• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এজন চিৰিয়েল হত্যাকাৰীৰ কাহিনী : ১৮ গৰাকী মহিলাক হত্যা কৰি পুনৰ গ্ৰেপ্তাৰ হ’ল ৰামুলা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 27, 2021 5:15 pm
index.jpg1
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৮ গৰাকীকৈ মহিলাক হত্যা কৰাৰ অভিযোগত তেলেংগানাৰ হায়দৰাবাদত গ্ৰেপ্তাৰ হৈছে এগৰাকী ৪৫ লোক।

৪৫ জনীয়া লোকজনক হত্যাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ হোৱাৰ পিছতে পোহৰলৈ আহিছে হলিউদৰ ছবিৰ দৰে এক থ্ৰীলাৰ সৃদশ কাহিনী।

Apply Now

ইণ্ডিয়া টুডে’ৰ বাতৰিৰ মতে ভেংকটাম্মা নামৰ এগৰাকী মহিলাক হত্যা কৰি পেট্ৰ’লৰে জ্বলাই দিয়া পিছতে হায়দৰাবাদ আৰক্ষীয়ে ২০ দিনীয়া অভিযানৰ পিছত অভিযুক্ত মাইনা ৰামুলা নামৰ ৪৫ বছৰীয়া লোকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ মতে ভেংকটাম্মা নামৰ মহিলাগৰাকীৰ হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা মাইনা ৰামুলাই ইয়াৰ পূৰ্বেও হত্যাকাণ্ডৰ অপৰাধত কাৰাবাস খাটিছিল আৰু ২০১১ চনত এৰাগাডা চিকিৎসালয়ৰ পৰা চিকিৎসাধীন অৱস্থাত পলায়ন কৰিছিল।

শিল কটা শ্ৰমিক হিচাপে কৰ্মৰত লোকজনে ইতিমধ্যে বিভিন্ন অপৰাধ সংঘটিত কৰাৰ বাবে ২১ বাৰকৈ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল। আৰু ইয়াৰ অধিকাংশ অপৰাধেই আছিল মহিলা হত্যাকাণ্ড।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি মাত্ৰ ২১ বছৰ বয়সতে বিবাহপাশত আৱদ্ধ হোৱা লোকজনে ২০০৩ চনৰ পৰা অপৰাধ জগতত ভৰি দিছিল।

বিয়াৰ পিছত খুব কম সময়তে পত্নীয়ে তেওঁক এৰি অন্য এজন লোকলৈ পলায় যোৱাৰ পিছতে মহিলাৰ প্ৰতি তেওঁ প্ৰতিশোধ পৰায়ণ হৈ পৰিছিল ৰামুলা। ইয়াৰ পিছতে তেওঁ ধনৰ বিনিময়ত মহিলাৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰি হত্যা কৰি আহিছিল।

আৰক্ষীৰ মতে ভুক্তভোগী মহিলাসকলক ৰামুলাই পানীয়ত বিষাক্ত পীল মিহলাই দি হত্যা কৰি তেওঁলোকৰ ধন-অলংকাৰ সম্পত্তি আদি লৈ পলায়ন কৰিছিল।

এই চিৰিয়েল অপৰাধৰ বাবে ৰামুলাক ২০১১ চনৰ ফেব্ৰুৱাৰীত নিম্ন আদালতে যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল যদিও চেৰ্লাপল্লী কেন্দ্ৰীয় কাৰাগৰত কাৰাৰুদ্ধ হৈ থকা অৱস্থাত ৰামুলাৰ মাসনিক বিকৃতি ঘটাত চিকিৎসাৰ বাবে এৰাগাডা মানসিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

অপৰাধী ৰামুলাই সুযোগ বুজি ইয়াৰ পৰাই ২০১১ চনৰ ডিচেম্বৰ মাহত পলায়ন কৰি পুনৰ অপৰাধ সংঘটিত কৰি আহিছিল বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।

ইয়াৰ পিছত ২০১৩ চনত ৰামুলাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যদিও ২০১৮ চনত উচ্চ ন্যায়ালয়ে জামিনত মুকলি কৰি দিয়ে। ইয়াৰ পিছতে তেওঁ পুনৰ দুটা হত্যাকাণ্ড সংঘটিত কৰা বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd