• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এজন চিৰিয়েল হত্যাকাৰীৰ কাহিনী : ১৮ গৰাকী মহিলাক হত্যা কৰি পুনৰ গ্ৰেপ্তাৰ হ’ল ৰামুলা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 27, 2021 5:15 pm
index.jpg1
344
VIEWS
Share on FacebookShare on Twitter

১৮ গৰাকীকৈ মহিলাক হত্যা কৰাৰ অভিযোগত তেলেংগানাৰ হায়দৰাবাদত গ্ৰেপ্তাৰ হৈছে এগৰাকী ৪৫ লোক।

৪৫ জনীয়া লোকজনক হত্যাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ হোৱাৰ পিছতে পোহৰলৈ আহিছে হলিউদৰ ছবিৰ দৰে এক থ্ৰীলাৰ সৃদশ কাহিনী।

ইণ্ডিয়া টুডে’ৰ বাতৰিৰ মতে ভেংকটাম্মা নামৰ এগৰাকী মহিলাক হত্যা কৰি পেট্ৰ’লৰে জ্বলাই দিয়া পিছতে হায়দৰাবাদ আৰক্ষীয়ে ২০ দিনীয়া অভিযানৰ পিছত অভিযুক্ত মাইনা ৰামুলা নামৰ ৪৫ বছৰীয়া লোকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ মতে ভেংকটাম্মা নামৰ মহিলাগৰাকীৰ হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা মাইনা ৰামুলাই ইয়াৰ পূৰ্বেও হত্যাকাণ্ডৰ অপৰাধত কাৰাবাস খাটিছিল আৰু ২০১১ চনত এৰাগাডা চিকিৎসালয়ৰ পৰা চিকিৎসাধীন অৱস্থাত পলায়ন কৰিছিল।

শিল কটা শ্ৰমিক হিচাপে কৰ্মৰত লোকজনে ইতিমধ্যে বিভিন্ন অপৰাধ সংঘটিত কৰাৰ বাবে ২১ বাৰকৈ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল। আৰু ইয়াৰ অধিকাংশ অপৰাধেই আছিল মহিলা হত্যাকাণ্ড।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি মাত্ৰ ২১ বছৰ বয়সতে বিবাহপাশত আৱদ্ধ হোৱা লোকজনে ২০০৩ চনৰ পৰা অপৰাধ জগতত ভৰি দিছিল।

বিয়াৰ পিছত খুব কম সময়তে পত্নীয়ে তেওঁক এৰি অন্য এজন লোকলৈ পলায় যোৱাৰ পিছতে মহিলাৰ প্ৰতি তেওঁ প্ৰতিশোধ পৰায়ণ হৈ পৰিছিল ৰামুলা। ইয়াৰ পিছতে তেওঁ ধনৰ বিনিময়ত মহিলাৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰি হত্যা কৰি আহিছিল।

আৰক্ষীৰ মতে ভুক্তভোগী মহিলাসকলক ৰামুলাই পানীয়ত বিষাক্ত পীল মিহলাই দি হত্যা কৰি তেওঁলোকৰ ধন-অলংকাৰ সম্পত্তি আদি লৈ পলায়ন কৰিছিল।

এই চিৰিয়েল অপৰাধৰ বাবে ৰামুলাক ২০১১ চনৰ ফেব্ৰুৱাৰীত নিম্ন আদালতে যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল যদিও চেৰ্লাপল্লী কেন্দ্ৰীয় কাৰাগৰত কাৰাৰুদ্ধ হৈ থকা অৱস্থাত ৰামুলাৰ মাসনিক বিকৃতি ঘটাত চিকিৎসাৰ বাবে এৰাগাডা মানসিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

অপৰাধী ৰামুলাই সুযোগ বুজি ইয়াৰ পৰাই ২০১১ চনৰ ডিচেম্বৰ মাহত পলায়ন কৰি পুনৰ অপৰাধ সংঘটিত কৰি আহিছিল বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।

ইয়াৰ পিছত ২০১৩ চনত ৰামুলাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যদিও ২০১৮ চনত উচ্চ ন্যায়ালয়ে জামিনত মুকলি কৰি দিয়ে। ইয়াৰ পিছতে তেওঁ পুনৰ দুটা হত্যাকাণ্ড সংঘটিত কৰা বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।

Recent News

ইণ্ডিয়া ঐক্যত নাথাকে আম আদমি পাৰ্টী : কংগ্ৰেছৰ লগত মিত্ৰতা ভংগ ঘোষণা

ইণ্ডিয়া ঐক্যত নাথাকে আম আদমি পাৰ্টী : কংগ্ৰেছৰ লগত মিত্ৰতা ভংগ ঘোষণা

যুদ্ধৰ প্ৰভাৱ! ভাৰতৰ তেল শোধনাগাৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিলে ইউৰোপীয় ইউনিয়নে

যুদ্ধৰ প্ৰভাৱ! ভাৰতৰ তেল শোধনাগাৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিলে ইউৰোপীয় ইউনিয়নে

ছত্তীশগড়ত পুনৰ নিহত মাওবাদী : সেনা-আৰক্ষীৰ গুলীত ৬ মাওবাদী নিহত, উদ্ধাৰ হৈছে এ কে ৪৭কে ধৰি বিশাল পৰিমাণৰ অস্ত্ৰ

ছত্তীশগড়ত পুনৰ নিহত মাওবাদী : সেনা-আৰক্ষীৰ গুলীত ৬ মাওবাদী নিহত, উদ্ধাৰ হৈছে এ কে ৪৭কে ধৰি বিশাল পৰিমাণৰ অস্ত্ৰ

কমিউনিষ্ট আৰু আৰ এছ এছ একেই! চিপিআই(এম)ক আৰ এছ এছৰে তুলনা ৰাহুল গান্ধীৰ

কমিউনিষ্ট আৰু আৰ এছ এছ একেই! চিপিআই(এম)ক আৰ এছ এছৰে তুলনা ৰাহুল গান্ধীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd