• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ ৰাজ্যৰ ১০টা ৰাজনৈতিক দল; এলাগী আপ, এআইইউডিএফ, তৃণমূল!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 11, 2023 9:12 am
151
VIEWS
Share on FacebookShare on Twitter

মহানগৰীৰ হোটেল লিলিত শুকুৰবাৰে ৰাজ্যৰ বিৰোধী ৰাজনৈতিক দলসমূহৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ উদ্যোগত বিৰোধী ৰাজনৈতিক দলসমূহৰ নেতৃত্বকলৈ এই বৈঠক অনুষ্ঠিত হয়।

ৰাজ্যখনৰ ১০ টা বিৰোধী ৰাজনৈতিক দলৰ প্ৰতিনিধি বৈঠকত উপস্থিত থাকে। অৱশ্যে বৈঠকত দেখা নগ’ল আম আদমী পাৰ্টি, তৃণমূল কংগ্ৰেছ আৰু এআইইউডিএফক। অসমৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিৰ লগতে আগন্তুক লোকসভা নিৰ্বাচন সম্পৰ্কত দল কেইটাৰ নেতৃত্বই আলোচনা কৰে।

লগতে পঢ়ক: প্ৰযুক্তিৰ যুদ্ধ! টুইটাৰক প্ৰত্যাহ্বান জনাই এটা নতুন এপ লৈ আহিছে মেটাই! কি আছে ইয়াত?

বৈঠকত উপস্থিত থকা ১০ টা বিৰোধী ৰাজনৈতিক দলে অহা ৯ এপ্ৰিলত গুৱাহাটীত উমৈহতীয়াভাৱে ৰাজ্যিক সন্মিলন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। বৈঠকত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ লগতে বিজেপিৰ বিৰুদ্ধে সন্মিলিতভাৱে আগবঢ়াৰ সিদ্ধান্ত লোৱা হয়।

হোটেল লিলিত অনুষ্ঠিত ১০ টা বিৰোধী ৰাজনৈতিক দলৰ বৈঠক। ফটো: টুইটাৰ।

ইপিনে, বিৰোধী ৰাজনৈতিক দলৰ এই বৈঠকত আপ, এআইডিইউএফ আৰু তৃণমূল কংগ্ৰেছে স্থান নোপোৱাটো তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। আহ্বায়ক ভূপেন বৰাই বৈঠকত বিৰোধীৰ এক সঠিক ৰণনীতি প্ৰস্তুত কৰাত সফল হোৱা বুলি দাবী কৰে।   

লগতে পঢ়ক: কিহৰ ইংগিত? আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইতিহাসত আটাইতকৈ বৃহৎ সামৰিক বাজেট প্ৰস্তাৱ বিডেনৰ

এই বৈঠকত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা, কাৰ্য্যকৰী সভাপতিদ্বয় জাকিৰ হুছেইন শিকদাৰ, ৰাণা গোস্বামী, বিধায়ক ভৰত চন্দ্ৰ নৰহ, ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, অসম জাতীয় পৰিষদৰ নেতা তথা প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞা, চিপিআই (এম)ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, ৰাজ্য সভাৰ সাংসদ অজিত কুমাৰ ভূঞাকে ধৰি ১০ টা বিৰোধী ৰাজনৈতিক দলৰ নেতৃত্ব উপস্থিত থাকে।

Recent News

জয়পুৰ ষ্টেডিয়ামত পুনৰ বোমা বিস্ফোৰণৰ ভাবুকি! চিন্তিত বি চি চি আই

জয়পুৰ ষ্টেডিয়ামত পুনৰ বোমা বিস্ফোৰণৰ ভাবুকি! চিন্তিত বি চি চি আই

আদৰণি ভাষণৰ উত্তৰত ‘জয় ভীম’ শ্লোগান মুখ্য ন্যায়াধীশ বিআৰ গাভাইৰঃ দেশৰ দ্বিতীয়জন দলিত মুখ্য ন্যায়মূৰ্তি হিচাপে দায়িত্ব গ্ৰহণ

আদৰণি ভাষণৰ উত্তৰত ‘জয় ভীম’ শ্লোগান মুখ্য ন্যায়াধীশ বিআৰ গাভাইৰঃ দেশৰ দ্বিতীয়জন দলিত মুখ্য ন্যায়মূৰ্তি হিচাপে দায়িত্ব গ্ৰহণ

সন্ত্ৰাসবাদী মাছুদ আজহাৰক ১৪ কোটি টকা দিব পাকিস্তান চৰকাৰেঃ অপাৰেশ্যন সিন্দুৰত মৃত্যু হোৱা পৰিয়ালৰ লোকৰ ক্ষতিপূৰণ হিচাপে এই ধন

সন্ত্ৰাসবাদী মাছুদ আজহাৰক ১৪ কোটি টকা দিব পাকিস্তান চৰকাৰেঃ অপাৰেশ্যন সিন্দুৰত মৃত্যু হোৱা পৰিয়ালৰ লোকৰ ক্ষতিপূৰণ হিচাপে এই ধন

মাত্ৰ ৩৬ দিনৰ কাৰ্যকাল! ২০২৭ চনত প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ পাব ভাৰতে

মাত্ৰ ৩৬ দিনৰ কাৰ্যকাল! ২০২৭ চনত প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ পাব ভাৰতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd