DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, March 29, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কিহৰ ইংগিত? আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইতিহাসত আটাইতকৈ বৃহৎ সামৰিক বাজেট প্ৰস্তাৱ বিডেনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 11, 2023 7:28 am
152
VIEWS
Share on FacebookShare on Twitter

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনে দেশৰ ইতিহাসৰ সৰ্ববৃহৎ সামৰিক বাজেটৰ প্ৰস্তাৱ দিছে। তেওঁ দাবী কৰিছে যে তেওঁ চীনৰ সৈতে তাল মিলাবলৈ এই বৃহৎ বাজেটৰ প্ৰস্তাৱ দিছে। কিন্তু বাস্তৱটো হৈছে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰে পেন্টাগনৰ বাবে যি পৰিমানে সামৰিক আৱণ্টন দিয়ে, চীনে তাৰ এক-চতুৰ্থাংশ ব্যয় কৰে।

বৃহস্পতিবাৰে, বিডেনে চৰকাৰী ব্যয় আৰু উচ্চ কৰৰ বাবে এক বাজেট পৰিকল্পনা মুকলি কৰে। তেওঁ ২০২৪ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হ’ব বিচাৰে। সেয়েহে, এই বছৰৰ বাজেটক নিৰ্বাচনী বাজেট হিচাপে চোৱা হৈছে।

২০২৪ বিত্তীয় বৰ্ষৰ বাবে বিডেনৰ প্ৰস্তাৱিত বাজেটত বাৰ্ষিক সামৰিক ব্যয় ৮৪২ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰা হৈছে যিটো যোৱা বছৰৰ তুলনাত ২৬ বিলিয়ন ডলাৰ অধিক।

হোৱাইট হাউচৰ এক বিবৃতি অনুসৰি, বাজেটত পেন্টাগনৰ প্ৰশান্ত মহাসাগৰীয় প্ৰতিৰোধ উদ্যোগলৈ ৯১ বিলিয়ন ডলাৰ আৱণ্টন কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। ইয়াৰ উদ্দেশ্য হৈছে চীনক প্ৰতিহত কৰিবলৈ প্ৰশান্ত মহাসাগৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপস্থিতি শক্তিশালী কৰা।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাৰমাণৱিক অস্ত্ৰৰ আধুনিকীকৰণৰ বাবে ৩৭.৭ বিলিয়ন ডলাৰ আৱণ্টন কৰা হৈছে। ইয়াৰ উপৰিও, যুদ্ধজাহাজ নিৰ্মাণৰ বাবে এক বৃহৎ পৰিমাণৰ ধন আৱণ্টন কৰা হ’ব।

আনহাতে, ইউক্ৰেইনৰ যুদ্ধৰ বাবে ৬ বিলিয়ন ডলাৰ ৰাখি থোৱা হৈছে। বিডেনৰ প্ৰস্তাৱিত বাজেট চীনৰ সামৰিক বাজেটতকৈ প্ৰায় চাৰিগুণ বেছি। চীনৰ সামৰিক বাজেট হৈছে ২২৫ বিলিয়ন ডলাৰ।

Recent News

ডোকলাম সন্দৰ্ভত ভূটানৰ মন্তব্যত উদ্বিগ্নতা বৃদ্ধি  ভাৰতৰ! কি কৈছিল প্ৰধানমন্ত্ৰী লোটে শ্বেৰিঙে?

ডোকলাম সন্দৰ্ভত ভূটানৰ মন্তব্যত উদ্বিগ্নতা বৃদ্ধি ভাৰতৰ! কি কৈছিল প্ৰধানমন্ত্ৰী লোটে শ্বেৰিঙে?

ঘোষণা হ’ল কৰ্ণাটক বিধান সভাৰ নিৰ্বাচনৰ তাৰিখ

ঘোষণা হ’ল কৰ্ণাটক বিধান সভাৰ নিৰ্বাচনৰ তাৰিখ

ধিক হিমন্তৰ স্বাস্থ্যখণ্ড ! চিকিৎসক নাই, অক্সিজেনৰ অভাৱত প্ৰাণ এৰিলে ১৮ মহীয়া শিশুৱে

ধিক হিমন্তৰ স্বাস্থ্যখণ্ড ! চিকিৎসক নাই, অক্সিজেনৰ অভাৱত প্ৰাণ এৰিলে ১৮ মহীয়া শিশুৱে

নিৰ্বাচনৰ আগে আগে আহি আছে নেকি কভিড?

নিৰ্বাচনৰ আগে আগে আহি আছে নেকি কভিড?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd