয়ে আনকি মহাজাগতিক উপহাৰ দিয়াৰো প্ৰতিশ্ৰুতি আগবঢ়াইছে।

প্ৰাৰ্থীগৰাকীৰ প্ৰতিশ্ৰুতিৰ ভিতৰত আছে চন্দ্ৰলৈ এশ দিনৰ ভ্ৰমণৰ সুযোগ।

ইমানতেই শেষ নহয় এই নিৰ্দলীয় প্ৰাৰ্থীৰ মেটমৰা প্ৰতিশ্ৰুতিৰ সম্ভাৰৰ।

তামিলনাডুৰ আসন্ন বিধানসভা নিৰ্বাচনৰ এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে আগবঢ়াইছে এই শুনি মন ভৰি যোৱা প্ৰতিশ্ৰুতিৰ বন্যা।

তামিলনাডুৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰাৰ্থীসকলে নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ ভোটাৰসকলক বিভিন্ন উপহাৰৰ টোপ দিছে।

টিভি, ৱাশ্বিং মেচিনৰ পৰা আৰম্ভ কৰি সোণৰ মুদ্ৰালৈকে সকলো আছে প্ৰতিশ্ৰুতিৰ তালিকাত। কিন্তু এই সকলোকে পিছ পেলাই দিছে আৰ সৰ্বাননে।

সৰ্বাননে এইবাৰ দক্ষিণ মাদুৰাই সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। প্ৰাৰ্থীগৰাকীৰ প্ৰতিশ্ৰুতিৰ তালিকাখন বেচ দীঘলীয়া।

প্ৰাৰ্থীগৰাকীয়ে আগবঢ়োৱা প্ৰতিশ্ৰুতিসমূহৰ ভিতৰত আছে ছুইমিং পুলকে ধৰি তিনিমহলীয়া ঘৰ, ২০ লাখ টকীয়া গাড়ী, প্ৰতি ঘৰ মানুহৰ বাবে সৰু আকাৰৰ হেলিকপ্টাৰ, ঘৰৰ কাম কৰাৰ বাবে ৰব’টকে ধৰি আৰু বহুতো।

প্ৰাৰ্থীগৰাকীৰ এনে অবিশ্বাস্য প্ৰতিশ্ৰুতিসমূহ দেখি স্বাভাৱিকতেই সকলোৰে চকু কপালত উঠা কথা।

পিচে, সৰ্বাননৰ এনে প্ৰতিশ্ৰুতিৰ আঁৰৰ কাহিনী অন্যহে। তেওঁ দৰাচলতে ভোটাৰসকলক সচেতন কৰি তুলিব বিচাৰিছে।

তেওঁ সংবাদমাধ্যমক জানিবলৈ দি কয় যে আগশাৰীৰ ৰাজনৈতিক দলবোৰে ক্ষমতালৈ আহিবৰ বাবে বহু লোভনীয় প্ৰতিশ্ৰুতি দাঙি ধৰে। তাৰ পাছত ক্ষমতালৈ আহিলে মানুহক পাহৰি যায়। দুৰ্ভাগ্যজনকভাৱে ভোটাৰসকলে এনে প্ৰলোভনত ভোল যায়। তেওঁ এই সংস্কৃতিৰ বিৰুদ্ধে সকলোকে সচেতন কৰিব বিচাৰে।

সকলোলৈকে এইদৰে এক অবিনৱ বাৰ্তা প্ৰেৰণ কৰা সৰ্বাননৰ নিৰ্বাচনৰ প্ৰতীক চিহ্ন হৈছে ‘ডাষ্টবিন’।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd