• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিপদত তামিলনাডুৰ লটাৰী সম্রাট : ৰাজনৈতিক দলক সৰ্বাধিক চান্দা দিয়া মাৰ্টিনৰ ঘৰত ইডি

এন ই নাও নিউজ by এন ই নাও নিউজ
November 15, 2024 9:37 pm
104
VIEWS
Share on FacebookShare on Twitter

এই ইডিৰ অভিযান চলিছে ছেন্টিয়াগো মার্টিনৰ বাসগৃহত। তামিলনাডুৰ লটাৰী সম্রাট হিচাপে পৰিচিত ছেন্টিয়াগো মার্টিনে দীৰ্ঘদিনৰ পৰা ৰাজনৈতিক দলক কোটি কোটি টকাৰ চান্দা দি আহিছে।

উল্লেখ্য যে যোৱা বছৰ ই ডিয়ে মার্টিনৰ ৪৫০ কোটি টকা মূল্যৰ সম্পত্তি জব্দ কৰিছিল।

এইবাৰ পুনৰ মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে ধনৰ অবৈধ লেনদেন গোচৰত কেন্দ্ৰীয় সংস্থা ই ডিয়ে অভিযান চলাইছে মাৰ্টিনৰ বাসগৃহত।

আজি ই ডিয়ে চেন্নাইকে ধৰি বিভিন্ন স্থানত থকা মার্টিনৰ বিভিন্ন কাৰ্যালয় আৰু ঘৰত তালাচী চলায়।

জানিব পৰা মতে, তামিলনাডু আৰক্ষীয়ে ইতিমধ্যে ধনৰ অবৈধ লেনদেন গোচৰত মার্টিনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

উল্লেখ্য যে উচ্চ্তম ন্যায়ালয়ৰ নিৰ্দেশত নির্বাচন আয়োগে ৰাজহুৱা কৰা তথ্য অনুসৰি মার্টিনে প্রায় ১,৩০০ কোটি টকাৰ ইলেক্টৰেল বণ্ড ক্ৰয় কৰিছিল।

কেৰালাত মাৰ্টিনে কৰা লটাৰীৰ কেলেংকাৰীত ছিকিম চৰকাৰৰ প্রায় ৯০০ কোটি টকা লোকচান হোৱা বুলি অভিযোগ উত্থাপন হৈছে।

Recent News

 ‘দেশ প্ৰথম, দল পিছত’: কংগ্ৰেছক বাৰ্তা শশী থাৰুৰৰ

 ‘দেশ প্ৰথম, দল পিছত’: কংগ্ৰেছক বাৰ্তা শশী থাৰুৰৰ

মানাহ নদীৰ পাৰৰ অবৈধ খননে ভাবুকি কঢ়িয়াই আনিছে পৰিৱেশ আৰু জনজীৱনৰ বাবে

মানাহ নদীৰ পাৰৰ অবৈধ খননে ভাবুকি কঢ়িয়াই আনিছে পৰিৱেশ আৰু জনজীৱনৰ বাবে

দুই শিক্ষকৰ বিৰুদ্ধে নয়ডাত ‘মানসিক হাৰাশাস্তি’ৰ অভিযোগ তুলি চৰম সিদ্ধান্ত ল’লে চিকিৎসা বিজ্ঞানৰ ছাত্ৰীয়ে

দুই শিক্ষকৰ বিৰুদ্ধে নয়ডাত ‘মানসিক হাৰাশাস্তি’ৰ অভিযোগ তুলি চৰম সিদ্ধান্ত ল’লে চিকিৎসা বিজ্ঞানৰ ছাত্ৰীয়ে

আইচিচিৰ নতুন উদ্যোগ! ২০২৮ চনত ৩২টা দলৰ টি-২০ বিশ্বকাপৰ পৰিকল্পনা

আইচিচিৰ নতুন উদ্যোগ! ২০২৮ চনত ৩২টা দলৰ টি-২০ বিশ্বকাপৰ পৰিকল্পনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd