• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

গুজৰাটৰ চিকিৎসা পৰীক্ষাত বৃহৎ দুৰ্নীতিৰ অভিযোগ; ১০ লাখ টকা দিলেই উত্তীৰ্ণ হ’ব NEET

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 10, 2024 7:55 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উকা উত্তৰ বহীৰ লগতে ১০ লাখ টকা দিব লাগিব। তেতিয়াহে পৰীক্ষাৰ্থীয়ে মেডিকেল এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হ’ব। গুজৰাটৰ নেট ইউ জি পৰীক্ষাত শেহতীয়াকৈ এই দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে।

চিকিৎসা পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে NET UG পৰীক্ষা অনুষ্ঠিত কৰা হয়। যদি আপুনি সংশ্লিষ্ট অল ইণ্ডিয়া প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হয় তেন্তে ভাৰতৰ চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠানত স্নাতক পৰ্যায়ত MBBS বা AYUSH পাঠ্যক্ৰম অধ্যয়ন কৰাৰ সুযোগ পায়। আৰু গুজৰাটত এই প্ৰৱেশ পৰীক্ষাক কেন্দ্ৰ কৰি বৃহৎ পৰিসৰৰ দুৰ্নীতিৰ চক্ৰ চৰ্চালৈ আহিছে।

গুজৰাটৰ পঞ্চমহল জিলাৰ গোধৰাত সংঘটিত হৈছে এই ঘটনা। ১০ লাখ টকাৰ বিনিময়ত উত্তৰ লিখি কমেও ছয়জন নেট পৰীক্ষাৰ্থীক উত্তীৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ বাবে এগৰাকী বিদ্যালয়ৰ শিক্ষককে ধৰি মুঠ তিনিজন ব্যক্তিৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে৷ অৱশ্যে পঞ্চমহলৰ জিলা দণ্ডাধীশে পৰীক্ষাৰ পূৰ্বে এই সন্দৰ্ভত গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰে। তেওঁৰ নিৰ্দেশ অনুযায়ী পৰীক্ষাৰ দিনা জিলা অতিৰিক্ত উপায়ুক্ত আৰু জিলা শিক্ষা বিষয়াকে ধৰি তদন্তকাৰী দলে বিদ্যালয়খনত অভিযান চলায়।

তদন্তকাৰীয়ে বিদ্যালয়লৈ গৈ তুষাৰ ভাটক জেৰা কৰে। তাৰ মোবাইলটোও চেক কৰা হ’ল। তুষাৰ ভাটৰ ফোনৰ পৰা উদ্ধাৰ হৈছে ১৬ জন প্ৰাৰ্থীৰ তালিকা। তালিকাখনত পৰীক্ষাৰ্থীৰ নাম আৰু লগতে তেওঁলোকৰ ৰোল নম্বৰ আৰু পৰীক্ষা কেন্দ্ৰ আছিল। এই গোচৰৰ আন এজন অভিযুক্ত পৰশুৰাম ৰায়ে হোৱাটছএপৰ জৰিয়তে তুষাৰ ভাটলৈ এই তালিকা প্ৰেৰণ কৰে। জেৰাৰ অন্তত শিক্ষকগৰাকীয়ে অপৰাধ স্বীকাৰ কৰে। তেওঁ কয় যে সেই তালিকাৰ ছয়জন প্ৰাৰ্থীয়ে তেওঁলোকৰ প্ৰশ্নকাকত সমাধানৰ বাবে ১০ লাখ টকা দিবলৈ সন্মত হৈছিল।

ইতিমধ্যে তুষাৰ ভাট, পৰশুৰাম ৰায় আৰু আৰিফ ভোৰাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। তদন্তকাৰী দলটোৱে তুষাৰ ভাটৰ মোবাইল ফোন, নগদ ৭ লাখ টকাৰ নগদ ধন, উদ্ধাৰ হোৱা গাড়ীখনো জব্দ কৰে। এই ঘটনাৰ লগত আন বহু লোক জড়িত থকাৰ সন্দেহ। সেই সন্দৰ্ভত তদন্ত চলি আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহিলাসকলৰ হৰম’ন সমস্যা: লক্ষণক আওকাণ নকৰিব, বিশেষজ্ঞৰ পৰামৰ্শ আৱশ্যক

মহিলাসকলৰ হৰম’ন সমস্যা: লক্ষণক আওকাণ নকৰিব, বিশেষজ্ঞৰ পৰামৰ্শ আৱশ্যক

September 16, 2025 7:01 am
অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহিলাসকলৰ হৰম’ন সমস্যা: লক্ষণক আওকাণ নকৰিব, বিশেষজ্ঞৰ পৰামৰ্শ আৱশ্যক

মহিলাসকলৰ হৰম’ন সমস্যা: লক্ষণক আওকাণ নকৰিব, বিশেষজ্ঞৰ পৰামৰ্শ আৱশ্যক

September 16, 2025 7:01 am
অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd